ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

নিউজ ডেস্কঃ

News Desk by News Desk
August 26, 2026
Reading Time: 1 min read
A A
0
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

RELATED POSTS

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

New Logo Smal 3 | ASSAM TIMES POST

নেপালত হোৱা দুৰ্যোগৰ (Nepal Flood) পিছত বিহাৰ, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড (Bihar, Uttar Pradesh, and Uttarakhand)ত সতৰ্কতা বৃদ্ধি (Increase alertness) কৰা হৈছে। ভাৰত-নেপাল সীমান্তত নিয়োজিত সশস্ত্ৰ সীমান্ত বাহিনী (এছএছবি) সাজু। বিহাৰৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দুৰ্যোগ সঁহাৰি দলসমূহক সাজু হ’বলৈ কোৱা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীও (এনডিআৰএফ) কিছু অঞ্চলত সাজু হৈছে।

বুধবাৰে পুৱা প্ৰায় ৯ বজাত নেপাল-তিব্বত সীমান্তৰ ৰসুৱা অঞ্চলৰ ভোটে কোশী নদীৰ পাৰ ভাঙি যায়। তাৰ লগে লগে বোকামাটিৰ সোঁত নামি আহে। বিধ্বস্ত নেপালত বহু লোক হতাহত হোৱাৰ আশংকা কৰিছে প্ৰশাসনে। বহুতো সন্ধানহীন হৈ আছে। সন্ধানহীন হৈছে এশৰো অধিক ভাৰতীয় পৰ্যটক। শেহতীয়া পৰিস্থিতিত নিৰুদ্দেশ হোৱা লোকসকলৰ বিষয়ে তদন্তৰ বাবে ভাৰতীয় দূতাবাসে দুটা ফোন নম্বৰ মুকলি কৰিছে। সূত্ৰ অনুসৰি, দিল্লীয়ে ক্ষীপ্ৰতাৰে নেপাললৈ সাহায্য সামগ্ৰী প্ৰেৰণৰ প্ৰস্তুতি চলাইছে। একে সময়তে নেপালৰ সীমান্তৱৰ্তী ৰাজ্যসমূহতো সতৰ্কতা অৱলম্বন কৰা হৈছে।

নেপালৰ পৰা বিভিন্ন নদী ভাৰতৰ সীমান্তৰে এই বিহাৰলৈ নামি আহিছে। ইয়াৰ পিছত গংগাত একত্ৰিত হয়। এনে পৰিস্থিতিত নেপালত সংঘটিত দুৰ্যোগৰ পিছত সজাগ হৈ আছে বিহাৰ প্ৰশাসন। ইতিমধ্যে বিহাৰৰ মুখ্যমন্ত্ৰী সম্ৰাট চৌধৰীয়ে এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছে। তেওঁ সকলো জিলাকে সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিছে। পশ্চিম চম্পাৰণ, পূব চম্পাৰাণ, গোপালগঞ্জ, সাৰণ, মুজাফ্ফৰপুৰ, বৈশালীৰ দৰে জিলাসমূহৰ দুৰ্বল মথাউৰিসমূহৰ ওপৰত অহৰহ সতৰ্কতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে।

flood3 | ASSAM TIMES POST
নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

ৰাজ্যখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সম্পাদক সন্তোষ কুমাৰ মালে এএনআইক জনোৱা মতে, বান পৰিস্থিতিৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্যোগ ব্যৱস্থাপনা দলসমূহক সষ্টম হৈ থাকিবলৈ কোৱা হৈছে। তেওঁ কয়, “বানপীড়িত জিলাসমূহৰ বাবে এলাৰ্ট জাৰি কৰা হৈছে। বেটিয়া, গোপালগঞ্জ আৰু মুজাফ্ফৰপুৰত এনডিআৰএফৰ অতিৰিক্ত দল মোতায়েন কৰা হৈছে। সেই বানপীড়িত অঞ্চলসমূহত ইতিমধ্যে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা দল মোতায়েন কৰা হৈছে।”

আনহাতে, এছএছবিয়ে ভাৰত-নেপাল সীমান্তত নিয়োজিত বেটেলিয়নকো সষ্টম হ’বলৈ কৈছে। বাহিনীটোক পৰিস্থিতি নিৰীক্ষণ কৰাৰ লগতে অসামৰিক প্ৰশাসনৰ সৈতে যোগাযোগ বজাই ৰাখিবলৈ কোৱা হৈছে। এছএছবিৰ চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি এএনআয়ে জনোৱা মতে, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ ঘগ্ৰা, কৰ্ণালী আৰু মহাকালী নদী অৱবাহিকাৰ গাতে লাগি থকা জিলাকেইখনৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে। জৰুৰীকালীন অৱস্থাত ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনৰ সৈতে কাম কৰিবলৈ বাহিনীটোক সাজু কৰি ৰখা হৈছে। এছএছবিৰ সূত্ৰ অনুসৰি, ভাৰত-নেপাল সীমান্তত বাহিনীটোৰ ১১টা ‘ৰেচকিউ এণ্ড ৰিলিফ টীম’ সাজু কৰি ৰখা হৈছে। প্ৰয়োজন অনুসৰি আৰু ৭টা দল নিয়োগ কৰিবলৈ সাজু কৰি ৰখা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: NepalFloods
Share4Tweet3Send

Related Posts

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

by News Desk
August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

by News Desk
August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

by News Desk
August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

by News Desk
August 26, 2026
50
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬
National-International

Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

by News Desk
August 26, 2026
50
Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ
National-International

Delhi High Court on Slams : প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ ওচৰত থকা বস্তিসমূহ ছয় সপ্তাহৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ ন্যায়ালয়ৰ

by News Desk
August 26, 2026
50
ADVERTISEMENT
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
50
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d