ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Delhi Election Results 2025 : জনাদেশ মানি লৈ বিজেপিলৈ অভিনন্দন কেজৰিৱালৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 8, 2025
Reading Time: 1 min read
A A
0
Delhi Election Results 2025 : জনাদেশ মানি লৈ বিজেপিলৈ অভিনন্দন কেজৰিৱালৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

“কোনো লাভৰ উদ্দেশ্য লৈ কেতিয়াও ৰাজনীতিলৈ অহা নাছিলোঁ। জনসাধাৰণৰ ৰায় মূৰ পাতি লৈছোঁ।” দিল্লীৰ নিৰ্বাচনত পৰাজয়ৰ পিছত এই মন্তব্য আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল (Arvind Kejriwal)ৰ। আগন্তুক দিনত দিল্লীত গঠনমূলক বিৰোধীৰ ভূমিকা পালন কৰিব বুলিও তেওঁ কয়। আনহাতে, নিৰ্বাচনত পৰাস্ত (Defeated in elections) হোৱাৰ পিছতো দিল্লীৰ আপ কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ শলাগ লয় কেজৰিৱালে।

বিধানসভা নিৰ্বাচনৰ ফলাফল স্পষ্ট হোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াত কেজৰিৱালে এক ভিডিঅ’ বাৰ্তা (Video Message) দিয়। তাত তেওঁ কয়, “দিল্লীৰ নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাইছে। আমি ৰাইজৰ এই আদেশ গ্ৰহণ কৰিছোঁ। জয়ী হোৱাৰ বাবে বিজেপিক অভিনন্দন (Congratulations to BJP)। আশাকৰোঁ তেওঁলোকক যি আশালৈ মানুহে ভোট দিছিল সেই আশা পূৰণ কৰিব।”

kej | ASSAM TIMES POST
জনাদেশ মানি লৈ বিজেপিলৈ অভিনন্দন কেজৰিৱালৰ

ইফালে দিল্লীত আপৰ কাৰ্যৰ বিশ্লেষণ কৰি কেজৰিৱালে কয়, “বিগত ১০ বছৰত আমি বহু কাম কৰিছোঁ। দিল্লীৰ জনসাধাৰণৰ শিক্ষা, স্বাস্থ্য, খোৱাপানীৰ সমস্যা আৰু জীৱন ধাৰণৰ মান উন্নত কৰাৰ চেষ্টা কৰিছোঁ। দেশৰ ৰাজধানীৰ আন্তঃগাঁথনি উন্নত কৰাৰ চেষ্টা কৰিছোঁ। এতিয়া দিল্লীবাসীৰ ৰায় অনুযায়ী আমি ইয়াত গঠনমূলক বিৰোধীৰ ভূমিকা পালন কৰিম।”

তেওঁ লগতে কয়, “আমি সমাজ আৰু জনসাধাৰণৰ স্বাৰ্থত কাম কৰি যাম। মানুহৰ সুখ-দুখত কাষত থাকিম। আমি কোনো লাভৰ আশাৰে ৰাজনীতিলৈ অহা নাছিলোঁ। ৰাজনীতি মানুহৰ বাবে এক কৰ্মৰ মাধ্যম। সেই কাম আমি কৰি যাম। আপৰ সকলো কৰ্মীলৈ অভিনন্দন আৰু ধন্যবাদ। এই নিৰ্বাচনৰ বাবে তেওঁলোকে কঠোৰ পৰিশ্ৰম কৰিছে।”

ইফালে বিদায়ী মুখ্যমন্ত্রী আতিশীয়ে নিজে জয়ী হ’লেও দলৰ পৰাজয় স্বীকাৰ কৰি মন্তব্য আগবঢঞায়৷ কালকাজী সমষ্টিত জয়লাভ কৰাৰ পিছত তেওঁ কয়, “আমি জনসাধাৰণৰ ৰায় মানি লৈছোঁ। মই জিকিলোঁ, কিন্তু এইটো উদযাপনৰ সময় নহয়। বিজেপিৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত থাকিব।”

উল্লেখ্য যে ২০১৩ চনত প্ৰথমবাৰৰ বাবে দিল্লীত কেজৰিৱালৰ দল ক্ষমতালৈ আহিছিল। একেৰাহে তিনিবাৰ (প্ৰথমবাৰ ৪৮ দিন) ৰাজধানীৰ মুখ্যমন্ত্ৰী হৈছিল কেজৰিৱাল। ইয়াৰ পিছত যোৱা বছৰ আবকাৰী দুৰ্নীতিৰ গোচৰত কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰে। জে’লতো কটাবলগীয়া হয়। তথাপিও তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰা নাছিল। পিছত ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত কেজৰিৱালে পদত্যাগ কৰে আৰু আতিশী মাৰ্লেনা দিল্লীৰ মুখ্যমন্ত্ৰী হয়। ২০২৫ চনত পুনৰ ক্ষমতালৈ আহিলে কেজৰিৱাল পুনৰ মুখ্যমন্ত্ৰীৰ চকীত বহিলহেঁতেন। কিন্তু সেয়া নহ’ল।

Tags: ArvindKejriwalবিজেপিলঅভিনন্দনকেজৰিৱালৰ
Share4Tweet3Send

Related Posts

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

by News Desk
May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

by News Desk
May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

by News Desk
May 11, 2026
50
North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ
National-International

North-East : উত্তৰ-পূবৰ দুগৰাকী যুৱতীৰ শ্লীলতাহানী, ৪ যুৱকক চিনাক্ত দিল্লী আৰক্ষীৰ

by News Desk
May 11, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই

by News Desk
May 11, 2026
50
Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ
National-International

Rahul Gandhi : প্ৰধানমন্ত্ৰী হিচাপে ব্যৰ্থ হৈছে মোদী, জনসাধাৰণলৈ একাধিক অনুৰোধ সন্দৰ্ভত ৰাহুল গান্ধীৰ কটাক্ষ

by News Desk
May 11, 2026
50
ADVERTISEMENT
Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে
National-International

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
50
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক
National-International

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026
50
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল
National-International

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

May 11, 2026
50
Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী
Assam

Assam CM Oath taking : মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান; উপস্থিত থাকিব ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী, আজি নিশা আহি পাব প্ৰধানমন্ত্ৰী

May 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

Bengal new cabinet : পশ্চিমবংগৰ বিজেপি চৰকাৰত কোনে কি দপ্তৰ লাভ কৰিলে

May 11, 2026
CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

CM Joseph Vijoy : মুখ্যমন্ত্ৰী হিচাপে প্ৰথম দিনা বিজয়ে সাক্ষাৎ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীক

May 11, 2026
CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

CBSE : ‎শীঘ্ৰেই ঘোষণা কৰা হ’ব চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল

May 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx