ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰবি আংলং আৰক্ষীৰ বৃহৎ সফলতা দুই শিশু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ, ৪ টা শিশু সহ এগৰাকী মাতৃক উদ্ধাৰ, ডিফুত এছপিৰ সংবাদমেল –

ষ্টাফ ৰিপৰ্টাৰ, ডিফু

Staff Reporter by Staff Reporter
September 5, 2025
Reading Time: 1 min read
A A
0
কাৰবি আংলং আৰক্ষীৰ বৃহৎ সফলতা দুই শিশু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ, ৪ টা শিশু সহ এগৰাকী মাতৃক উদ্ধাৰ, ডিফুত এছপিৰ সংবাদমেল –

RELATED POSTS

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

New Logo Smal 1 | ASSAM TIMES POST

কাৰবি আংলং (Karbi Anglong) জিলাতো মানৱ সৰবৰাহকৰী চক্ৰ সক্ৰিয় হৈ আছে ৷ আজি সন্ধিয়া প্ৰায় ৬ বজাত ডিফু আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মিলন কক্ষত এক সংবাদ মেলত এই কথা স্পষ্ট কৰে কাৰবি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই ৷

Screenshot 2025 09 05 22 56 41 41 7352322957d4404136654ef4adb64504 | ASSAM TIMES POST
কাৰবি আংলং আৰক্ষীৰ বৃহৎ সফলতা দুই শিশু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ:

কাৰবি আংলং আৰক্ষী  দিল্লীলৈ গৈ  শিশু সৰবৰাহকাৰীৰ কৱলৰ পৰা ৪ শিশু সহ এগৰাকী মাতৃক উদ্ধাৰ কৰিছে ৷

১৭ আগষ্টত বকলীয়াঘাট থানাৰ দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত কাৰবি আংলং জিলাৰ সদৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটি দলে দিল্লীৰ বিভিন্ন স্হানত অভিযান চলাই  বকলীয়াঘাটৰ মাতৃ আৰু শিশু কন্যাক উদ্ধাৰ কৰে ৷

লগতে ২গৰাকী পশ্চিম বংগৰ শিশু আৰু ১ গৰাকী গোলাঘাটৰ শিশুকো মানৱ সৰবৰাহকাৰীৰ হাতৰ পৰা উদ্ধাৰ কৰি আনে কাৰবি আংলং আৰক্ষীয়ে ৷ প্ৰতিটো শিশুক ৩০ হাজাৰ টকাত আৰু মাতৃ গৰাকীক ১ লাখ টকাত ৰাজস্থানত বিক্ৰী কৰা হৈছিল ৷

মানৱ সৰবৰাহৰ লগত জড়িত মীনা ইংহিপী ওৰফে মীনা যাদব আৰু সঞ্জয় লোহাৰ নামৰ পুৰুষ-মহিলা হালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে এই চক্ৰৰ লগত আৰু কোন কোন জড়িত আছে তাৰ অনুসন্ধান কৰি আছে কাৰবি আংলং আৰক্ষীয়ে ৷

আজি সন্ধিয়া এক সংবাদ মেলত কাৰবি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই এই তথ্য জানিবলৈ দিছে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ; ৪ টা শিশু সহ এগৰাকী মাতৃক উদ্ধাৰকাৰবি আংলং আৰক্ষীৰ বৃহৎ সফলতাডিফুত এছপিৰ সংবাদমেল -দুই শিশু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
Share4Tweet3Send

Related Posts

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
62
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!
KARBI ANGLONG

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত!

by News Desk
September 7, 2026
58
ADVERTISEMENT
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
57
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত
National-International

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
52
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas
Assam

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026
51
US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত
National-International

US tariff on India : ভাৰতীয় সামগ্ৰীৰ ওপৰত ট্ৰাম্পৰ নতুন বিধেয়ক, কি প্ৰভাৱ পৰিব ভাৰতত

September 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026
Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

Indian Navy : ভাৰতীয় নৌসেনা একাডেমীৰ পৰা গ্ৰেপ্তাৰ বাংলাদেশী, আছিল অস্থায়ী কৰ্মচাৰী ৰূপে কৰ্মৰত

September 19, 2026
Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

Heartfelt ‘Mayabini’ Tribute Echoes During Zubeen Divas

September 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d