ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Chhattisgarh naxalites encounter : ছত্তীশগড়ত কমেও ২২ মাওবাদীক হত্যা, দুই পৃথক সংঘৰ্ষত এজন জোৱানো নিহত

নিউজ ডেস্কঃ

News Desk by News Desk
March 20, 2025
Reading Time: 1 min read
A A
0
Chhattisgarh naxalites encounter : ছত্তীশগড়ত কমেও ২২ মাওবাদীক হত্যা, দুই পৃথক সংঘৰ্ষত এজন জোৱানো নিহত

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছত্তীশগড়ত মাওবাদী (Chhattisgarh naxalites) দমন অভিযানত যৌথ বাহিনীয়ে পুনৰ যথেষ্ট সফলতা লাভ কৰে। বৃহস্পতিবাৰে পুৱা বিজাপুৰ আৰু কাংকেৰ জিলাত সংঘটিত দুটা পৃথক সংঘৰ্ষত কমেও ২২জন মাওবাদী নিহত (22 Maoists killed) হয়। ছত্তীশগড় আৰক্ষীৰ মতে, মাওবাদীৰ প্ৰত্যাক্ৰমণত নিৰাপত্তা বাহিনীৰ এজন সদস্যও নিহত হয়। ইয়াৰ উপৰি আন দুজন গুৰুতৰভাৱে আহত হয়।

ছত্তীশগড় আৰক্ষীৰ তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱা প্ৰায় ৭ বজাত দন্তেৱাড়া জিলাৰ সীমান্তৰ সমীপৰ বিজাপুৰৰ গংগালুৰ এলাৰা অঞ্চলত যৌথ বাহিনীৰ সৈতে সংঘৰ্ষত ১৮ মাওবাদী নিহত হয়। আনহাতে, কাংকেৰেত পৃথক পৃথক সংঘৰ্ষত চাৰিটা মাওবাদী নিহত হয়। দুয়ো স্থানৰ পৰা বহু অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক উদ্ধাৰ কৰা হৈছে।

kill 1 | ASSAM TIMES POST
ছত্তীশগড়ত কমেও ২২ মাওবাদীক হত্যা

বস্তাৰ সংমণ্ডলৰ অন্তৰ্গত বিজাপুৰ আৰু কাংকেৰ জিলাৰ আবুঝমাৰৰ বনাঞ্চলত বিগত কেইমাহমানৰ পৰা নিষিদ্ধ সংগঠন চিপিআই (মাওবাদী)ৰ সশস্ত্ৰ শাখা পিএলজিএ (পিপ’লছ লিবাৰেচন গেৰিলা আৰ্মি) আৰু পিএলজিএ (পিপ’লছ লিবাৰেচন গেৰিলা আৰ্মি)ৰ মাজত কেইবাটাও সংঘৰ্ষ সংঘটিত হৈছে। যোৱা ৯ ফেব্ৰুৱাৰীত বিজাপুৰত চি আৰ পি এফ আৰু জিলা ৰিজাৰ্ভ গাৰ্ড বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৩১জন মাওবাদী গেৰিলা নিহত হৈছিল।

১৯ জানুৱাৰীৰ পৰা ছত্তীশগড়, মহাৰাষ্ট্ৰ আৰু ওড়িশাত যুটীয়া বাহিনীয়ে আন্তঃৰাজ্যিক অভিযান চলাই আহিছে। উক্ত তিনিখন ৰাজ্যত ইতিমধ্যে দুশৰো অধিক মাওবাদীৰ মৃত্যু হৈছে। নিহতসকলৰ ভিতৰত মাওবাদীৰ কেন্দ্ৰীয় সমিতিৰ সদস্য জয়ৰাম ওৰফে চলপতিও আছে। আনহাতে, আত্মসমৰ্পণ কৰে নিহত মাওবাদী নেতা মল্লোজুলা কোটেশ্বৰ ৰাও ওৰফে কিচেঞ্জীৰ ভাইবোৱাৰী বিমলাই। তেওঁৰ স্বামী মল্লোজুলা ভেনুগোপাল ৰাও ওৰফে ভূপতি ওৰফে বিবেক ওৰফে সোণু নিষিদ্ধ সংগঠন চিপিআই (মাওবাদী)ৰ কেন্দ্ৰীয় সমিতিৰ সদস্য।

Tags: 22Maoistskilled২২জনমাওবাদীনিহত
Share4Tweet3Send

Related Posts

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

by News Desk
August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

by News Desk
August 8, 2026
50
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

by News Desk
August 8, 2026
50
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ
National-International

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

by News Desk
August 8, 2026
50
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

by News Desk
August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

by News Desk
August 7, 2026
50
ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT