ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Air India flight crash I  মোৰ ভাই আছিল বিমানখনৰ ফাৰ্ষ্ট অফিচাৰ, অভিনেতা বিক্ৰান্ত মেছিৰ আৱেগিক টুইট

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
June 13, 2025
Reading Time: 1 min read
A A
0
Air India flight crash I  মোৰ ভাই আছিল বিমানখনৰ ফাৰ্ষ্ট অফিচাৰ, অভিনেতা বিক্ৰান্ত মেছিৰ আৱেগিক টুইট

RELATED POSTS

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ

BRICKS Summit 2026 : ৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ, শনিবাৰে মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা

New Logo Smal 1 | ASSAM TIMES POST

বৃহস্পতিবাৰে বিয়লি আহমেদাবাদত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা (Ahmedabad Flight Accident)। চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতে দুৰ্ঘটনাগ্ৰস্ত হয় এয়াৰ ইণ্ডিয়াৰ এ আই ১৭১ বিমানখন।

Air India flight crash I 
মোৰ ভাই আছিল বিমানখনৰ ফাৰ্ষ্ট অফিচাৰ, অভিনেতা বিক্ৰান্ত মেছিৰ আৱেগিক টুইট:

আৰক্ষী সূত্ৰই জনোৱা মতে, লণ্ডনৰ গেটৱিক বিমানবন্দৰ অভিমুখী বয়িং ৭৮৭-৮ ড্ৰিমলাইনাৰ বিমানখনত মুঠ ২৪২ জন যাত্ৰী আৰু ক্ৰু আছিল আৰু ইয়াৰে কমেও ২৪১ জনৰ মৃত্যু হৈছে।
আনহাতে, অভিনেতা বিক্ৰান্ত মেছিৰ ভাতৃ ফাৰ্ষ্ট অফিচাৰ ক্লাইভ কুণ্ডাৰে এই মৰ্মান্তিক দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়।

ইনষ্টাগ্ৰামত এক আৱেগিক ষ্ট’ৰীত বিক্ৰান্তে লিখিছে, “এই মৰ্মান্তিক দুৰ্ঘটনাত আপোনজনক হেৰুওৱাসকলৰ বাবে মোৰ হৃদয় ভাঙি গৈছে। মোৰ খুড়া ক্লিফৰ্ড কুণ্ডাৰে নিজৰ পুত্ৰ ক্লাইভ কুণ্ডাৰক হেৰুৱাইছে বুলি জানি আৰু বেছি কষ্ট হৈছে। বিমানখনৰ প্ৰথম বিষয়া আছিল তেওঁ। ভগৱানে মোৰ খুড়াৰ পৰিয়ালক শক্তি দিয়ক আৰু যিসকল গভীৰভাৱে প্ৰভাৱিত হৈছে তেওঁলোককো শক্তি প্ৰদান কৰক।”

ক্লাইভ কুণ্ডাৰ ইয়াৰ পূৰ্বে এজন দক্ষ সহ-পাইলট আছিল আৰু তেওঁৰ ১১০০ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা আছিল।

বিমানখনৰ অধিনায়ক আছিল সুমিত চভাৰৱাল। ৮২০০ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতাৰে তেওঁ আছিল লাইন ট্ৰেইনিং কেপ্টেইন। বৃহস্পতিবাৰে দিনৰ প্ৰায় ১.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। গুজৰাটৰ মেঘনী নগৰৰ এখন চৰকাৰী চিকিৎসা মহাবিদ্যালয়ৰ হোষ্টেলত খুন্দা মৰাৰ ফলত বিমানখন ক্ষন্তেকতে জুইত জাহ যায়।

দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ধ্বংসাৱশেষে অঞ্চলটো আৱৰি ধৰে। ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ গুজৰাট শাখাৰ প্ৰতিনিধি ডাঃ মেহুল শ্বাহে জনোৱা মতে, নিহতসকলৰ ভিতৰত তিনিজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰও আছে। বহুকেইজন সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈছে।

জানিব পৰা মতে, বিমানখন উৰণৰ কিছু সময়ৰ পাছতেই পাইলটে মে’ ডে’ কল কৰিছিল। কিন্তু বিমান পৰিবহণ নিয়ন্ত্ৰণৰ সৈতে যোগাযোগ হেৰাই যায়। জানিব পৰা মতে, এই দুৰ্ঘটনা সন্দৰ্ভত ডি জি চি এয়ে তদন্ত আৰম্ভ কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অভিনেতা বিক্ৰান্ত মেছিৰ আৱেগিক টুইটমোৰ ভাই আছিল বিমানখনৰ ফাৰ্ষ্ট অফিচাৰ
Share4Tweet3Send

Related Posts

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন
National-International

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

by News Desk
September 10, 2026
52
Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ
National-International

Climate Change : জলবায়ু পৰিৱৰ্তনৰ শোচনীয় প্ৰভাৱ পৰিব পাৰে বিশ্বৰ ছয়খন চহৰত, তালিকাত আছে ভাৰতৰো দুখন চহৰ

by News Desk
September 10, 2026
55
BRICKS Summit 2026 : ৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ, শনিবাৰে মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা
National-International

BRICKS Summit 2026 : ৭ বছৰ পাছত চীনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ, শনিবাৰে মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকৰ সম্ভাৱনা

by News Desk
September 10, 2026
51
Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ
National-International

Orangutans smuggling : ওড়িশাৰ হাবিত ৫ ওৰাংওটান উদ্ধাৰ, সৰবৰাহৰ চক্ৰ জড়িত থকাৰ সন্দেহ

by News Desk
September 10, 2026
52
Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে
National-International

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

by News Desk
September 9, 2026
51
Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ
National-International

Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

by News Desk
September 9, 2026
59
ADVERTISEMENT
Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন
Guwahati

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

September 10, 2026
52
Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন
National-International

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

September 10, 2026
52
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ
ALL NEWS

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

September 10, 2026
51
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

ৰিয়া হত্যাকাণ্ডৰ নতুন মোৰ : হত্যাৰ পাছত দুবাৰকৈ সুৰা কিনিবলৈ ওলাই গৈছিল ৰামানুজ!

September 10, 2026
58
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

Guwahati International Marathon : ৭ ফেব্ৰুৱাৰীত গুৱাহাটীত আন্তৰাষ্ট্ৰীয় মাৰাথন, সুনীল গাভাস্কাৰ-মুখ্যমন্ত্ৰীৰ শুভংকৰ উন্মোচন

September 10, 2026
Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

Delhi hotel collapsed : ঘৰৰ তলত আবদ্ধ হোৱাৰ পিছতো বন্ধু-বান্ধৱীলৈ ‘লাইভ লকেচন’ পঠিয়াই বাচিল দুই ছাত্ৰৰ জীৱন

September 10, 2026
Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

Delhi blast : লালকিল্লাত নহয়, দিল্লীৰ জৈন মন্দিৰত বোমা বিস্ফোৰণৰ পৰিকল্পনা আছিল; প্ৰস্ৰাৱৰ পৰা ইউৰিয়া সংগ্ৰহৰ দাবী নিয়াৰ

September 10, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d