Dilip Saikia : ২০২৬ অসম বিধান সভাৰ নিৰ্বাচন উপলক্ষে সংকল্প পত্ৰ শুভাৰম্ভ অনুষ্ঠান, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই প্ৰথমটো মিছকল দি শুভাৰম্ভ কৰে অনুষ্ঠানৰ
অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ (Assam Legislative Assembly Election, 2026) প্ৰেক্ষাপটত ভাৰতীয় জনতা পাৰ্টিয়ে সংকল্প পত্ৰ প্ৰস্তুতি প্ৰক্ৰিয়াৰ আনুষ্ঠানিক সূচনা কৰে। ...







