ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam Wine Shop timing : সুৰাপায়ীৰ বাবে সুখবৰ, মহানগৰীত মাজনিশালৈকে উপলব্ধ হ’ব সুৰা

নিউজ ডেস্কঃ

News Desk by News Desk
April 8, 2025
Reading Time: 1 min read
A A
0
Assam Wine Shop timing : সুৰাপায়ীৰ বাবে সুখবৰ, মহানগৰীত মাজনিশালৈকে উপলব্ধ হ’ব সুৰা

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Assam CM Announces ‘Shoot-at-Sight’ Order Following Cow Head Discovery

Meghalaya Honeymoon case I কামাখ্যাত পূজা দিয়াৰ পিছতহে ৰাজাক শাৰীৰিক মিলনৰ চৰ্ত দিছিল সোণমে

Rajya Sabha Elections 2025 I ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল অগপ-বিজেপিৰ দুই প্ৰাৰ্থীৰ

গুৱাহাটী মহানগৰী (City of Guwahati)ৰ সুৰাপায়ীসকলৰ বাবে এক সুখবৰ আনিছে আবকাৰী বিভাগে। এতিয়াৰে পৰা নিশা ১০ বজাত বন্ধ নহয় সুৰা বিপণি। ইয়াৰ পৰিৱৰ্তে নিশা ১১ বজালৈকে (By 11 p.m.) ৰাজ্যত খোলা থাকিব সকলো সুৰা বিপণি (Liquor shop)। ইয়াৰ উপৰি নিশা ১২.৩০ বজালৈকে সকলো বাৰ তথা ৰেষ্টুৰেণ্টসমূহ খোলা থাকিব৷ এই সন্দৰ্ভত আবকাৰী বিভাগে এক অধিসূচনা জাৰি কৰিছে।

অধিসূচনাখনত লগতে উল্লেখ কৰা হৈছে যে প্ৰিমিয়াম ব্ৰেণ্ডৰ সুৰাৰ মূল্যও হ্ৰাস পাব। ইয়াৰ উপৰি এতিয়াৰে পৰা থলুৱা সুৰাৰ বিপণিতো বিলাতী সুৰা উপলব্ধ হ’ব। সোমবাৰে অসম চৰকাৰৰ আবকাৰী বিভাগৰ আয়ুক্ত সচিব ৰাকেশ কুমাৰে এই অধিসূচনা জাৰি কৰে।

wine 1 | ASSAM TIMES POST
এতিয়াৰে পৰা নিশা ১০ বজাৰ পৰিৱৰ্তে নিশা ১১ বজালৈকে খোলা থাকিব সুৰা বিপণি

অধিসূচনাখনত অৱশ্যে গুৱাহাটী পৌৰ নিগম এলেকা (Guwahati Municipal Corporation Area)ৰ ভিতৰৰ সুৰা বিপণি আৰু বাৰ-ৰেষ্টুৰেণ্টসমূহৰ বাবেহে এই নতুন সময়সীমাৰ কথা উল্লেখ কৰা হৈছে। আনহাতে, এই ক্ষেত্ৰত অসম আবকাৰী আইন, ২০০০-ত সংশোধনী অনা হৈছে।

আবকাৰী বিভাগে ৰাজপত্ৰযোগে অনা সংশোধনীত ৰাজ্যপালে অনুমোদন জনোৱাৰ কথা আবকাৰী বিভাগে প্ৰকাশ কৰিছে৷ উল্লেখ্য যে আবকাৰী আইনৰ ১১ নম্বৰ সংশোধনীত আইনখনৰ ১২৭ নম্বৰ বিধি সলনি কৰি নিশা ১২.৩০ বজালৈ মহানগৰীৰ বাৰ-ৰেষ্টুৰেণ্ট আদি খোলাৰ ব্যৱস্থা কৰাৰ বিপৰীতে ১৭ নম্বৰ সংশোধনীত আইনখনৰ বিধি ৬১৪ সংশোধনী কৰি মহানগৰীত নিশা ১১ বজালৈকে সুৰাৰ বিপণি খোলাৰ সুবিধা প্ৰদান কৰা হৈছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: AssamWineShoptimingসুৰাবিপণি
Share5Tweet3Send

Related Posts

Assam CM Announces ‘Shoot-at-Sight’ Order Following Cow Head Discovery
Assam

Assam CM Announces ‘Shoot-at-Sight’ Order Following Cow Head Discovery

by Staff Reporter
June 13, 2025
50
Meghalaya Honeymoon case I কামাখ্যাত পূজা দিয়াৰ পিছতহে ৰাজাক শাৰীৰিক মিলনৰ চৰ্ত দিছিল সোণমে
Guwahati

Meghalaya Honeymoon case I কামাখ্যাত পূজা দিয়াৰ পিছতহে ৰাজাক শাৰীৰিক মিলনৰ চৰ্ত দিছিল সোণমে

by Staff Reporter
June 12, 2025
52
Rajya Sabha Elections 2025 I ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল অগপ-বিজেপিৰ দুই প্ৰাৰ্থীৰ
Assam

Rajya Sabha Elections 2025 I ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল অগপ-বিজেপিৰ দুই প্ৰাৰ্থীৰ

by Staff Reporter
June 9, 2025
54
Flood in Assam : বছৰৰ প্ৰথমটো বানৰ কবলত ৰাজ্যৰ ৮ জিলা
Assam

Assam flood I অসমত শেহতীয়া বানত ২১ জিলাত ১৯ জনৰ মৃত্যু

by Staff Reporter
June 5, 2025
53
Assam CM on Brahmaputra Water I চীনে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰিলে ভাৰতৰ কোনো ক্ষতি নহয়, দাবী মুখ্যমন্ত্ৰীৰ
Assam

Assam CM on Brahmaputra Water I চীনে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰিলে ভাৰতৰ কোনো ক্ষতি নহয়, দাবী মুখ্যমন্ত্ৰীৰ

by Staff Reporter
June 3, 2025
53
APCC President Gaurav Gogoi । প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ গৌৰৱ গগৈৰ
Assam

APCC President Gaurav Gogoi । প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ গৌৰৱ গগৈৰ

by Staff Reporter
June 3, 2025
53
ADVERTISEMENT
Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation
KARBI ANGLONG

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

June 13, 2025
50
Tragic Murder Probe of Indore Businessman Raj Raghuwanshi’s Pre-Wedding Video
National-International

Raja murder case I গুৱাহাটী আৰু মেঘালয়ৰ মাজত তিনিবাৰকৈ হত্যাৰ চেষ্টা চলাইছিল ৰাজাক

June 13, 2025
50
Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত
National-International

Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

June 13, 2025
50
Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী
KARBI ANGLONG

Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী

June 13, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

June 13, 2025
Tragic Murder Probe of Indore Businessman Raj Raghuwanshi’s Pre-Wedding Video

Raja murder case I গুৱাহাটী আৰু মেঘালয়ৰ মাজত তিনিবাৰকৈ হত্যাৰ চেষ্টা চলাইছিল ৰাজাক

June 13, 2025
Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

June 13, 2025

Categories

ALL NEWS (17392) Artificial Intelligence (1) Assam (13689) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (2) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2042) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3394) Lifestyle (24) literature (16) National-International (10116) NORTHEAST (855) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d