ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Wife sex video leak I পত্নীৰ অজ্ঞাতে যৌন ভিডিঅ’ লাইভষ্ট্ৰীম স্বামীৰ, ভিডিঅ’ বিয়পি পৰাৰ লগে লগে হাহাকাৰ পৰিস্থিতি

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 4, 2025
Reading Time: 1 min read
A A
0
Jharkhand student rape case : ঝাৰখণ্ডত স্কুলৰ পৰা উভতি অহাৰ পথত ১৬ বছৰীয়া জনজাতীয় কিশোৰীক দলবদ্ধ ধৰ্ষণ

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

হায়দৰাবাদৰ (Hyderabad Case) চাইবাৰাবাদৰ আৰক্ষীয়ে যোৱা সপ্তাহত পত্নীৰ অজ্ঞাতে বৈবাহিক সম্পৰ্কৰ ভিডিঅ’ লাইভষ্ট্ৰিমিং কৰি ধন উপাৰ্জন কৰি থকা ৩৩ বছৰীয়া এজন ছফ্টৱেৰ অভিযন্তাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্তই দীৰ্ঘদিন ধৰি নিজৰ শোৱনি কোঠাত লেপটপ ৱেবকেম লগাই এই কাম কৰি আহিছিল।

Wife sex video leak I
পত্নীৰ অজ্ঞাতে যৌন ভিডিঅ’ লাইভষ্ট্ৰীম স্বামীৰ:

২০১৬ চনৰ নৱেম্বৰ মাহত ভুক্তভোগীৰ পত্নী, যি নিজেও এগৰাকী ছফ্টৱেৰ অভিযন্তা, তেওঁ চাইবাৰ ক্ৰাইম আৰক্ষীত এজাহাৰ দাখিল কৰিছিল। তেওঁ কয় যে তেওঁৰ এজন বন্ধুৱে তেওঁক সতৰ্ক কৰি দিছিল যে তেওঁ আৰু তেওঁৰ স্বামীৰ এটা যৌন ভিডিঅ’ ইণ্টাৰনেটৰ কিছুমান পৰ্ণ ছাইটত প্ৰচাৰিত হৈছে।

আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ সময়ত প্ৰথমে ভিডিঅ’টোৰ আই পি ঠিকনা কেৰালাৰ ত্ৰিশূৰত ট্ৰেচ কৰা হৈছিল। জেৰাৰ সময়ত স্থানীয় এজন লোকে স্বীকাৰ কৰে যে তেওঁ ভিডিঅ’টো জনপ্ৰিয় পৰ্ণ ছাইটৰ পৰা ডাউনলোড কৰি আন এটা ছাইটত আপলোড কৰিছিল।

চাইবাৰাবাদ আৰক্ষীৰ সহকাৰী আয়ুক্ত এছ জয়ৰামে কয় যে অধিক তদন্তত প্ৰকাশ পাইছে যে প্ৰকৃততে এই ভিডিঅ’সমূহ দম্পতীহালৰ শোৱনি কোঠাৰ পৰা লাইভষ্ট্ৰীম কৰা হৈছিল। “আমি তেতিয়াই তেওঁৰ স্বামীক সন্দেহ কৰো। তেওঁৰ ইমেইল, বেংকৰ লেনদেন আৰু ছ’চিয়েল মিডিয়া একাউণ্ট পৰীক্ষা কৰাৰ পিছত আমাৰ হাতত যথেষ্ট প্ৰমাণ আহে।” তেওঁ কয় ।

ইফালে আৰক্ষীৰ জেৰাৰ সময়ত অভিযুক্ত স্বামীয়ে স্বীকাৰ কৰে যে তেওঁ লেপটপটো এনেদৰে ছেট আপ কৰিছিল যে তেওঁৰ পত্নীৰ দৃশ্য কেমেৰাত আহিছিল যদিও তেওঁৰ নিজৰ মুখখন বেছিভাগেই লুকাই আছিল। পত্নীক অন্যমনস্ক কৰিবলৈ তেওঁ একে সময়তে লেপটপত চিনেমা চলাই ৰাখে।

তদন্তত এই কথাও পোহৰলৈ আহিছে যে অভিযুক্তই সৰুৰে পৰা পৰ্ণ’গ্ৰাফীৰ প্ৰতি আসক্ত আছিল। পিছত তেওঁ নিজকে ‘পুৰুষ এস্কৰ্ট’ হিচাপে কিছুমান ৱেবছাইটত পঞ্জীয়ন কৰে। আৰ্থিক লোভত তেওঁ পত্নীৰ অজ্ঞাতে পৰ্ণ ছাইটত অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’ লাইভষ্ট্ৰীমিং কৰিবলৈ আৰম্ভ কৰে।

এই ঘটনাত অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০৯ নং ধাৰা (মহিলাক নিৰ্যাতন চলোৱাৰ উদ্দেশ্যেৰে কৰা শব্দ, ইংগিত বা কাম), ৬৭ নং ধাৰা (ইলেক্ট্ৰনিক মাধ্যমেৰে অশ্লীল সামগ্ৰী প্ৰচাৰ কৰা) আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৬-ই ধাৰা (ব্যক্তিগত গোপনীয়তা উলংঘা)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, ভুক্তভোগীৰ পত্নীয়ে এই বিষয়টো ৰাজহুৱা নকৰিবলৈ অনুৰোধ জনাইছিল, কিয়নো ইয়াৰ ফলত তেওঁৰ সামাজিক সুনামৰ ক্ষতি হ’ব পাৰে। সেয়েহে প্ৰথমে গ্ৰেপ্তাৰ অভিযান আৰু তদন্ত গোপনে ৰখা হৈছিল।

প্ৰযুক্তিৰ জৰিয়তে ব্যক্তিগত গোপনীয়তাৰ আগ্ৰাসন কিমান বিধ্বংসী হ’ব পাৰে, আৰু ঘৰৰ চাৰিবেৰৰ ভিতৰতো এগৰাকী নাৰী কিমান নিৰাপত্তাহীন হ’ব পাৰে, এই ঘটনাই পুনৰ প্ৰমাণ কৰে।

Tags: পত্নীৰ অজ্ঞাতে যৌন ভিডিঅ'ভিডিঅ' বিয়পি পৰাৰ লগে লগেলাইভষ্ট্ৰীম স্বামীৰহাহাকাৰ পৰিস্থিতি
Share4Tweet3Send

Related Posts

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

by News Desk
July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

by News Desk
July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

by News Desk
July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

by News Desk
July 25, 2026
50
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
National-International

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

by Staff Reporter
July 25, 2026
50
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ
National-International

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

by Staff Reporter
July 25, 2026
50
ADVERTISEMENT
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

July 26, 2026
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx