ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

New Year 2026 I সংকল্প আৰু সমাধানৰ বৰ্ষ হওক ২০২৬

কামৰুল খান

Staff Reporter by Staff Reporter
January 1, 2026
Reading Time: 1 min read
A A
0
New Year 2026 I সংকল্প আৰু সমাধানৰ বৰ্ষ হওক ২০২৬

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

চাওঁতে চাওঁতে সময়ৰ বুকুৰ পৰা বাগৰি পৰিল আৰু এটা বছৰ। ২০২৫ বৰ্ষই মেলানি মাগিলে। উদিত হ’ল ২০২৬ বৰ্ষৰ নতুন সূৰুয (New Year 2026)। ২০২৫ বৰ্ষটো আছিল ৰাজ্যখনৰ বাবে বহুকেইটা দিশত গুৰুত্বপূৰ্ণ। সমাজ, সাহিত্য, সংস্কৃতি, অৰ্থনীতি, ৰাজনীতি সকলো ক্ষেত্ৰতে বিগত বৰ্ষটো আছিল প্ৰাপ্তি আৰু হেৰুওৱাৰ এক মিশ্ৰিত বৰ্ষ। সকলো প্ৰাপ্তিক একাষৰীয়া কৰিও ২০২৫ বৰ্ষটো অসম তথা অসমীয়াৰ বাবে আছিল এক অতি দুখৰ বছৰ।

New Year 2026 I
সংকল্প আৰু সমাধানৰ বৰ্ষ হওক ২০২৬:

কিয়নো এই বছৰটোতে আমি হেৰুৱাবলগা হয় অসমৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। সেয়ে বিগত বৰ্ষটোৰ লেখ-জোখ কৰিবলৈ গ’লে এই কথাটোৱে প্ৰথমতে আহিব। সেয়ে সামগ্ৰিকভাৱে ক’বলৈ গ’লে ২০২৫ বৰ্ষটো অসমবাসীৰ বাবে এক অতি মৰ্মান্তিক বছৰ।

যিয়েই নহওক, নতুন বছৰ এটাই সময়ৰ বুকুত থিতাপি লোৱাৰ পিছত আমি এই বছৰটোক লৈ বিভিন্ন পৰিকল্পনা কৰিব লাগিব। আশা-প্ৰত্যাশা নতুন বছৰটোক লৈ নিশ্চিতভাৱে থাকিব।

IMG 20260101 125152 | ASSAM TIMES POST
সেয়ে নতুন বছৰৰ প্ৰথম দিনটোতে আমি সকলোকে এই বছৰটো যাতে শুভ হয় তাৰ কামনা কৰিছোঁ। এই বছৰটোত নাথাকক কোনো হিংসা-অসূয়াৰ ক’লীয়া ডাৱৰ, তাৰ পৰিৱৰ্তে শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ পৰিৱেশ গঢ়ি উঠক। সকলোৰে জীৱনলৈ সমৃদ্ধি আহক। সপোনবোৰ পূৰণ হওক। ৰাজ্যখনক বিভিন্ন দিশত আগবঢ়াই নিবলৈ সকলোৱে সহযোগিতা আগবঢ়াওক।

ব্যক্তিগত স্বাৰ্থতকৈ সামাজিক স্বাৰ্থই গুৰুত্ব পাওক। অসহিষ্ণু ৰাজনীতিৰ পৰা বিকাশৰ ৰাজনীতিৰ পৰিৱেশ গঢ়ি উঠক। জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতি অটুট থাকক। ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বেশেষে সকলোৱে সুখে-সন্তোষে হাতে হাত ধৰি আগবাঢ়ক- সেয়াই হওক এই বছৰটোৰ অংগীকাৰ। আহক আমি সকলোৱে এই বছৰটোত সংকল্পবদ্ধ হওঁ যে আই অসমীৰ মান আৰু নাম বিশ্বত জিলিকাবলৈ একত্ৰিতভাৱে আগবাঢ়ো, পদক্ষেপ গ্ৰহণ কৰোঁ।

ধনী-দুখীয়া, জাতি-জনজাতি, ধৰ্ম-সম্প্ৰদায় নিৰ্বিশেষে সকলোৰে বাবে যাতে আগন্তুক বছৰটোত অসমখন এখন সৰগৰ ধৰণী হয় তাৰ কামনা কৰিলোঁ। লগতে সকলো সমস্যাৰ সমাধান আনক এই বৰ্ষটোৱে, তাৰো কামনা কৰিলোঁ। পুনৰবাৰ ২০২৬ বৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ।

Tags: বৰ্ষ হওক ২০২৬সংকল্প আৰু সমাধানৰ
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো
National-International

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
50
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে
National-International

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
50
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে
National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026
50
Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব
National-International

Monty Baba : মদ, চিগাৰেট, মাংস পালেই মহিলাক গৰ্ভৱতী কৰি দিয়ে এইজন তান্ত্ৰিকে, কিন্তু কেনেকৈ? জানিলে আপুনিও আচৰিত হ’ব

June 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

DK Shivkumar : কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈয়ে অস্বস্তিত শিৱকুমাৰ; এজন মন্ত্ৰীৰ পদত্যাগ, মন্ত্ৰীত্বক লৈ অনিশ্চিত বহুতো

June 5, 2026
Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

Delhi fire I দিল্লীৰ হোটেলত দুয়ো দুয়োকে সাৱটি মৃত্যুক আঁকোৱালিলে এহাল দম্পতীয়ে

June 5, 2026
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

June 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx