ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Tripura Woman Harassment : ঋণ পৰিশোধ নকৰাৰ শাস্তি, এগৰাকী মহিলাক প্ৰহাৰ কৰি মুণ্ডন এদল মহিলাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
January 24, 2025
Reading Time: 1 min read
A A
0
Tripura Woman Harassment : ঋণ পৰিশোধ নকৰাৰ শাস্তি, এগৰাকী মহিলাক প্ৰহাৰ কৰি মুণ্ডন এদল মহিলাৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

ঋণ পৰিশোধ কৰিব নোৱৰাৰ অপৰাধত (for the offence of repaying the loan) এগৰাকী মহিলাক ঘৰৰ পৰা টানি আনি ৰাজহুৱাভাৱে মুণ্ডন (Woman shaved in publicly) কৰা হয়। ত্ৰিপুৰাৰ চিপাহ জিলা (Sipah District of Tripura)ত সংঘটিত হয় এই ঘটনা। এদল মহিলাৰ বিৰুদ্ধে এই ভয়ংকৰ শাস্তি প্ৰদানৰ অভিযোগ উত্থাপিত হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনাটো বিশালগড়ৰ লালসিংমুৰাত সংঘটিত হয়। অৱশ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে। বিশালগড় মহিলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্বেউলী দাসে ঘটনাটোৰ তদন্ত কৰি আছে। তেওঁ কয় যে মহিলাগৰাকীক এটা আত্মসহায়ক গোটৰ সদস্যই আক্ৰমণ কৰে। আক্ৰমণকাৰীসকলক চিনাক্ত কৰাৰ কাম আৰম্ভ হৈছে। তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Tri | ASSAM TIMES POST
ঋণ পৰিশোধ নকৰাৰ শাস্তি, এগৰাকী মহিলাক প্ৰহাৰ কৰি মুণ্ডন এদল মহিলাৰ

গোটটো স্থানীয়ভাৱে এদল মহিলাই পৰিচালনা কৰিছিল। প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে ভুক্তভোগীয়ে গোটটোৰ পৰা ঋণ লৈছিল। তাৰ পৰাই আৰম্ভ হয় সমস্যা। মহিলাগৰাকীয়ে অভিযোগ কৰে যে ১৫-২০ গৰাকী মহিলা হঠাতে তেওঁৰ ঘৰত প্ৰৱেশ কৰে। সেই সময়ত তেওঁ ৰন্ধা কামত ব্যস্ত আছিল। প্ৰথমতে সাধাৰণ কথা-বতৰা হয়। মহিলাগৰাকীয়ে ঋণ কেতিয়া ঘূৰাই দিব সেয়াও সোধা হয়। তাৰ পিছতে মহিলাগৰাকীৰ ওপৰত জঁপিয়াই পৰে মহিলাৰ দলটো। মহিলাসকলে তেওঁক আক্ৰমণ কৰি ঘৰৰ পৰা টানি ৰাস্তালৈ উলিয়াই আনে। তাৰ পিছত চলে মাৰধৰ। কেৱল সিমানেই নহয়, ৰাজহুৱা স্থানত মহিলাগৰাকীৰ মূৰৰ আধা চুলি খুৰাই দিয়া হয়। লগতে সতৰ্ক কৰি দিয়ে যে যদি তেওঁ সোনকালে টকা পৰিশোধ নকৰে, তেন্তে ইয়াৰ পৰিণাম আৰু বেয়া হ’ব। আৰক্ষীয়ে ইতিমধ্যে ২০-২১ জন অচিনাক্ত লোকৰ বিৰুদ্ধে এক স্বতঃপ্ৰণোদিত গোচৰ ৰুজু কৰিছে।

Tags: TripuraWomanshaveত্ৰিপুৰামহিলাকমুণ্ডন
Share4Tweet3Send

Related Posts

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured
NORTHEAST

Fatal IED Blast in Nagaland Targets Assam Rifles — 1 Killed, 4 Injured

by News Desk
July 14, 2026
50
Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack
NORTHEAST

Kuki CSO Calls 24-Hour NH-37 Shutdown, Seeks Probe on Kangpokpi Attack

by Staff Reporter
July 6, 2026
50
Corruption Scandal Unfolds in Shribhoomi: Head Teacher Arrested for Bribery 
NORTHEAST

ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ 

by Staff Reporter
July 5, 2026
50
Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ
NORTHEAST

Illegal imprisonment : ঋণক লৈ অবৈধ বন্দীত্বৰ পৰা উদ্ধাৰ দুই অসমৰ বাসিন্দাক মণিপুৰ আৰক্ষীৰ

by News Desk
July 5, 2026
50
Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade
NORTHEAST

Manipur Crisis : Naga Groups Vow to Sustain NH-2 Blockade

by News Desk
July 2, 2026
50
Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে
NORTHEAST

Manipur Panchayat Election : মণিপুৰ পঞ্চায়ত নিৰ্বাচনৰ সময়সীমা অক্টোবৰলৈকে বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

by News Desk
July 2, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx