ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Sports News

India Australia Test Series : পাৰ্থত ইতিহাস ৰচিলে টিম ইণ্ডিয়াই, টেষ্ট শৃংখলাত ১-০ অগ্ৰগতি

নিউজ ডেস্কঃ

News Desk by News Desk
November 25, 2024
Reading Time: 1 min read
A A
0
India Australia Test Series : পাৰ্থত ইতিহাস ৰচিলে টিম ইণ্ডিয়াই, টেষ্ট শৃংখলাত ১-০ অগ্ৰগতি

New Logo Smal 4 | ASSAM TIMES POST

RELATED POSTS

Under 19 yr WC : ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে ধুমুহা ইনিংছ বৈভৱ সূৰ্যবংশীৰ বিৰাট কোহলীক অতিক্ৰম

ICC T-20 WC : টি-২০ বিশ্বকাপ সন্দৰ্ভত নতুন জটিলতা, ভাৰতীয় আই চি চিৰ সদস্যক ভিছা নিদিলে বাংলাদেশে

Virat Kohli : বেটিং কৰাৰ আগতে কি কি কৰে কোহলিয়ে

অষ্ট্ৰেলিয়া ভ্ৰমণৰ (Tour of Australia)ত ভাৰতীয় দল (Indian team)টোৱে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী (Border-Gavaskar Trophy)ৰ প্ৰথমখন টেষ্টত অষ্ট্ৰেলিয়াক ২৯৫ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা মাটিত হোৱাইটৱাছৰ পিছত ভাৰতে (India) অষ্ট্ৰেলিয়াৰ মাটিত পাৰ্থ (Parth)ত অনুষ্ঠিত প্ৰথমখন টেষ্টত জয়লাভ (Won the first Test) কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত খেলাৰ আশা সজীৱ কৰিলে। তৃতীয় দিনৰ খেলৰ শেষত দেওবাৰে অষ্ট্ৰেলিয়াই ৩ উইকেটৰ বিনিময়ত ১২ ৰান সংগ্ৰ কৰি আছিল। আনহাতে, সোমবাৰে চতুৰ্থদিনা ভাৰতে প্ৰথমখন টেষ্ট নিজৰ নামত কৰে। ইফালে প্ৰথম টেষ্টত জয়লাভৰ পিছত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ তালিকাত পৰিৱৰ্তন ঘটে।

পাৰ্থত জয়লাভ কৰাৰ পিছত ভাৰতৰ পইণ্টৰ শতকৰা হাৰ ৬১.১১% লৈ বৃদ্ধি পায়। নিউজিলেণ্ডৰ হাতত পৰাজয়ৰ পিছত ই হৈছিল ৫৮.৩৩%। আনহাতে, পেট কামিন্সৰ নেতৃত্বত অষ্ট্ৰেলিয়াৰ পইণ্টৰ শতাংশ পূৰ্বৰ ৬২.৫০%ৰ পৰা ৫৭.৬৯%লৈ হ্ৰাস পাইছে। কিন্তু শৃংখলাত এতিয়াও চাৰিখন মেচ বাকী আছে। সেয়ে এই শৃংখলাটো দুয়োটা দলৰ বাবে অতি গুৰুত্বপূৰ্ণ। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথম দুখন বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ কৰিছিল। কিন্তু ফাইনেলত দুয়োবাৰেই পৰাস্ত হৈ ভাৰতৰ সপোন ভাগিছিল।

sp | ASSAM TIMES POST
পাৰ্থত ইতিহাস ৰচিলে টিম ইণ্ডিয়াই, টেষ্ট শৃংখলাত ১-০ অগ্ৰগতি

উল্লেখ্য যে পাৰ্থত অপ্ৰতিৰোধ্য অষ্ট্ৰেলিয়াক ভাৰতে পৰাস্ত কৰি এক ইতিহাস ৰচে। মেচখনৰ প্ৰথম ইনিংছত ভাৰতৰ ১৫০ ৰানৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ১০৪ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ দ্বিতীয় ইনিংছত ভাৰতে ৬ উইকেটৰ বিনিময়ত ৪৮৭ ৰানত ঘোষণা কৰে৷ দ্বিতীয় ইনিংছত ভাৰতীয় অপেনাৰ যশস্বী জয়ছোৱাল (১৬১) আৰু বিৰাট কোহলীয়ে (অপৰাজিত ১০০) শতক অৰ্জন কৰে৷ এইটো হৈছে অষ্ট্ৰেলিয়াৰ মাটিত ভাৰতৰ সৰ্ববৃহৎ জয়। ১৯৭৭ চনৰ ৩০ ডিচেম্বৰত মেলব’ৰ্ণত ভাৰতে অষ্ট্ৰেলিয়াক ২২২ ৰাণত পৰাস্ত কৰি ইতিহাস ৰচিছিল৷ এইবাৰ ভাৰতে নতুন ইতিহাস ৰচে।

আনহাতে, ৰানৰ হিচাপত এইটো হৈছে ভাৰতৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় সৰ্ববৃহৎ জয়। ২০০৮ চনত মোহালিত টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াক ৩২০ ৰাণত পৰাস্ত কৰিছিল।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: IndiaAustraliaTestইণ্ডিয়া-অষ্ট্ৰেলিয়াটেষ্ট
Share4Tweet3Send

Related Posts

Under 19 yr WC : ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে ধুমুহা ইনিংছ বৈভৱ সূৰ্যবংশীৰ বিৰাট কোহলীক অতিক্ৰম
Sports News

Under 19 yr WC : ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে ধুমুহা ইনিংছ বৈভৱ সূৰ্যবংশীৰ বিৰাট কোহলীক অতিক্ৰম

by News Desk
January 17, 2026
50
ICC T-20 WC : টি-২০ বিশ্বকাপ সন্দৰ্ভত নতুন জটিলতা, ভাৰতীয় আই চি চিৰ সদস্যক ভিছা নিদিলে বাংলাদেশে
Sports News

ICC T-20 WC : টি-২০ বিশ্বকাপ সন্দৰ্ভত নতুন জটিলতা, ভাৰতীয় আই চি চিৰ সদস্যক ভিছা নিদিলে বাংলাদেশে

by News Desk
January 17, 2026
50
Virat Kohli : বেটিং কৰাৰ আগতে কি কি কৰে কোহলিয়ে
Sports News

Virat Kohli : বেটিং কৰাৰ আগতে কি কি কৰে কোহলিয়ে

by News Desk
January 13, 2026
53
T-20 World Cup : বিশ্বকাপৰ বাবে ১৫ জনীয়া দল ঘোষণা ভাৰতৰ
Sports News

T-20 World Cup : বিশ্বকাপৰ বাবে ১৫ জনীয়া দল ঘোষণা ভাৰতৰ

by News Desk
December 20, 2025
59
Team India : আজি জয় লৈ আত্মবিশ্বাসী টিম ইণ্ডিয়া
Sports News

Team India : আজি জয় লৈ আত্মবিশ্বাসী টিম ইণ্ডিয়া

by Staff Reporter
December 11, 2025
52
India’s 15-Member Squad for the 2025 Asia Cup Announced
Sports News

India’s 15-Member Squad for the 2025 Asia Cup Announced

by ASSAM TIMES POST
August 19, 2025
54
ADVERTISEMENT
Under 19 yr WC : ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে ধুমুহা ইনিংছ বৈভৱ সূৰ্যবংশীৰ বিৰাট কোহলীক অতিক্ৰম
Sports News

Under 19 yr WC : ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে ধুমুহা ইনিংছ বৈভৱ সূৰ্যবংশীৰ বিৰাট কোহলীক অতিক্ৰম

January 17, 2026
50
Republic day 2026 : সন্ত্ৰাসবাদী আক্ৰমণৰ আশঙ্কা, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সমগ্ৰ দিল্লীত জাৰি হাই এলাৰ্ট
National-International

Republic day 2026 : সন্ত্ৰাসবাদী আক্ৰমণৰ আশঙ্কা, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সমগ্ৰ দিল্লীত জাৰি হাই এলাৰ্ট

January 17, 2026
50
Vande Bharat Express : দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল উদ্বোধন কৰি মোদীয়ে কয়, ‘কালী আৰু কামাখ্যাই হাত মিলাইছে’
National-International

Vande Bharat Express : দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল উদ্বোধন কৰি মোদীয়ে কয়, ‘কালী আৰু কামাখ্যাই হাত মিলাইছে’

January 17, 2026
50
BMC election 2026 : মুম্বাইত অন্ত পৰিল ঠাকৰে পৰিয়ালৰ ৰাজত্ব, পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ জয়লাভ
National-International

BMC election 2026 : মুম্বাইত অন্ত পৰিল ঠাকৰে পৰিয়ালৰ ৰাজত্ব, পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ জয়লাভ

January 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Under 19 yr WC : ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে ধুমুহা ইনিংছ বৈভৱ সূৰ্যবংশীৰ বিৰাট কোহলীক অতিক্ৰম

Under 19 yr WC : ১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপত বাংলাদেশৰ বিৰুদ্ধে ধুমুহা ইনিংছ বৈভৱ সূৰ্যবংশীৰ বিৰাট কোহলীক অতিক্ৰম

January 17, 2026
Republic day 2026 : সন্ত্ৰাসবাদী আক্ৰমণৰ আশঙ্কা, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সমগ্ৰ দিল্লীত জাৰি হাই এলাৰ্ট

Republic day 2026 : সন্ত্ৰাসবাদী আক্ৰমণৰ আশঙ্কা, চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সমগ্ৰ দিল্লীত জাৰি হাই এলাৰ্ট

January 17, 2026
Vande Bharat Express : দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল উদ্বোধন কৰি মোদীয়ে কয়, ‘কালী আৰু কামাখ্যাই হাত মিলাইছে’

Vande Bharat Express : দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল উদ্বোধন কৰি মোদীয়ে কয়, ‘কালী আৰু কামাখ্যাই হাত মিলাইছে’

January 17, 2026

Categories

ALL NEWS (17416) Artificial Intelligence (3) Assam (13899) BREAKING NEWS (6491) Business (34) Bussines (1) crime (25) cultural (5) Digital Transformation (3) DIPHU (4) Economy (99) Editorial (17) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2061) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3538) Lifestyle (24) literature (16) Music (1) National-International (11325) NORTHEAST (890) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Social Media (2) Sports News (502) Stories (16) Tech (14) Technology (2) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d