ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Bangladeshi infiltrators : ৩ বাংলাদেশী অনুপ্ৰৱেশকাৰীক মুম্বাই আদালতৰ ৫ বছৰৰ কাৰাদণ্ড

নিউজ ডেস্কঃ

News Desk by News Desk
December 11, 2024
Reading Time: 1 min read
A A
0
Bangladeshi infiltrators : ৩ বাংলাদেশী অনুপ্ৰৱেশকাৰীক মুম্বাই আদালতৰ ৫ বছৰৰ কাৰাদণ্ড

RELATED POSTS

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ

New Logo Smal 2 | ASSAM TIMES POST

মুম্বাই (Mumbai)ৰ নিয়াৰ বিশেষ আদালতে (Special Court of NIA) অনুপ্ৰৱেশৰ গোচৰত (case of infiltration) তিনিজন বাংলাদেশী নাগৰিকক (Three Bangladeshi nationals) দোষী সাব্যস্ত (convicted) কৰে। মঙলবাৰে আদালতে তিনিজন লোকক ৫ বছৰৰ কাৰাদণ্ডৰ (5-year jail term) নিৰ্দেশ দিয়ে। তদুপৰি, দুহাজাৰ টকাৰ জৰিমনাও আৰোপ কৰা হৈছে। প্ৰায় ছবছৰ পুৰণি এটা গোচৰত এই শাস্তি ঘোষণা কৰে আদালতে। অভিযুক্তকেইজন হ’ল মহম্মদ হবিবুৰ ৰহমান হাবিব ওৰফে ৰাজ জেছব মণ্ডল, হান্নান আনোৱাৰ হুছেইন খান ওৰফে হান্নান বাবুৰালী গাজী আৰু মহম্মদ আজাৰালী চোভানাল্লাহ ওৰফে ৰাজ জেছব মণ্ডল।

২০১৮ চনত এই তিনিজন বাংলাদেশীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। তেওঁলোকৰ পৰা আৰক্ষীয়ে জব্দ কৰে ভুৱা নথি-পত্ৰ। অবৈধ প্ৰৱেশ আৰু জালিয়াতিৰ গোচৰত তেওঁলোক দোষী সাব্যস্ত হয়। প্ৰথমে পুনে আৰক্ষীয়ে এই গোচৰৰ তদন্ত কৰিছিল। আৰক্ষীয়ে গোপনীয় সূত্ৰৰ পৰা তথ্য লাভ কৰে যে একাংশ বাংলাদেশীয়ে বৈধ নথি-পত্ৰ অবিহনে পুনেত আশ্ৰয় লৈছে।

Bang 2 | ASSAM TIMES POST
৩ বাংলাদেশী অনুপ্ৰৱেশকাৰীক মুম্বাই আদালতৰ ৫ বছৰৰ কাৰাদণ্ড

সংবাদ সংস্থা পিটিআইৰ মতে, আল কায়দাৰ শাখা সংগঠন এবিটিৰ সদস্যসকলক তাৰ পৰাই সহায় কৰা হৈছে বুলিও আৰক্ষীয়ে জানিব পাৰিছে। সেই তথ্যৰ ভিত্তিত ২০১৮ চনৰ মাৰ্চ মাহত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

পিছত গোচৰটোৰ তদন্ত এন আই এৰ হাতত অৰ্পণ কৰা হয়। ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত আৰক্ষীয়ে তিনিজন বাংলাদেশীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। ভাৰতীয় দণ্ডবিধি আৰু বিদেশী নাগৰিক আইনৰ অধীনত অভিযোগ ফ্ৰেমৱৰ্ক কৰা হয়। ইউ এ পি এ আইনো সংযোজন কৰা হয়। সংবাদ সংস্থা পিটিআইৰ মতে, বুধবাৰে আদালতে ইউ এ পি এ আইন সন্দৰ্ভত একো জনোৱা নাই। কিন্তু এন আই এৰ বিশেষ আদালতে তিনিজন বাংলাদেশীক পাঁচ বছৰৰ কাৰাদণ্ডৰ লগতে অবৈধ প্ৰৱেশ আৰু জাল নথি-পত্ৰৰ সৈতে জড়িত গোচৰত ২০০০ টকা জৰিমনা বিহে। এন আই এয়ে এক বিবৃতিত কয় যে এই গোচৰত আদালতে আৰু দুজন অভিযুক্তক ইতিমধ্যে দোষী সাব্যস্ত কৰিছে। ২০২৩ চনৰ অক্টোবৰ মাহত আদালতে উক্ত দুজন অভিযুক্তক পাঁচ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছিল। আন তিনিজনকো মঙলবাৰে দোষী সাব্যস্ত কৰে নিয়া আদালতে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: BangladeshiInfiltratorsconvictedবাংলাদেশীঅনুপ্ৰৱেশকাৰীকাৰাদণ্ড
Share4Tweet3Send

Related Posts

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ
National-International

by News Desk
September 7, 2026
50
ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই
National-International

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

by News Desk
September 7, 2026
50
Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ
National-International

Kashmir encounter : কাশ্মীৰত নিৰাপত্তা বাহিনীৰ অভিযানত নিহত লস্কৰ কমাণ্ডাৰ কমান্ডাৰ ইয়াচিৰ

by News Desk
September 5, 2026
51
Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ
National-International

Keralam tragic accident : মৰ্মান্তিক! পথ দুৰ্ঘটনাত মৃত্যু ৮ অভিযান্ত্ৰিকৰ ছাত্ৰৰ

by News Desk
September 5, 2026
51
Nepal flood : নেপালত পুনৰ বানৰ আশংকা, এইবাৰ ভূমিস্খলনৰ ফলত প্ৰায় বন্ধ চাউলানী নদীৰ গতিপথ
National-International

Nepal flood : নেপালত পুনৰ বানৰ আশংকা, এইবাৰ ভূমিস্খলনৰ ফলত প্ৰায় বন্ধ চাউলানী নদীৰ গতিপথ

by News Desk
September 5, 2026
54
Nepal floods : নেপালত আৰু ৩ ভাৰতীয়ক উদ্ধাৰ, এতিয়ালৈকে ১৬৯ জনক উদ্ধাৰ
National-International

Nepal floods : নেপালত আৰু ৩ ভাৰতীয়ক উদ্ধাৰ, এতিয়ালৈকে ১৬৯ জনক উদ্ধাৰ

by News Desk
September 5, 2026
54
ADVERTISEMENT
বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই
Guwahati

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

September 7, 2026
50
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি
Guwahati

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

September 7, 2026
50
Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ
National-International

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

September 7, 2026
50
ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই
National-International

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

September 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

September 7, 2026
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

September 7, 2026
Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

September 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d