বৰুণ ধৱন আৰু শ্ৰদ্ধা কাপুৰৰ আগন্তুক ছবি “ষ্ট্ৰীট ডেন্সাৰ থ্ৰী ডি” অহা শুক্ৰবাৰে অৰ্থাৎ ২৪ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰিব। ছবিখনৰ ট্ৰেইলাৰটোৱে ইতিমধ্যে দৰ্শকক আকৰ্ষিত কৰিছে। দৰ্শক সকলেও অপেক্ষা কৰি ৰৈছে ছবিখনৰ মুক্তিক লৈ। এনে পৰিপ্ৰেক্ষিততে, চচিয়েল মিডিয়াত বৰুণ ধৱনক শুভকামনা জনায় অভিনেত্ৰী অনুষ্কা শৰ্মাই।
https://twitter.com/AnushkaSharma/status/1220017301145022464


https://twitter.com/Varun_dvn/status/1220018993580277761
নৃত্যক কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখন আৰম্ভণি দিনৰ পৰাই দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে, অনুষ্কা শৰ্মা আৰু বৰুণ ধৱন ইজনে আনজনক শুভকামনা জনোৱাৰ লগতে দুয়োজনে কেতিয়াবা ইজনে আনজনৰ লগত ধেমালি কৰাও দেখিবলৈ পোৱা যায়।










