ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

বোকাজানত ১২ লক্ষ্যাধিক টকা মূল্যৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ছেমপ্লেক্স প্লাছ কেপচুল জব্দ ,আটক এজন

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 6, 2025
Reading Time: 1 min read
A A
0
বোকাজানত ১২ লক্ষ্যাধিক টকা মূল্যৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ছেমপ্লেক্স প্লাছ কেপচুল জব্দ ,আটক এজন

RELATED POSTS

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

New Logo Smal | ASSAM TIMES POST

বৃহস্পতিবাৰে দিনৰ ১২ মান বজাত আৰক্ষীৰ সূত্ৰে জানিব পৰা অনুসৰি বুধবাৰে নিশা প্ৰায় ১১ বজাত বোকাজান (Bokajan) আৰক্ষী থানাৰ অধীনৰ কুলিগাঁৱত আৰক্ষীয়ে চলোৱা এক অভিযানত বৃহৎ পৰিমাণৰ নিষিদ্ধ ছেমপ্লেক্স প্লাছ কেপচুল জব্দ কৰে ৷

Bokajan
বোকাজানত বৃহৎ পৰিমাণৰ নিষিদ্ধ ছেমপ্লেক্স প্লাছ কেপচুল জব্দ:

কুলিগাঁৱৰ এটা বাসগৃহত অভিযান চলাই এই টেবলেটসমূহ জব্দ কৰে ৷ নিচাযুক্ত ড্ৰাগছ হিচাবে ব্যৱহাৰ কৰা এই কেপচুল সমূহৰ বজাৰ মূল্য প্ৰায় ১২ লক্ষাধিক টকা হব বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে জব্দ কৰা ১৭,৫০০ টা কেপচুলৰ ওজন প্ৰায় ১৪ কেজি বুলি জানিব পৰা গৈছে ৷

Screenshot 2025 03 06 14 52 02 77 7352322957d4404136654ef4adb64504 | ASSAM TIMES POST

এই সংক্ৰান্তত আৰক্ষীয়ে চাৰলংকি ৰংফাৰ নামৰ এজন যুৱকক আটক কৰে ৷ আৰক্ষীৰ সুত্ৰ অনুসৰি কোনো চুবুৰীয়া ৰাজ্যৰ পৰা বিক্ৰীৰ বাবে এই নিষিদ্ধ কেপচুল সমূহ আনিছিল আৰু প্ৰতিটো কেপচুল ৭০টকাৰ পৰা ৮০ টকাত বিক্ৰী কৰে ৷আৰক্ষীয়ে অধিক তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আটক এজনবৃহৎ পৰিমাণৰ নিষিদ্ধ ছেমপ্লেক্স প্লাছ কেপচুল জব্দবোকাজানত ১২ লক্ষ্যাধিক টকা মূল্যৰ
Share4Tweet3Send

Related Posts

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩
KARBI ANGLONG

Morphine seized : ৩ কোটি টকাৰ ড্ৰাগছ জব্দ কাৰ্বি আংলং আৰক্ষীৰ, আটক ৩

by News Desk
September 21, 2026
68
Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ
KARBI ANGLONG

Body recovered at Diphu : ডিফুৰ ৰে’লপথত মৃতদেহ উদ্ধাৰ

by ASSAM TIMES POST
September 17, 2026
62
KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী
KARBI ANGLONG

KAAC elections 2027 : কাৰ্বি পৰিষদীয় নিৰ্বাচন, বিজেপিৰ বিভিন্ন প্ৰান্তত যোগদান কাৰ্যসূচী

by News Desk
September 16, 2026
63
Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু
KARBI ANGLONG

Tragic death : কাৰ্বি আংলঙত শোকাৱহ ঘটনা, জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃৰ মৃত্যু

by ASSAM TIMES POST
September 16, 2026
67
Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা
KARBI ANGLONG

Zubeen Sangeet : ডিফু অসম সাহিত্য সভাৰ উদ্যোগত ‘সুৰৰ জোনাক’ জুবিন সংগীত প্ৰতিযোগিতা

by ASSAM TIMES POST
September 13, 2026
53
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

by News Desk
September 9, 2026
58
ADVERTISEMENT
Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ
Guwahati

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

September 22, 2026
50
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
50
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

September 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

September 22, 2026
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d