ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

India lost Guwahati test I বোৰ্ডে মোৰ ভৱিষ্যত নিৰ্ণয় কৰক, গুৱাহাটী টেষ্টত লজ্জাজনক পৰাজয়ৰ পিছথ প্ৰশিক্ষক গম্ভীৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
November 26, 2025
Reading Time: 1 min read
A A
0
IND SA Guwahati Test I গুৱাহাটীত অসহায়ভাৱে আত্মসমৰ্পণ টীম ইণ্ডিয়াৰ, অন্তিমদিনা চাৰে তিনি ঘণ্টাতে পৰাজয় স্বীকাৰ

Oplus_131072

RELATED POSTS

EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

Tragedy on Hatigaon: হাতীগাঁওৰ পথত অঘটন, কুঁৱাত পৰি কৰুণ মৃত্যুএজন ব্যক্তিৰ

Fack Note : মহানগৰীত পুনৰ জাল নোটসহ এজনক গ্ৰেপ্তাৰ

New Logo Smal | ASSAM TIMES POST

নিউজীলেণ্ডৰ পিছত এইবাৰ দক্ষিণ আফ্ৰিকা। এবছৰতে ঘৰৰ মাটিত দুখনকৈ টেষ্ট শৃংখলাত পৰাস্ত হৈছে ভাৰত (Test Match)। কেৱল পৰাজয়ে নহয় হোৱাইট ৱাশ্ব হৈছে। বুধবাৰে গুৱাহাটীত পৰাজয়ৰ পিছত গৌতম গম্ভীৰক প্ৰশিক্ষকৰ পদৰ পৰা অপসাৰণৰ বাবে তীব্ৰ দাবী জনোৱা হৈছে।

India lost Guwahati test I
গুৱাহাটী টেষ্টত লজ্জাজনক পৰাজয়ৰ পিছথ প্ৰশিক্ষক গম্ভীৰ:

অৱশ্যে এই সন্দৰ্ভত বি চি চি আয়ে সিদ্ধান্ত ল’ব বুলি স্পষ্ট কৰি দিছে ভাৰতীয় প্ৰশিক্ষকগৰাকীয়ে। তেওঁ নিজাববীয়াকৈ পদত্যাগ কৰিব। লগতে তেওঁৰ অতীতৰ কৃতিত্বৰ কথাও সোঁৱৰাই দিয়ে।

এইবাৰ তেওঁক ড্ৰপ কৰা হ’ব নেকি? বুধবাৰে মেচখনৰ পিছত সোধাত গম্ভীৰে কয়, “এয়া ব’ৰ্ডৰ সিদ্ধান্ত হ’ব। মই আগতেও কৈছো আৰু পুনৰ কওঁ, ভাৰতীয় ক্ৰিকেট আটাইতকৈ গুৰুত্বপূৰ্ণ, মই নহয়। মনত ৰাখিব, মই সেইজন মানুহ, যিয়ে ইংলেণ্ডত ভাল প্ৰদৰ্শন কৰিছিল, চেম্পিয়নছ ট্ৰফী আৰু এছিয়া কাপ জয় কৰিছিল।”

তেওঁ লগতে কয়, “এই পৰাজয়ৰ বাবে সকলোৱেই দায়ী। কিন্তু দায়িত্ব মোৰ পৰাই আৰম্ভ হয়। আমি বহুত ভাল খেলিব লাগিব। ৯৫/১ৰ পৰা ১২২/৭লৈ যোৱাটো একেবাৰেই গ্ৰহণযোগ্য নহয়। কোনো বিশেষ ক্ৰিকেটাৰ বা কোনো বিশেষ শ্বটক দোষ দিব নোৱাৰি। সকলোৱে সমানে দায়ী। মই কেতিয়াও কাকো দোষ দিয়া নাই। ভৱিষ্যতেও মই তেনেকুৱা নকৰো।”

অৱশ্যে প্ৰশ্ন উত্থাপন কৰাত বিৰক্ত হৈ পৰে ভাৰতীয় প্ৰশিক্ষকগৰাকী। তেওঁ নিউজীলেণ্ডক দক্ষিণ আফ্ৰিকাৰ সৈতে তুলনা কৰিব বিচৰা নাই। তেওঁ কয়, “নিউজীলেণ্ডৰ বিৰুদ্ধে আমাৰ এটা বেলেগ দল আছিল। এতিয়া আমাৰ এটা বেলেগ দল আছে। মই নিশ্চিত যে আপোনালোকে (সংবাদ মাধ্যমে) বহু ক্ৰিকেট মেচৰ বাতৰি পৰিৱেশন কৰে। তেতিয়া আপোনালোকে এইটোও জানিব যে দুয়োটা দলৰ বেটিং বিভাগৰ মাজত কোনো তুলনা নাই। দুয়োটা দলৰ অভিজ্ঞতাৰ মাজত এক বৃহৎ পাৰ্থক্য আছে।”

গম্ভীৰে লগতে কয়, “আপোনালোকে সদায় নিউজীলেণ্ডৰ শৃংখলাক সকলোৰে সৈতে তুলনা কৰা উচিত নহয়। সেই শৃংখলাৰ পৰা এতিয়া চাৰি-পাঁচজন ক্ৰিকেটাৰ আছে। মই অজুহাত দেখুৱাব নোৱাৰো। মই ভৱিষ্যতেও সেইবোৰ বনাব নোৱাৰো। কিন্তু যদি আপোনালোকে চায় তেন্তে বুজিব যে প্ৰথম আঠজনৰ ভিতৰত চাৰি-পাঁচজন বেটছমেনে ১৫ খন বা তাতকৈ কম টেষ্ট খেলিছে।”
এই পৰাজয়ৰ পৰা ক্ৰিকেটাৰসকলে বহুখিনি শিকিব বুলি আশা কৰিছে গম্ভীৰে।

ভাৰতৰ প্ৰশিক্ষকগৰাকীয়ে কয়, “তেওঁলোকে ক্ৰমান্বয়ে নিজৰ উন্নতি সাধন কৰিব। এতিয়া তেওঁলোকে নিজৰ কাম ভালদৰে শিকিছে। টেষ্ট ক্ৰিকেট খেলাটো একেবাৰেই সহজ নহয়। বিশেষকৈ যেতিয়া আপুনি শীৰ্ষমানৰ দলৰ বিৰুদ্ধে খেলে। সেইবাবেই মই তেওঁলোকক সময় দিবলৈ কৈছো। চাপৰ মুখামুখি হ’বলৈ তেওঁলোকক সময় দিব লাগিব। লাহে লাহে তেওঁলোকে ভাল দলৰ বিৰুদ্ধে ভাল খেলিবলৈ শিকিব।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: গুৱাহাটী টেষ্টত লজ্জাজনক পৰাজয়ৰপিছথ প্ৰশিক্ষক গম্ভীৰবোৰ্ডে মোৰ ভৱিষ্যত নিৰ্ণয় কৰক
Share5Tweet3Send

Related Posts

EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL
Guwahati

EVMক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL

by News Desk
September 18, 2026
53
Tragedy on Hatigaon: হাতীগাঁওৰ পথত অঘটন, কুঁৱাত পৰি কৰুণ মৃত্যুএজন ব্যক্তিৰ
Guwahati

Tragedy on Hatigaon: হাতীগাঁওৰ পথত অঘটন, কুঁৱাত পৰি কৰুণ মৃত্যুএজন ব্যক্তিৰ

by ASSAM TIMES POST
September 18, 2026
54
Fack Note : মহানগৰীত পুনৰ জাল নোটসহ এজনক গ্ৰেপ্তাৰ
Guwahati

Fack Note : মহানগৰীত পুনৰ জাল নোটসহ এজনক গ্ৰেপ্তাৰ

by News Desk
September 17, 2026
51
Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ
Guwahati

Ramanuj case : এনকাউণ্টাৰ নহয়, গাড়ীৰ পৰা জঁপিয়াই মৃত্যু ৰামানুজৰ; আৰক্ষীৰ স্পষ্টীকৰণ

by News Desk
September 14, 2026
52
Ramanuj encounter : পত্নীহন্তা ৰামানুজক আৰক্ষীৰ এনকাউণ্টাৰ
Guwahati

Ramanuj encounter : পত্নীহন্তা ৰামানুজক আৰক্ষীৰ এনকাউণ্টাৰ

by News Desk
September 14, 2026
52
Ganeshguri Sexual assault : গণেশগুৰীৰ হোটেলত ১৫ বছৰীয়া কিশোৰীক নিৰ্যাতনৰ অভিযোগ
Guwahati

Ganeshguri Sexual assault : গণেশগুৰীৰ হোটেলত ১৫ বছৰীয়া কিশোৰীক নিৰ্যাতনৰ অভিযোগ

by News Desk
September 11, 2026
57
ADVERTISEMENT
Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
57
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা
DIPHU

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
61
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত
National-International

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
51
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ
National-International

Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

September 21, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

September 21, 2026
CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

CM Himanta Biswa Sarma : ডিফুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দল-সংগঠনৰ সৈতে আলোচনা

September 21, 2026
Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d