ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

ULFA (I) : আলফা স্বাধীনত মোক্ষম আঘাত, শীৰ্ষ নেতা বাণ অসমৰ আত্মসমৰ্পণ

নিউজ ডেস্কঃ

ASSAM TIMES POST by ASSAM TIMES POST
December 2, 2025
Reading Time: 1 min read
A A
0
ULFA (I) : আলফা স্বাধীনত মোক্ষম আঘাত, শীৰ্ষ নেতা বাণ অসমৰ আত্মসমৰ্পণ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা

Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ

Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ

ক্ৰমাৎ যেন শক্তি হেৰুৱাই আহিছে আলফা (স্বাধীন)-এ। পৰেশ বৰুৱা নেতৃত্বাধীন অসমৰ বিচ্ছিন্নতাবাদী সংগঠনটোৱে শেহতীয়াভাৱে কেইবাটাও আঘাতৰ সন্মুখীন হৈছে। আলফাৰ ম্যানমাৰ শিবিৰত আক্ৰমণৰ ঘটনাত কেইবাজনো নেতাৰ মৃত্যুৰ পিছত আন কেইবাজনো নেতাই আত্মসমৰ্পণ কৰিছে। এইবাৰ পুনৰ আলফা (স্বাধীন)ক মোক্ষম আঘাত দি আত্মসমৰ্পণ কৰে সংগঠনটোৰ শীৰ্ষ নেতা বাণ অসমে।

আলফা স্বাধীনত মোক্ষম আঘাত, শীৰ্ষ নেতা বাণ অসমৰ আত্মসমৰ্পণ

ইয়াৰ পূৰ্বে আত্মসমৰ্পণ কৰিছিল অৰুণোদয় দহোটীয়াই। উল্লেখযোগ্য যে আলফা (স্বাধীন)ৰ ম্যানমাৰ শিবিৰৰ কেম্প কমাণ্ডাৰ আছিল বাণ অসম। তেওঁ মঙলবাৰে অৰুণাচলৰ নামছাইত আত্মসমৰ্পণ কৰে। আত্মসমৰ্পণৰ সময়ত বাণ অসমে অসম আৰক্ষীৰ হাতত এটা এম কিউ ৰাইফল আৰু ১৫০ জাই সক্ৰিয় গুলী জমা দিয়ে।

Tags: আলফা স্বাধীনত মোক্ষম আঘাতশীৰ্ষ নেতা বাণ অসমৰ আত্মসমৰ্পণ
Share4Tweet3Send

Related Posts

Abhi-Neel Murder case : ৰাজ্য কপোৱা অভি-নীলৰ হত্যাকাণ্ডৰ গোচৰৰ চুড়ান্ত ৰায়দান, ২০ জনক দোষী সাব্যস্ত,২৫ জনক দোষমুক্ত ঘোষণা
Assam

by News Desk
April 20, 2026
50
Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ
Assam

Abhi Neel murder case I অৱশেষত ৮ বছৰৰ অপেক্ষাৰ অন্ত, অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও আদালতৰ

by Staff Reporter
April 20, 2026
50
Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ
Assam

Runikhata Forest Office : চিৰাঙৰ ৰুণীখাতাত উত্তেজনা, বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ প্ৰতিবাদকাৰীৰ

by News Desk
April 17, 2026
50
Assam assembly election 2026 I গৈছিল নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ, কিন্তু ঘৰলৈ ঘূৰি নাহিল তেওঁ
Assam

Assam assembly election 2026 I গৈছিল নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ, কিন্তু ঘৰলৈ ঘূৰি নাহিল তেওঁ

by Staff Reporter
April 16, 2026
50
পথাৰৰ হুমুনিয়াহ আৰু উদং ভঁৰালৰ বিহু
Assam

পথাৰৰ হুমুনিয়াহ আৰু উদং ভঁৰালৰ বিহু

by Staff Reporter
April 12, 2026
50
ULFA leader Arunodoi Asom : আত্মসমৰ্পণৰ পিছত দীৰ্ঘদিনীয়া আত্মগোপনৰ পিছত অৱশেষত নিজগৃহত উপস্থিত আলফা নেতা অৰুণোদয় অসম
Assam

ULFA leader Arunodoi Asom : আত্মসমৰ্পণৰ পিছত দীৰ্ঘদিনীয়া আত্মগোপনৰ পিছত অৱশেষত নিজগৃহত উপস্থিত আলফা নেতা অৰুণোদয় অসম

by News Desk
April 11, 2026
50
ADVERTISEMENT
Kharge on Modi : মোদী সন্ত্ৰাসবাদী, প্ৰধানমন্ত্ৰীক লক্ষ্য আক্ৰমণ খাৰ্গেৰ
National-International

Modi Kharge row : প্ৰধানমন্ত্ৰী মোদীক ‘সন্ত্রাসবাদী’ আখ্যা দিয়াৰ অভিযোগ; খাৰ্গেৰ অস্বীকাৰ

April 21, 2026
50
Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ
Guwahati

Nepal Tariff affect : নেপালৰ শুল্ক নীতিয়ে কি প্ৰভাৱ পেলাইছে ভাৰতীয় বজাৰত

Assam Times Post is an Online Assamese and English News Portal from Assam.

Kharge on Modi : মোদী সন্ত্ৰাসবাদী, প্ৰধানমন্ত্ৰীক লক্ষ্য আক্ৰমণ খাৰ্গেৰ

Modi Kharge row : প্ৰধানমন্ত্ৰী মোদীক ‘সন্ত্রাসবাদী’ আখ্যা দিয়াৰ অভিযোগ; খাৰ্গেৰ অস্বীকাৰ

April 21, 2026
Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

Guwahati flash flood : মালিগাঁৱত কৃত্ৰিম বানত পায়েল নাথৰ মৃত্যু ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ

April 21, 2026
Nepal Tariff affect : নেপালৰ শুল্ক নীতিয়ে কি প্ৰভাৱ পেলাইছে ভাৰতীয় বজাৰত

Nepal Tariff affect : নেপালৰ শুল্ক নীতিয়ে কি প্ৰভাৱ পেলাইছে ভাৰতীয় বজাৰত

April 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT