ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Digital Arrest : অনলাইনত বিবস্ত্ৰ কৰি কৰি মুম্বাইৰ যুৱতীৰ পৰা প্ৰায় ২ লাখ লুট প্ৰৱঞ্চকৰ

নিউজ ডেস্কঃ

News Desk by News Desk
November 30, 2024
Reading Time: 1 min read
A A
0
Digital Arrest : অনলাইনত বিবস্ত্ৰ কৰি কৰি মুম্বাইৰ যুৱতীৰ পৰা প্ৰায় ২ লাখ লুট প্ৰৱঞ্চকৰ

RELATED POSTS

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

New Logo Smal 5 | ASSAM TIMES POST

‘ডিজিটেল গ্ৰেপ্তাৰ’ৰ (Digital Arrest) জালত পৰি মুম্বাইৰ এগৰাকী যুৱতী (Young girl from Mumbai)য়ে হেৰুৱালে ১ লাখ ৭৮ হাজাৰ টকা (Rs 1,78,000 lost)। অভিযোগ অনুসৰি, দিল্লী আৰক্ষীৰ পৰিচয় ব্যৱহাৰ কৰি মুম্বাইৰ এখন হোটেলত ছাব্বিশ বছৰীয়া যুৱতীগৰাকীক ‘ডিজিটেলি গ্ৰেপ্তাৰ’ কৰে। তাতে যুৱতীগৰাকীয়ে প্ৰৱঞ্চকে দিয়া বেংক একাউণ্টলৈ ১ লাখ ৭৮ হাজাৰ টকা পঠিয়াবলৈ বাধ্য হয়। আনকি কাপোৰ খুলিবলৈও বাধ্য হোৱা বুলি অভিযোগ উঠিছে। এই ঘটনা যোৱা ১৯-২০ নৱেম্বৰত মুম্বাইৰ এখন হোটেলত সংঘটিত হয়। যুৱতীগৰাকীয়ে বৃহস্পতিবাৰে আৰক্ষীক এই সন্দৰ্ভত অভিযোগ দাখিল কৰে। নিৰ্যাতন আৰু ধনদাবীৰ অভিযোগত দাখিল কৰা হৈছে এফআইআৰ। আৰক্ষীয়ে তথ্য প্ৰযুক্তি আইন আৰু ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত গোচৰ ৰুজু কৰিছে।

অভিযোগকাৰী মুম্বাইৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত। চাইবাৰ প্ৰৱঞ্চকে দিল্লী আৰক্ষীৰ ভুৱা পৰিচয় দি তেওঁক ফোন কৰে। যুৱতীগৰাকীক আৰ্থিক জালিয়াতিৰ গোচৰত অভিযুক্ত বুলি অৱগত কৰা হয়। অভিযোগ অনুসৰি, যুৱতীগৰাকীক একাধিক মোবাইল নম্বৰ ব্যৱহাৰ কৰি ভাবুকি প্ৰদান কৰে। আনকি ‘ভাৰ্চুৱেল জেৰা’ৰ বাবে মুম্বাইৰ এখন হোটেলত এটা কোঠা ভাড়ালৈ ল’বলৈও বাধ্য কৰে।

mumbai 1 | ASSAM TIMES POST
অনলাইনত বিবস্ত্ৰ কৰি কৰি মুম্বাইৰ যুৱতীৰ পৰা প্ৰায় ২ লাখ লুট প্ৰৱঞ্চকৰ

ইয়াৰ পিছতে তেওঁক হোটেলৰ কোঠালৈ ভিডিঅ’ কল কৰি বিভিন্ন ধৰণে ভাবুকি আৰু হাৰাশাস্তি কৰা হয়। বেংক একাউণ্ট ভেৰিফিকেচনৰ নামত তেওঁৰ একাউণ্টৰ পৰা ১ লাখ ৭৮ হাজাৰ টকা চুৰি হোৱা বুলি অভিযোগ কৰে যুৱতীগৰাকীয়ে। ‘অভিযুক্তৰ শৰীৰ চিনাক্তকৰণ’ৰ বাবেই তেওঁক কাপোৰ খুলিবলৈ বাধ্য কৰা হয় বুলি অভিযোগ কৰে যুৱতীগৰাকীয়ে।

যুৱতীগৰাকীয়ে বৃহস্পতিবাৰে মুম্বাইৰ দহিছাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। প্ৰথম অৱস্থাত দহিছাৰ আৰক্ষী থানাই তদন্ত চলাই আছিল। পিছত আন্ধেৰী আৰক্ষীক গতাই দিয়া হয়। বৰ্তমান আন্ধেৰী আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰাৰ চেষ্টা চলাইছে।

উল্লেখযোগ্য যে চাইবাৰ প্ৰৱঞ্চকৰ বাবে এতিয়া উপলব্ধ অস্ত্ৰৰ ভিতৰত এটা হ’ল ‘ডিজিটেল গ্ৰেপ্তাৰ’। শেহতীয়াকৈ ‘ডিজিটেল গ্ৰেপ্তাৰ’ৰ হাৰ বৃদ্ধি পোৱাৰ বাবে চিন্তিত হৈ পৰিছে কেন্দ্ৰও। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও দেশবাসীক এই প্ৰতাৰণা পদ্ধতি সন্দৰ্ভত সকীয়াই দিছে। যোৱা মাহত প্ৰধানমন্ত্ৰীয়ে ‘মন কি বাত’ কাৰ্যসূচীত কৈছিল যে ‘ডিজিটেল গ্ৰেপ্তাৰ’ বুলি কোনো কথা নাই। তেওঁ লগতে সকীয়াই দিয়ে যে দেশৰ কোনো আইনতে তেনেকুৱা গ্ৰেপ্তাৰ নাই। এনে প্ৰৱঞ্চনামূলক ফোন কলৰ প্ৰতি অযথা ভয় নকৰাকৈ মূৰটো শীতল কৰি ৰখাৰ পদক্ষেপৰ পৰামৰ্শও আগবঢ়ায়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DigitalArrestInMumbaiমুম্বাইৰযুৱতীডিজিটেলগ্ৰেপ্তাৰ
Share4Tweet3Send

Related Posts

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

by News Desk
September 22, 2026
50
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

by News Desk
September 22, 2026
50
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
50
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
50
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

by News Desk
September 22, 2026
50
ADVERTISEMENT
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
50
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
50
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026
50
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d