ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur violence : এইবাৰ গৃহমন্ত্ৰীক প্ৰত্যাহ্বান মণিপুৰৰ জনজাতীয় সংগঠনৰ, অমিত শ্বাহৰ পথত মুকলি চলাচলৰ নিৰ্দেশ নাকচ

নিউজ ডেস্কঃ

News Desk by News Desk
March 5, 2025
Reading Time: 1 min read
A A
0
Manipur violence : এইবাৰ গৃহমন্ত্ৰীক প্ৰত্যাহ্বান মণিপুৰৰ জনজাতীয় সংগঠনৰ, অমিত শ্বাহৰ পথত মুকলি চলাচলৰ নিৰ্দেশ নাকচ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

উপ-নিৰ্বাচনত মিজোৰামৰ ডাম্পা আসনত জয়ী এমএনএফ

NIA raids I ত্ৰিপুৰা, মেঘালয়সহ ৫ ৰাজ্যত নিয়াৰ অভিযান

Meghalaya murder I মেঘালয় হত্যাকাণ্ডত প্ৰমাণ ধ্বংস কৰিবলৈ গছৰ পাতেৰে অস্ত্ৰ মচিছিল সোণম ৰঘুবংশীয়ে

মণিপুৰৰ সকলো সম্প্ৰদায় (All communities in Manipur)ৰ মুক্ত চলাচল (Free movement) নিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশ নাকচ (Rejection of order) কৰিছে কুকি সংগঠন (Kuki Organisation), কমিটি অন ট্ৰাইবেল ইউনিটিয়ে (Committee on Tribal Unity)। যোৱা সপ্তাহত মণিপুৰৰ নিৰাপত্তা পৰিস্থিতিৰ পৰ্যালোচনা কৰি অমিত শ্বাহে কৈছিল, “যদি কোনো লোকে চলাচলত বাধা দিবলৈ চেষ্টা কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।”

উল্লেখযোগ্য যে ২০২৩ চনৰ মে’ মাহৰ পৰা আৰম্ভ হোৱা জাতিগত হিংসাই মণিপুৰক দুটা ভাগত বিভক্ত কৰিছে। মেইটেই আৰু কুকি-জো সম্প্ৰদায়ে পৃথক ভূখণ্ড দাবী কৰিছে।

আনহাতে, ৪ মাৰ্চত অনুষ্ঠিত এখন বৈঠকত এই যৌথ সংগঠনটোৱে কমেও আঠটা প্ৰস্তাৱ গ্ৰহণ কৰে, য’ত কুকি-জো অঞ্চলত মুক্ত চলাচল বন্ধ কৰাও আছিল। কুকি জনগোষ্ঠীৰ ইচ্ছাক সন্মান জনোৱা সমাধান সূত্ৰ বিচাৰি নোপোৱালৈকে মুক্ত চলাচল পুনৰ আৰম্ভ কৰাটো সম্ভৱ নহয় বুলি তেওঁলোকে কয়।

manipur 2 | ASSAM TIMES POST
গৃহমন্ত্ৰীক প্ৰত্যাহ্বান মণিপুৰৰ জনজাতীয় সংগঠনৰ, অমিত শ্বাহৰ পথত মুকলি চলাচলৰ নিৰ্দেশ নাকচ

সংস্থাটোৱে লগতে কয় যে কুকি-জো সম্প্ৰদায়ে পৃথক প্ৰশাসনৰ দাবীৰ সৈতে আপোচ নকৰে। লগতে কুকি প্ৰধান অঞ্চলটোৰ বাবে পৃথক প্ৰশাসন হৈছে মেইটেই সম্প্ৰদায়ৰ সৈতে চলি থকা সংঘাতৰ অন্ত পেলোৱাৰ অন্যতম সমাধান।

সংগঠনটোৱে ঘোষণা কৰে যে তেওঁলোকে “গণ সমাৱেশ, প্ৰতিবাদ আৰু গণতান্ত্ৰিক প্ৰতিৰোধৰ জৰিয়তে” পৃথক ভূখণ্ডৰ দাবীৰ বাবে যুঁজি থাকিব। তেওঁলোকে লগতে কয় যে যদি কোনো ব্যক্তিয়ে সামূহিক স্বাৰ্থৰ ওপৰত ব্যক্তিগত স্বাৰ্থক গুৰুত্ব দিয়ে বা চৰকাৰৰ সৈতে সহযোগিতা কৰে তেন্তে তেওঁক “দেশদ্ৰোহী” বুলি গণ্য কৰা হ’ব।

ইফালে COTU-ৰ এই বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মেইটেই সংগঠনৰ সমন্বিত মঞ্চ মণিপুৰ ঐক্যৰ সমন্বয় সমিতিয়ে (কোক’মি) এই মন্তব্যক “উচটনি আৰু উত্তেজনামূলক” বুলি অভিহিত কৰে।

আনহাতে, ম্যানমাৰৰ সৈতে ১৬৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অমিত শ্বাহে প্ৰৱেশ পইণ্টত বেৰ দিয়াৰ নিৰ্দেশত মিজো, নগা আৰু কুকি-জো সম্প্ৰদায়ৰ লোকে পুনৰ প্ৰতিবাদ আৰম্ভ কৰিছে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: Manipurমণিপুৰ
Share4Tweet3Send

Related Posts

উপ-নিৰ্বাচনত মিজোৰামৰ ডাম্পা আসনত জয়ী এমএনএফ
NORTHEAST

উপ-নিৰ্বাচনত মিজোৰামৰ ডাম্পা আসনত জয়ী এমএনএফ

by Staff Reporter
November 14, 2025
52
International Trafficking Ring Busted: 24 Charged Including Five Foreign Nationals in Assam Case
NORTHEAST

NIA raids I ত্ৰিপুৰা, মেঘালয়সহ ৫ ৰাজ্যত নিয়াৰ অভিযান

by Staff Reporter
November 13, 2025
51
Meghalaya murder I মেঘালয় হত্যাকাণ্ডত প্ৰমাণ ধ্বংস কৰিবলৈ গছৰ পাতেৰে অস্ত্ৰ মচিছিল সোণম ৰঘুবংশীয়ে
NORTHEAST

Meghalaya murder I মেঘালয় হত্যাকাণ্ডত প্ৰমাণ ধ্বংস কৰিবলৈ গছৰ পাতেৰে অস্ত্ৰ মচিছিল সোণম ৰঘুবংশীয়ে

by Staff Reporter
November 4, 2025
52
Manipur Violence : চতুৰ্থ দিনতো সাম্প্ৰদায়িক সংঘাতত উত্তপ্ত মণিপুৰ, নিহত প্ৰতিবাদকাৰী
NORTHEAST

Manipur Violence I মণিপুৰত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত ৪ উগ্ৰপন্থী

by Staff Reporter
November 4, 2025
52
Tripura violence I ত্ৰিপুৰাত তিনি বাংলাদেশীক প্ৰহাৰ কৰি হত্যাৰ অভিযোগ, ঢাকাৰ তীব্ৰ প্ৰতিবাদ
NORTHEAST

Tripura violence I ত্ৰিপুৰাত তিনি বাংলাদেশীক প্ৰহাৰ কৰি হত্যাৰ অভিযোগ, ঢাকাৰ তীব্ৰ প্ৰতিবাদ

by Staff Reporter
October 18, 2025
55
JCC Demands Justice I Strike Continues Over IAS Induction Irregularities in Nagaland
NORTHEAST

JCC Demands Justice I Strike Continues Over IAS Induction Irregularities in Nagaland

by Staff Reporter
October 16, 2025
51
ADVERTISEMENT
Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন
KARBI ANGLONG

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

November 17, 2025
50
Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ
KARBI ANGLONG

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

November 17, 2025
50
Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?
National-International

Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

November 17, 2025
50
India Pak conflict I সন্ত্ৰাসবাদ কোনো কাৰণতে সহ্য কৰা নহ’ব, সমৰ্থনকাৰীকো ৰেহাই দিয়া নহ’ব: পৰোক্ষভাৱে পাকিস্তানক সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ
National-International

India Pak conflict I সন্ত্ৰাসবাদ কোনো কাৰণতে সহ্য কৰা নহ’ব, সমৰ্থনকাৰীকো ৰেহাই দিয়া নহ’ব: পৰোক্ষভাৱে পাকিস্তানক সকীয়নি ভাৰতীয় সেনাপ্ৰধানৰ

November 17, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

Karbi Anglong Day : কাৰ্বি সাংস্কৃতিক প্ৰকল্পত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৪ সংখ্যক কাৰ্বি আংলং দিৱস উদযাপন

November 17, 2025
Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

Drugs Seized I কাৰ্বি আংলং জিলাত পৃথকে পৃথকে কেইবা লক্ষ্যাধিক মূল্যৰ  ড্ৰাগছ উদ্ধাৰ

November 17, 2025
Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

Hajj pilgrims bus accident : ৰাখে হৰি মাৰে কোনে, হজযাত্ৰীৰ বাছ দুৰ্ঘটনাৰ পৰা জীৱন ৰক্ষা পৰিল ৮ জনৰ; কিন্তু কেনেকৈ?

November 17, 2025

Categories

accident (1) ALL NEWS (17410) Artificial Intelligence (3) Assam (13844) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2052) Health & Fitness (631) Jobs & Career (7) KARBI ANGLONG (3494) Lifestyle (24) literature (16) National-International (10892) NORTHEAST (880) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d