ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

Punjab DIG case I ৫ কোটি নগদ ধন, অ’ডি-মাৰ্চিডিছ, ডেৰ কেজি সোণ; সম্পত্তিৰ পাহাৰ গঢ়ি চিবিআইৰ জালত পঞ্জাবৰ ডিআইজি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 17, 2025
Reading Time: 1 min read
A A
0
Punjab DIG case I ৫ কোটি নগদ ধন, অ’ডি-মাৰ্চিডিছ, ডেৰ কেজি সোণ; সম্পত্তিৰ পাহাৰ গঢ়ি চিবিআইৰ জালত পঞ্জাবৰ ডিআইজি

Oplus_131072

RELATED POSTS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

Golaghat Police seized illegal weapons in Nagaland

New Logo Smal 1 | ASSAM TIMES POST

নগদ পাঁচ কোটি টকা, গেৰেজত অ’ডি, মাৰ্চিডিজ গাড়ী, ড্ৰয়াৰত সজাই থোৱা দামী ঘড়ী। পঞ্জাবৰ এজন আই পি এছ বিষয়াৰ ঘৰত (Punjab DIG Case) তালাচী অভিযানৰ সময়ত এই সম্পত্তিৰ পাহাৰ দেখি স্তম্ভিত হৈ পৰে চিবিআই।

Punjab DIG case I 
সম্পত্তিৰ পাহাৰ গঢ়ি চিবিআইৰ জালত পঞ্জাবৰ ডিআইজি:

কেৱল সেয়াই নহয়, কেন্দ্ৰীয় তদন্তকাৰীয়ে বিষয়াজনৰ ঘৰৰ পৰা জব্দ কৰে সোণৰ মূল্যৱান গহনাও।
উৎকোচৰ অভিযোগৰ ভিত্তিত তদন্ত আৰম্ভ হয়। তাৰ আধাৰত চিবিআয়ে পঞ্জাবৰ ৰোপাৰ ৰেঞ্জৰ ডিআইজি হৰচৰণ সিং ভুলাৰৰ ঘৰত অভিযান চলায়।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ সূত্ৰ অনুসৰি, এই তালাচী অভিযানৰ সময়ত আই পি এছ বিষয়াগৰাকীৰ ঘৰৰ পৰা কোটি কোটি টকাৰ সম্পত্তি উদ্ধাৰ হয়। চিবিআয়ে কয় যে হৰচৰণে স্থানীয় এজন ব্যৱসায়ীৰ বিৰুদ্ধে ৰুজু হোৱা অপৰাধমূলক গোচৰ ‘উঠাই’ লোৱাৰ প্ৰতিশ্ৰুতি দি উৎকোচ দাবী কৰিছিল। সেই ভিত্তিতে ধৰা পৰে ডি আই জি হৰচৰণ।

পঞ্জাবৰ ফতেহগড় চাহিবৰ ব্যৱসায়ী আকাশ বট্টাই কিছুদিন পূৰ্বে উৎকোচৰ এজাহাৰ দাখিল কৰিছিল। অভিযোগ অনুসৰি, ডিআইজি হৰচৰণে তেওঁক ভুৱা গোচৰত জড়িত কৰাৰ ভাবুকি দিছিল। একে সময়তে তাৰ পৰা মুক্তি পোৱাৰ পথো দেখুৱাই দিয়ে। প্ৰথম অৱস্থাত হৰচৰণে ৮ লাখ টকা দাবী কৰিছিল।

লগতে ডিআইজি হৰচৰণে কৈছিল যে যদি তেওঁ প্ৰতিমাহে নিৰ্দিষ্ট পৰিমাণৰ ধন জমা কৰে তেন্তে তেওঁ গোচৰৰ পৰা মুক্ত হ’ব। অৱশ্যে তেওঁ পোনপটীয়াকৈ উৎকোচ বিচৰা নাছিল। কৃষ্ণ নামৰ এজন ব্যক্তিৰ মধ্যস্থতাত ‘চুক্তি’ কৰা হৈছিল। অভিযোগ কৰা ব্যৱসায়ীজনে এই দাবী কৰে।

কৃষ্ণ নামৰ সেই ব্যক্তিজনকো চিবিআয়ে গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰী সংস্থাটোৰ সূত্ৰ অনুসৰি, কৃষ্ণক ধৰিবলৈ ফান্দ পাতিছিল। কৃষ্ণক আঠ লাখ টকা দিয়া হ’ব বুলি ‘টোপ’ দি চণ্ডীগড়ৰ ছেক্টৰ-২১ এলেকালৈ মতা হৈছিল। ধন লৈ যোৱাৰ সময়তে কেন্দ্ৰীয় চোৰাংচোৱাই কৃষ্ণক হাতে-লোতে ধৰে। ইয়াৰ পিছত তেওঁলোকে সেই একে কৃষ্ণকে ব্যৱহাৰ কৰি হৰচৰণক ফান্দত পেলায়।

তেওঁৰ নম্বৰৰ পৰা হৰচৰণক ফোন কৰে। তেতিয়াই উৎকোচৰ বিষয়টো অধিক স্পষ্ট হৈ পৰে। মোহালীৰ হৰচৰণৰ কাৰ্যালয়ত চিবিআইৰ এটা দলে অভিযান চলায়। তাৰ পৰাই তেওঁক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ পিছত চিবিআয়ে বিভিন্ন স্থানত তালাচী আৰম্ভ কৰে।

সূত্ৰ অনুসৰি, হৰচৰণৰ ঘৰৰ পৰা এই পৰ্যন্ত ৫ কোটি টকা নগদ ধন উদ্ধাৰ কৰা হৈছে। অৱশ্যে তেওঁৰ লগত অধিক ধন থকাৰ তথ্য পোৱা গৈছে। ইয়াৰ পৰিমাণ এতিয়াও জানিব পৰা হোৱা নাই। গণনা চলি আছে। ইয়াৰ উপৰি চিবিআয়ে ডেৰ কেজি সোণৰ গহনা, দুখন বিলাসী গাড়ী, ২২টা দামী ঘড়ী, ৪০ লিটাৰ সুৰা আদি বহু বস্তু উদ্ধাৰ কৰিছে।

উল্লেখ্য যে হৰচৰণ ২০০৯ চনৰ বেচৰ আই পি এছ বিষয়া। ডিআইজি হোৱাৰ পূৰ্বে তেওঁ পঞ্জাবৰ বিভিন্ন ঠাইত আৰক্ষী অধীক্ষকৰ পদত অধিষ্ঠিত হৈছিল। হৰচৰণ ২০২৪ চনৰ পৰা ৰোপা ৰেঞ্জৰ ডিআইজি হিচাপে কাম কৰি আহিছে। তেওঁৰ পিতৃও আৰক্ষী বিষয়া আছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অ’ডি-মাৰ্চিডিছডেৰ কেজি সোণ;পঞ্জাবৰ ডিআইজিসম্পত্তিৰ পাহাৰ গঢ়ি চিবিআইৰ জালত৫ কোটি নগদ ধন
Share4Tweet3Send

Related Posts

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত
ALL NEWS

দুৰ্গোৎসৱৰ মাজতে বশিষ্ট আৰক্ষীৰ বৃহৎ অভিযান,৪ ডকাইত পৰিল আৰক্ষীৰ জালত

by ASSAM TIMES POST
October 18, 2026
51
Fakiraganj Road accident : ই-ৰিক্সাৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱালে কণমানি
accident

Road Accident : শিৱসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনা, কৰুণ মৃত্যুক সাবটিলে ২৬ বছৰীয়া যুৱ অভিযন্তা আকাশ লাহনে

by ASSAM TIMES POST
October 18, 2026
51
Golaghat Police seized illegal weapons in Nagaland
ALL NEWS

Golaghat Police seized illegal weapons in Nagaland

by ASSAM TIMES POST
September 29, 2026
50
Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping
ALL NEWS

Tragedy at Night: 4 Family Members Burned to Death After Refrigerator Explodes while Sleeping

by News Desk
September 15, 2026
54
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

by News Desk
September 10, 2026
53
Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ
ALL NEWS

Sheikh Hasina : ধন আৰু আস্থাৰ অভাৱ, বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পদত্যাগ হাছিনাৰ কন্যা ছাইমাৰ

by News Desk
September 10, 2026
51
ADVERTISEMENT
Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি
Assam

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

October 24, 2026
52
Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক
National-International

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

October 24, 2026
53
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ
Assam

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

October 24, 2026
53
Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য
Dima Hasao

Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য

October 24, 2026
61
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

Assam Govt recruitment : অসম চৰকাৰৰ বৃহৎ নিযুক্তি, বিভিন্ন বিভাগৰ ৫ হাজাৰোধিক পদত হ’ব নিযুক্তি

October 24, 2026
Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

October 24, 2026
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

October 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d