ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Kanpur Rape case : এইবাৰ কিশোৰীক দলবদ্ধ ধৰ্ষণত জড়িত আৰক্ষী-সাংবাদিক, অভিযুক্তৰ সন্ধানত অভিযান

নিউজ ডেস্কঃ

News Desk by News Desk
January 8, 2026
Reading Time: 1 min read
A A
0
Kanpur Rape case : এইবাৰ কিশোৰীক দলবদ্ধ ধৰ্ষণত জড়িত আৰক্ষী-সাংবাদিক, অভিযুক্তৰ সন্ধানত অভিযান

RELATED POSTS

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

New Logo Smal | ASSAM TIMES POST

এগৰাকী কিশোৰীক অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ (Gang Rape)ৰ অভিযোগ উত্থাপন (Raise a complaint) হৈছে এজন আৰক্ষী (Police) আৰু এজন সাংবাদিক (Jurnalist)ৰ বিৰুদ্ধে (Against)। চলিত সপ্তাহৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ কানপুৰ (Kanpur)ৰ সচেন্দিত সংঘটিত হয় এই ঘটনা। ইতিমধ্যে ১৪ বছৰীয়া কিশোৰীগৰাকীক অপহৰণ কৰি অত্যাচাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে সাংবাদিকগৰাকী। অৱশ্যে অভিযুক্ত আৰক্ষী জোৱানজন এতিয়াও পলাতক।

বুধবাৰে আৰক্ষীয়ে জনোৱা মতে, এই সপ্তাহৰ আৰম্ভণিতে ঘটনাটো সংঘটিত হৈছে। সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকী। অভিযোগ অনুসৰি, দুই অভিযুক্তই নিশা ১০ মান বজাত গাড়ীৰে ৰে’লপথৰ সমীপৰ এক নিৰ্জন স্থানলৈ তেওঁক লৈ যায়। তাত প্ৰায় দুঘণ্টা ধৰি বন্দী কৰি ৰখাৰ লগতে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। অৱশেষত অভিযুক্তই কিশোৰীগৰাকীক অচেতন অৱস্থাত ঘৰৰ সন্মুখত পেলাই থৈ পলায়ন কৰে।

up 1 1 | ASSAM TIMES POST
উত্তৰ প্ৰদেশত কিশোৰীক দলবদ্ধ ধৰ্ষণত জড়িত আৰক্ষী-সাংবাদিক

আৰক্ষীৰ উপ-পৰিদৰ্শক আৰু এজন স্থানীয় ইউটিউবাৰ তথা সাংবাদিকে একেলগে এই ঘটনা সংঘটিত কৰা বুলি পৰিয়ালৰ অভিযোগ। ইতিমধ্যে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে আৰক্ষী জোৱানজন এতিয়াও পলাতক। পলাতক উপ-পৰিদৰ্শকজনক বিচাৰি আৰক্ষীয়ে চাৰিটা পৃথক দল গঠন কৰিছে। এই অপৰাধত ব্যৱহৃত গাড়ীখনো জব্দ কৰা হৈছে। গাড়ীখন আৰক্ষী জোৱানজনৰ।

ইফালে তদন্তত স্থানীয় আৰক্ষীয়ে গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে নাবালিকাৰ পৰিয়ালে। তেওঁলোকে দাবী কৰে যে আৰক্ষীয়ে আৰক্ষী জোৱানজন জড়িত থকাৰ কথা শুনি প্ৰথমে বিষয়টো ঢাকি ৰাখিবলৈ চেষ্টা কৰিছিল। লগতে কিশোৰীগৰাকীৰ মোবাইল ফোনটোও কাঢ়ি লৈছিল। এই খবৰ পোহৰলৈ অহাৰ লগে লগে আৰক্ষী তৎপৰ হয়। আৰক্ষী আয়ুক্ত ৰঘুবীৰ লালৰ নিৰ্দেশত উপ আয়ুক্ত (পশ্চিম) দীনেশ চন্দ্ৰ ত্ৰিপাঠীক অপসাৰণ কৰা হয়। সচেন্দীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিক্ৰম সিঙকো বৰ্খাস্ত কৰা হয়।

চি পি ৰঘুবীৰে কয়, “ভুক্তভোগীৰ বক্তব্যৰ ভিত্তিত উপ-পৰিদৰ্শক আৰু ইউটিউবাৰৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰা হৈছে। এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। পলাতক এছ আইজনক গ্ৰেপ্তাৰ কৰিবলৈ চাৰিটা দল গঠন কৰা হৈছে।” আৰক্ষী সূত্ৰই জনোৱা মতে, অভিযুক্ত আৰক্ষী জোৱানজনে বিথুৰ থানাত কৰ্মৰত। ইয়াৰ পিছতো ঘটনাৰ সময়ত তেওঁ কিয় সচেন্দীত উপস্থিত আছিল সেই বিষয়ে তদন্ত চলি আছে। আনহাতে, সংশ্লিষ্ট বিষয়াসকলক অপসাৰণ কৰাৰ পিছতে দীননাথ মিশ্ৰক সচেন্দী থানাৰ দায়িত্ব দিয়া হৈছে। বৰ্তমান অতিৰিক্ত ডি চি পি (পশ্চিম) কপিলদেৱ সিঙে তদন্তৰ নেতৃত্ব দিছে। সম্পূৰ্ণ স্বচ্ছতাৰে সমগ্ৰ ঘটনাৰ তদন্ত কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: KanpurRapecase
Share4Tweet3Send

Related Posts

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

by News Desk
September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

by News Desk
September 22, 2026
51
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
51
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
52
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
51
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

by News Desk
September 22, 2026
52
ADVERTISEMENT
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026
51
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d