ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Dilip Saikia : ২০২৬ অসম বিধান সভাৰ নিৰ্বাচন উপলক্ষে সংকল্প পত্ৰ শুভাৰম্ভ অনুষ্ঠান, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰথমটো মিছকল দি শুভাৰম্ভ কৰে অনুষ্ঠানৰ

নিউজ ডেস্কঃ

News Desk by News Desk
January 10, 2026
Reading Time: 1 min read
A A
0
Dilip Saikia : ২০২৬ অসম বিধান সভাৰ নিৰ্বাচন উপলক্ষে সংকল্প পত্ৰ শুভাৰম্ভ অনুষ্ঠান, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰথমটো মিছকল দি শুভাৰম্ভ কৰে অনুষ্ঠানৰ

RELATED POSTS

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

New Logo Smal | ASSAM TIMES POST

অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ (Assam Legislative Assembly Election, 2026) প্ৰেক্ষাপটত ভাৰতীয় জনতা পাৰ্টিয়ে সংকল্প পত্ৰ প্ৰস্তুতি প্ৰক্ৰিয়াৰ আনুষ্ঠানিক সূচনা কৰে। আজি পুৱা ১০ বজাত গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱন (Atal Bihari Vajpayee Bhavan, Guwahati)ত অনুষ্ঠিত এই কাৰ্যসূচীত অসম বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই (Dilip Saikia) জনতাৰ আশা-আকাংক্ষাক কেন্দ্ৰ কৰি পৰামৰ্শ জনায়। এই উপলক্ষে আয়োজিত সংবাদ মেলত দিলীপ শইকীয়াই কয় যে ৰাজ্যবাসীয়ে চাৰিটা ভিন্ন মাধ্যমৰ জৰিয়তে নিজৰ মূল্যৱান পৰামৰ্শ আগবঢ়াব পাৰিব। উল্লেখ্য যে, ৰাইজৰ মতামত দিয়াৰ বাবে এটা মিছকল নম্বৰ মুকলি কৰা হ’ল। ৭০০২১২৬১২৬ নম্বৰত মিছকল দিয়াৰ পিছত মোবাইলত পোৱা সংযোগৰ জৰিয়তে নিৰ্দিষ্ট ফৰ্ম পূৰণ কৰি নাগৰিকে নিজৰ মতামত দাখিল কৰিব পাৰিব। লগতে (QR code scanning, bjpassamsankalp2026@gmail.com) ই-মেইল আৰু (www.bjpassamsankalp2026.com) ৱেবছাইটৰ জৰিয়তেও পৰামৰ্শ প্ৰেৰণ কৰিব পাৰিব। প্ৰতিটো পৰামৰ্শৰ বিপৰীতে স্বীকৃতি বাৰ্তা প্ৰেৰণ কৰা হ’ব বুলিও জনাই অসম বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই। কাৰ্যসূচীত ২০২৬ বিধানসভা নিৰ্বাচনৰ সংকল্প পত্ৰ প্ৰস্তুতি কমিটীৰ সভাপতি তথা কেবিনেট মন্ত্ৰী ড॰ ৰণোজ পেগু, মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস আৰু নিৰ্বাচন ব্যৱস্থাপনা সমিতিৰ আহ্বায়ক তথা সাংসদ শ্ৰী প্ৰদান বৰুৱা উপস্থিত থাকে।

assamo | ASSAM TIMES POST
২০২৬ অসম বিধান সভাৰ নিৰ্বাচন উপলক্ষে সংকল্প পত্ৰ শুভাৰম্ভ অনুষ্ঠান, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ

অসমবাসীক এই গণতান্ত্ৰিক প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই দিলীপ শইকীয়াই কয় যে – ‘জনগণৰ মতামত, আশা আৰু স্বপ্নসমূহ সংকল্প পত্ৰত সঠিকভাৱে প্ৰতিফলিত কৰাটোৱেই বিজেপিৰ মূল লক্ষ্য। ভাষণত দিলীপ শইকীয়াই কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰৰ অধীনত অসম দেশৰ অন্যতম দ্ৰুত বিকাশমান ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে। কল্যাণমূলক আঁচনিসমূহৰ সফল ৰূপায়ণৰ ফলত কংগ্ৰেছ শাসনকালত ৩৪ শতাংশ থকা দাৰিদ্ৰ্যৰ হাৰ এতিয়া ১২ শতাংশলৈ হ্ৰাস পাইছে। লগতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত অসমত নতুন শিল্পায়নৰ অধ্যায়ো আৰম্ভ হৈছে। জাগীৰোডত ছেমিকণ্ডাক্টৰ উদ্যোগ, নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ ইউনিট আৰু নুমলীগড় শোধনাগাৰত বাঁহ-ভিত্তিক বায়ো-ইথানল প্ৰকল্পে অসমক এক ঔদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতি স্পষ্ট।’ মাননীয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত অসমে ৰূপান্তৰকামী উন্নয়নৰ দিশত আগবঢ়াৰ কথা উল্লেখ কৰি দিলীপ শইকীয়াই কয় – স্বদেশী বিশ্বাস আৰু সংস্কৃতি মন্ত্ৰালয় গঠন, ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সচিবালয় স্থাপন, বৰাক উন্নয়ন বিভাগ সৃষ্টি আৰু বহুবিবাহ-বাল্যবিবাহ নিষেধ আইন আদি সিদ্ধান্তই বিজেপি চৰকাৰৰ সুদূৰপ্ৰসাৰী দৃষ্টিভংগীৰ পৰিচয় দিয়ে। শেষত তেওঁ কয় যে, ২০১৬ চনৰ পৰা বিজেপি চৰকাৰে ‘জাতি, মাটি, ভেটি’ সংৰক্ষণৰ লগতে অসমীয়া সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত একাধিক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু আগন্তুক সংকল্প পত্ৰত এই লক্ষ্যসমূহ আৰু অধিক শক্তিশালী ৰূপত প্ৰতিফলিত হ’ব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DilipSaikiaBJP
Share5Tweet3Send

Related Posts

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

by News Desk
August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

by News Desk
August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

by News Desk
August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

by News Desk
August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

by News Desk
August 26, 2026
50
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬
National-International

Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

by News Desk
August 26, 2026
50
ADVERTISEMENT
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d