ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Kheroni violence : উত্তপ্ত কাৰ্বি আংলঙত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ সংহঘৰ্ষত নিহত দুজন

নিউজ ডেস্কঃ

ASSAM TIMES POST by ASSAM TIMES POST
December 24, 2025
Reading Time: 1 min read
A A
0
Kheroni violence : উত্তপ্ত কাৰ্বি আংলঙত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ সংহঘৰ্ষত নিহত দুজন

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

এতিয়াও উত্তপ্ত হৈ আছে পশ্চিম কাৰ্বি আংলং (West Karbi Anglong)জিলা। মঙলবাৰৰ দিনটোত সংঘটিত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ সংহঘৰ্ষত নিহত দুজন কাৰ্বি প্ৰতিবাদকাৰী। এই কথা নিশ্চিত কৰিছে অসম আৰক্ষীয়ে। লগতে মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা ডঃ হিমন্ত বিশ্ব শৰ্মায়ো ইয়াৰ উল্লেখ কৰিছে।

 উত্তপ্ত কাৰ্বি আংলঙত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ সংহঘৰ্ষত নিহত দুজন

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত এই বিষয়ে লিখিছে, “পশ্চিম কাৰ্বি আংলঙৰ পৰিস্থিতিৰ ওপৰত আমি তীক্ষ্ণভাৱে নজৰ ৰাখি আছোঁ। আজিৰ অশান্ত পৰিস্থিতিত দুজন লোকৰ প্ৰাণ হেৰুওৱা ঘটনাটো অতি দুখজনক৷ শান্তি-শৃংখলা বজাই ৰাখিবলৈ ​​খেৰণীত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হ’ব। স্বাভাৱিক অৱস্থা ঘূৰাই অনা আৰু আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ বাবে আমি সংশ্লিষ্ট সকলোৰে সৈতে নিৰন্তৰ যোগাযোগত আছোঁ।”

তেওঁ লগতে লিখিছে, “নিহতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। চৰকাৰে ক্ষতিগ্ৰস্ত সকলো পৰিয়ালৰ সৈতে থিয় দিব আৰু প্ৰয়োজনীয় সকলো সহায় আগবঢ়াব।”

d5cb0f84 f24e 4eb6 be43 8eafd167900c | ASSAM TIMES POSTউল্লেখযোগ্য যে ইতিমধ্যে সমগ্ৰ খেৰণীত বিদ্যুৎ সংযোগ ব্যাহত হৈছে। আনহাতে, অসম আৰক্ষীৰ ডিজিপিয়ে জনোৱা মতে, এতিয়ালৈকে ৩৮ গৰাকী আৰক্ষীৰ লোক আহত হৈছে।
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত আৰক্ষীৰ গুলীত নিহত দুজনৰ ভিতৰত এজন হৈছে আফিক তিমুং।আনহাতে প্ৰতিবাদকাৰীৰ অগ্নিসংযোগত এজন জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয়/ যুৱক জনৰ নাম সুৰেচ দে (২৫) বুলি জানিব পৰা গৈছে।যুৱক জন বিশেষ ভাৱে সক্ষম বুলিও জানিব পৰা গৈছে।

Tags: উত্তপ্ত কাৰ্বি আংলঙত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ সংহঘৰ্ষত নিহত দুজন
Share4Tweet3Send

Related Posts

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত
KARBI ANGLONG

Diphu protest । কাৰ্বিভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ দাবীত প্ৰতিবাদ অব্যাহত

by Staff Reporter
July 7, 2026
50
Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক
KARBI ANGLONG

Bokajan Girl murder : বোকাজানৰ হাতীগড়ত যুৱতীক নৃশংস হত্যা, অচিনাক্ত দুৰ্বৃত্তই ঘৰতেই কাটিলে যুৱতীগৰাকীক

by News Desk
July 4, 2026
50
Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ
KARBI ANGLONG

Bokoliaghat Eviction : বকলীয়াঘাটত মন্দিৰ-ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত চলিল প্ৰশাসনৰ বুলড’জাৰ

by News Desk
July 3, 2026
50
ADVERTISEMENT
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

July 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

July 16, 2026
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

July 16, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

July 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT