ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Kabindra Purkayastha no more : জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ দেহাৱসান

নিউজ ডেস্কঃ

News Desk by News Desk
January 7, 2026
Reading Time: 1 min read
A A
0
Kabindra Purkayastha no more : জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ দেহাৱসান

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

ৰাজ্যিক বিজেপিৰ জ্যেষ্ঠ নেতা (Senior BJP Leader) তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী (Former central Minister) কবীন্দ্ৰ পুৰকায়স্থ (Kabindra Purkayastha) আৰু নাই। উত্তৰ-পূব বিজেপিৰ পিতামহ সদৃশ বৰ্ষীয়ান ৰাজনীতিকগৰাকীৰ বুধবাৰে সন্ধিয়া ৫.০৬ বজাত শিলচৰ মেডিকেল কলেজ হাস্পতাল (Silchar Medical College Hospital)ত ৯৬ বছৰ বয়সত মৃত্যু (Death at the age of 96) হয়। বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ তেওঁ বিগত কেইবাদিনো ধৰি তেওঁ শিলচৰ মেডিকেল কলেজ হাস্পতালত আই চি ইউত ভেণ্টিলেটৰত চিকিৎসাধীন হৈ আছিল। তেওঁ হদযন্ত্ৰ, বৃক্ক আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাতো ভুগি আছিল। তেওঁৰ মৃত্যুত ৰাজ্যিক বিজেপি, কাছাৰ জিলা বিজেপিৰ লগতে বিভিন্ন মহলে শোক প্ৰকাশ কৰিছে।

আনহাতে, কবীন্দ্ৰ পুৰকায়স্থৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত লিখা এক শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে লিখিছে, “ভাৰতীয় জনতা পার্টীৰ অসমৰ ধ্বজাবাহক, দূৰদর্শী তথা জনদৰদী নেতা, প্রাক্তন কেন্দ্রীয় মন্ত্রী শ্রদ্ধেয় কবীন্দ্র পুৰকায়স্থদেৱৰ মহাপ্রয়াণৰ বার্তাত মই গভীৰভাৱে মর্মাহত। তেওঁৰ নেতৃত্বত অসমত স্থাপন হোৱা ভাৰতীয় জনতা পার্টী তথা ৰাষ্ট্রীয়তাবাদী আদর্শৰ ভেটিয়ে আজি এক বিশাল বটবৃক্ষৰ ৰূপ ধাৰণ কৰিছে। বৰাক উপত্যকা তথা অসমৰ লগতে দেশৰ সামাজিক-ৰাজনৈতিক ক্ষেত্রতো শ্রদ্ধেয় পুৰকায়স্থদেৱৰ অৱদান অনবদ্য আৰু অনন্য। তেওঁৰ প্রয়াণ আমাৰ সামাজিক জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।”

kabindra | ASSAM TIMES POST
জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ দেহাৱসান

তেওঁ লগতে লিখিছে, “শিলচৰৰ এগৰাকী বিজেপি কার্যকর্তাৰ পৰা কেন্দ্রীয় মন্ত্রী হোৱালৈকে তেওঁৰ সুদীর্ঘ জীৱন পৰিক্রমা আমাৰ বাবে জনসেৱা আৰু নিঃস্বার্থ সমর্পণৰ উৎকৃষ্ট দৃষ্টান্ত হৈ থাকিব। তেওঁৰ আদৰ্শ আৰু কৰ্মৰাজিয়ে প্রতিগৰাকী কার্যকর্তাক অনুপ্রেৰণা যোগাব। এই শোকৰ মুহূর্তত তেওঁৰ পৰিয়ালৰ লগতে অসমবাসী তথা ভাৰতীয় জনতা পার্টীৰ পৰিয়াল শোকাহত হৈ আছে। ভগৱানৰ ওচৰত তেওঁৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু পৰিয়াল, আত্মীয়-স্বজন তথা গুণমুগ্ধৰ প্ৰতি গভীৰ সমবেদনা জনাইছোঁ।”

উল্লেখ্য যে ১৯৩১ চনৰ ১৫ ডিচেম্বৰত অবিভক্ত ভাৰত তথা বৰ্তমান বাংলাদেশৰ অন্তৰ্গত চিলেট জিলাৰ কমাৰশালত কবীন্দ্ৰ পুৰকায়স্থৰ জন্ম হৈছিল। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ লাভ কৰিছিল। ১৯৯৮ চনৰ পৰা ১৯৯৯ চনলৈ তেওঁ অটল বিহাৰী বাজপেয়ী চৰকাৰত যোগাযোগ বিভাগৰ ৰাজ্যিক মন্ত্ৰী আছিল। তেওঁ ১৯৯১ চনত শিলচৰ লোকসভা সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হৈছিল । ইয়াৰ পিছত ১৯৯৮ আৰু ২০০৯ চনত লোকসভালৈ নিৰ্বাচিত হৈছিল যদিও ২০১৪ চনত পৰাস্ত হয়।

Tags: KabindraPurkayastha
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো
National-International

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
50
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx