ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Putin on Trump tariff I ট্ৰাম্পৰ শুল্কত হোৱা ভাৰতৰ লোকচানৰ ক্ষতিপূৰণ দিব ৰাছিয়াই

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
October 3, 2025
Reading Time: 1 min read
A A
0
Putin on Trump tariff I ট্ৰাম্পৰ শুল্কত হোৱা ভাৰতৰ লোকচানৰ ক্ষতিপূৰণ দিব ৰাছিয়াই

Oplus_131072

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

ৰাছিয়াৰ পৰা খনিজ তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক (Trump Tarrif) আৰোপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ফলত ভাৰত-আমেৰিকাৰ বাণিজ্যত আঘাত হানিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ঘোষণা কৰিছে যে ট্ৰাম্পৰ শুল্ক আদায়ৰ ফলত হোৱা ভাৰতৰ লোকচানৰ ক্ষতিপূৰণ ৰাছিয়াই দিব।

Putin on Trump tariff I
ট্ৰাম্পৰ শুল্কত হোৱা ভাৰতৰ লোকচানৰ ক্ষতিপূৰণ দিব ৰাছিয়াই:

তেওঁ কয় যে মস্কোৱে ভাৰতৰ পৰা অধিক সামগ্ৰী ক্ৰয় কৰাৰ কথা চিন্তা কৰিছে। ইয়াৰ ফলত ৰাছিয়াৰ সৈতে ভাৰতৰ বাণিজ্যিক ঘাটি হ্ৰাস পাব। বৃহস্পতিবাৰে ৰাছিয়াৰ ছোচি চহৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ভালদাই ডিছকাচন ফ’ৰামত অংশগ্ৰহণ কৰে পুটিনে।

তাৰ পৰাই তেওঁ ভাৰতৰ সৈতে ৰাছিয়াৰ সম্পৰ্কৰ বিষয়ে মুকলিকৈ কয়। আনকি ডিচেম্বৰৰ আৰম্ভণিতে তেওঁ নিজেই ভাৰতলৈ আহিব পাৰে বুলিও কয়। বিশ্ব নিৰাপত্তা আৰু ভূ-ৰাজনৈতিক বিশেষজ্ঞসকল ভালদাই ডিছকাচন ফ’ৰামৰ সদস্য। এই মঞ্চৰ ভাৰতকে ধৰি মুঠ ১৪০ খন দেশৰ সৈতে যোগাযোগ আছে।

পুটিনে কয়, “ভাৰতৰ সৈতে আমাৰ কেতিয়াও কোনো সংঘাত বা দ্বন্দ্ব হোৱা নাই। এদিনো হোৱা নাই।” বৰঞ্চ ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ স্বাধীনতা যুদ্ধৰ সময়ত ছোভিয়েট ইউনিয়নৰ ভূমিকাক সোঁৱৰাই দি কয়, “ভাৰতত সকলোৱে জানে আমি কি কৰিছোঁ। তেওঁলোকৰ মনত আছে। তেওঁলোকেও ইয়াক গুৰুত্ব দিয়ে।”

পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো প্ৰশংসা কৰা শুনা যায়। মোদীক ‘বন্ধু’ আখ্যা দি তেওঁ কয় যে ৰাছিয়া আৰু ভাৰতৰ সম্পৰ্কত বিশ্বাস আছে। ইয়াৰ পিছত পুটিনে কয় যে ভাৰতক ক্ষতিপূৰণ দিব।

তেওঁ কয়, “আমেৰিকাৰ শুল্কৰ বাবে ভাৰতে যি ক্ষতিৰ সন্মুখীন হৈছে, তাৰ ক্ষতিপূৰণ আমাৰ খনিজ তেল আমদানিৰ মাধ্যমেৰে কৰা হ’ব। একে সময়তে এই স্থিতিৰ বাবে ভাৰতৰ সাৰ্বভৌম দেশ হিচাপে মৰ্যাদাও বৃদ্ধি পাব।” ৰাছিয়াই ভাৰতৰ পৰা অধিক ঔষধ আৰু কৃষিজাত সামগ্ৰী ক্ৰয় কৰাৰ চিন্তা কৰিছে। পুটিনে কয়, “ভাৰতৰ পৰা অধিক কৃষিজাত সামগ্ৰী কিনিব পাৰি। ঔষধি সামগ্ৰীৰ বাবেও আমাৰ ফালৰ পৰা কিছু পদক্ষেপ ল’ব পাৰি।”

উল্লেখ্য যে বিগত কেইবছৰমানৰ পৰা ইউক্ৰেইনৰ সৈতে ৰাছিয়া যুদ্ধত লিপ্ত হৈ আছে। যুদ্ধ আৰম্ভ হোৱাৰ পৰাই আমেৰিকাকে ধৰি পশ্চিমীয়া বিশ্বই তেওঁলোকৰ ওপৰত কেইবাটাও বাধা আৰোপ কৰিছিল। কিন্তু এই ক্ষেত্ৰত ভাৰতৰ স্থিতি নিৰপেক্ষ। ৰাছিয়াই যেতিয়া খনিজ তেলৰ মূল্য হ্ৰাস কৰে, তেতিয়া দিল্লীয়ে তেওঁলোকৰ পৰা তেল ক্ৰয় বৃদ্ধি কৰে।

হোৱাইট হাউছে এই সন্দৰ্ভত আপত্তি দৰ্শায়। তেওঁলোকে দাবী কৰে যে দিল্লীৰ এই সিদ্ধান্তৰ বাবেই ইউক্ৰেইনৰ যুদ্ধ শেষ হোৱা নাই। কাৰণ মস্কোৱে ভাৰতক তেল বিক্ৰী কৰি যুদ্ধৰ বাবে প্ৰয়োজনীয় ধন লাভ কৰি আছে। ইয়াক বন্ধ কৰিবলৈ ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল।

কিন্তু পৰিস্থিতি এতিয়াও সলনি হোৱা নাই। ভাৰতে কয় যে তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ বাণিজ্য নীতি নিৰ্ধাৰণ কৰে। ফলত আমেৰিকাৰ সৈতে ভাৰতৰ সম্পৰ্কও কিছু অৱনতি ঘটিছে। পুটিনে কয় যে এই ‘ঘাটি’ ওলোটা বাণিজ্যৰ জৰিয়তে আদায় কৰা হ’ব।

Tags: ট্ৰাম্পৰ শুল্কত হোৱা ভাৰতৰলোকচানৰ ক্ষতিপূৰণ দিব ৰাছিয়াই
Share4Tweet3Send

Related Posts

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

by News Desk
July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

by News Desk
July 18, 2026
50
CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ
National-International

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

by News Desk
July 18, 2026
50
Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা
National-International

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

by News Desk
July 18, 2026
50
Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ
National-International

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

by Staff Reporter
July 18, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
National-International

Sonam Wangshuk I দীঘলীয়া উপবাসৰ সময়ত জলশূন্যতাত দুৰ্বল ৱাংচুক, এইবাৰ অনশনত পইঁতাচোৰা পাৰ্টীৰ প্ৰতিষ্ঠাপক  

by Staff Reporter
July 18, 2026
50
ADVERTISEMENT
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 19, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 19, 2026
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

July 19, 2026
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx