ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ধৰিত্ৰী আবা দিৱস: বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে ডিফুত সজাগতা অভিযান

ব্লক পর্যায়ত বিভিন্ন সজাগতামূলক কার্যসূচী সমাপন কৰা হ'ব

ASSAM TIMES POST by ASSAM TIMES POST
November 15, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 3 | ASSAM TIMES POST
ষ্টাফ ৰি’পৰ্টাৰ, ডিফু : আদিবাসী কিংবদন্তি বীৰছা মুণ্ডাৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা ২৬ নৱেম্বৰলৈ কাৰ্বি আংলং জিলাতো ধৰিত্ৰী আবা দিৱস পালন কৰা হ’ব। আজি ডিফু ক্লাবত এই কার্যসূচী আনুষ্ঠানিকভাবে উদ্বোধন কৰা হয়। উদ্বোধনী কার্যসূচীত জিলা আয়ুক্ত নিৰলা ফাংচ’পী, পৰিষদৰ কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙকে আদি কৰি বহু বিশিষ্ট লোক আৰু অঞ্চলবাসী উপস্থিত থাকে।

ধৰিত্ৰী আবা দিৱস: বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে ডিফুত সজাগতা অভিযান
ধৰিত্ৰী আবা দিৱস: বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে ডিফুত সজাগতা অভিযান

চৰকাৰী বিভিন্ন উন্নয়নমূলক আঁচনি সন্দৰ্ভত জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ লক্ষ্যৰে বীৰ বীৰছা মুণ্ডাৰ জন্ম জয়ন্তী উপলক্ষে কেন্দ্ৰীয় চৰকাৰে এই আঁচনি প্ৰৱৰ্তন কৰিছেজিলা আয়ুক্ত নিৰলা ফাংচ’পীয়ে সংবাদমাধ্যমৰ আগত কয় যে- কাৰ্বি আংলং জিলাৰ বিভিন্ন ব্লক সমূহতো অনুৰুপ কার্যসূচী ৰূপায়ণ কৰা হ’ব। আয়ুক্তগৰাকীয়ে মন্তব্য কৰি কয় যে, জনজাতীয় লোক সকল বিভিন্ন চৰকাৰী আঁচনি সন্দৰ্ভত অৱগত নহয়।

RELATED POSTS

Narcotics seized I বোকাজানত নিচাজাতীয় টেবলেট জব্দ

ডিফুত “কৰুণাধাৰাৰ” বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন, প্ৰতিবন্ধীৰ মাজত হুইল চেয়াৰ; আৰ্থিক সহাৰ্য্য প্ৰদান

Honoring a Respected Journalist: Dr. Tuliram Ronghang Attends Memorial Service for Lt. Deepu Charan Dutta

জনজাতীয় লোক সকলে বহু ক্ষেত্রত সজাগতাৰ বাবে আহিবলৈও সংকোচ কৰা পৰিলক্ষিত হয়।জনজাতীয় লোক সকলক চৰকাৰে প্ৰদান কৰা বিভিন্ন আঁচনি সন্দৰ্ভত অৱগত কৰা আৰু জনজাতীয় লোক সকলক আধাৰ কার্ড বনাবলৈ অনুপ্রাণিত কৰাতো এই কাৰ্যসূচীৰ গুৰুত্ব প্রদান হ’ব বুলি আয়ুক্তগৰাকীয়ে মন্তব্য কৰে।

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: ২৬ নৱেম্বৰঅঞ্চলবাসীঅনুষ্ঠানআদিবাসী কিংবদন্তিআধাৰ কার্ডউদ্বোধনী কার্যসূচীউন্নয়নমূলক আঁচনিকার্যসূচী ৰূপায়ণকাৰ্বি আংলংকাৰ্বি আংলং জিলাৰ ব্লককেন্দ্ৰীয় চৰকাৰচৰকাৰী আঁচনিজনজাতীয় উন্নয়নজনজাতীয় লোকজনসাধাৰণ সচেতনতাজন্ম জয়ন্তীজিলা আয়ুক্ত নিৰলা ফাংচপীয়েডিফু ক্লাবধৰিত্ৰী আবা দিৱসবীৰছা মুণ্ডাবীৰত্ব পালনলক্ষ্যসংকোচসচেতনতা কার্যসূচী.সচেতনতা বৃদ্ধিসজাগতাসমাজ উন্নয়ন
Share5Tweet3Send

Related Posts

Major Victory Against Drugs in Arunachal: Over 500g Heroin & 7kg Cannabis Seized, 91 Arrested in Naharlagun Crackdown
KARBI ANGLONG

Narcotics seized I বোকাজানত নিচাজাতীয় টেবলেট জব্দ

by Staff Reporter
December 6, 2025
50
ডিফুত “কৰুণাধাৰাৰ” বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন, প্ৰতিবন্ধীৰ মাজত হুইল চেয়াৰ; আৰ্থিক সহাৰ্য্য প্ৰদান
KARBI ANGLONG

ডিফুত “কৰুণাধাৰাৰ” বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন, প্ৰতিবন্ধীৰ মাজত হুইল চেয়াৰ; আৰ্থিক সহাৰ্য্য প্ৰদান

by Staff Reporter
December 3, 2025
51
Honoring a Respected Journalist: Dr. Tuliram Ronghang Attends Memorial Service for Lt. Deepu Charan Dutta
KARBI ANGLONG

Honoring a Respected Journalist: Dr. Tuliram Ronghang Attends Memorial Service for Lt. Deepu Charan Dutta

by ASSAM TIMES POST
December 2, 2025
57
Saidul Islam dies : ছিকিমৰ পাহাৰ চুমি নিস্তব্ধ হ’ল এটা জীৱন, জ্যেষ্ঠ সাংবাদিক চাইদুল ইছলামৰ অকাল বিয়োগ
KARBI ANGLONG

Saidul Islam dies : ছিকিমৰ পাহাৰ চুমি নিস্তব্ধ হ’ল এটা জীৱন, জ্যেষ্ঠ সাংবাদিক চাইদুল ইছলামৰ অকাল বিয়োগ

by ASSAM TIMES POST
December 1, 2025
91
Ngada Festival : ডিফুত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰেংমা নাগা সকলৰ বাৰ্ষিক শস্য চপোৱা উৎসৱ নাগাদা উদযাপন
KARBI ANGLONG

Ngada Festival : ডিফুত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰেংমা নাগা সকলৰ বাৰ্ষিক শস্য চপোৱা উৎসৱ নাগাদা উদযাপন

by ASSAM TIMES POST
November 27, 2025
54
“Drug Smuggling Bust: Police Arrest Six in Arunachal Pradesh and Assam with Drugs Worth Over Rs 3 Crore”
KARBI ANGLONG

ডিফুত জিলা ও সত্ৰ ন্যায়ায়াধীশ আদালতৰ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে ঐতিহাসিক ৰায়দান,  দুজনক দহ বছৰকৈ সশ্ৰম কাৰাদণ্ড

by Staff Reporter
November 26, 2025
51
ADVERTISEMENT
Major Victory Against Drugs in Arunachal: Over 500g Heroin & 7kg Cannabis Seized, 91 Arrested in Naharlagun Crackdown
KARBI ANGLONG

Narcotics seized I বোকাজানত নিচাজাতীয় টেবলেট জব্দ

December 6, 2025
50
মেছিয়ে বিশ্বকাপৰ ৫ ফেভাৰিট দিলে মেছিয়ে
National-International

মেছিয়ে বিশ্বকাপৰ ৫ ফেভাৰিট দিলে মেছিয়ে

December 6, 2025
50
Khalistan I সম্পত্তি বাজেয়াপ্ত, খালিস্তানীৰ বিৰুদ্ধে ব্ৰিটেইনৰ কঠোৰ পদক্ষেপ
National-International

Khalistan I সম্পত্তি বাজেয়াপ্ত, খালিস্তানীৰ বিৰুদ্ধে ব্ৰিটেইনৰ কঠোৰ পদক্ষেপ

December 6, 2025
50
ইণ্ডিগো বিমান উৰণৰ সময়ত ইঞ্জিনত ধোঁৱা! ১৮৭ জন যাত্ৰীক গোৱাত উদ্ধাৰ নৌসেনাৰ
National-International

IndiGo crisis I কিহৰ বাবে ইণ্ডিগ’ৰ সমস্যা, ৰহস্য উন্মোচন কৰিবলৈ কেন্দ্ৰৰ তদন্ত আৰম্ভ

December 6, 2025
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Major Victory Against Drugs in Arunachal: Over 500g Heroin & 7kg Cannabis Seized, 91 Arrested in Naharlagun Crackdown

Narcotics seized I বোকাজানত নিচাজাতীয় টেবলেট জব্দ

December 6, 2025
মেছিয়ে বিশ্বকাপৰ ৫ ফেভাৰিট দিলে মেছিয়ে

মেছিয়ে বিশ্বকাপৰ ৫ ফেভাৰিট দিলে মেছিয়ে

December 6, 2025
Khalistan I সম্পত্তি বাজেয়াপ্ত, খালিস্তানীৰ বিৰুদ্ধে ব্ৰিটেইনৰ কঠোৰ পদক্ষেপ

Khalistan I সম্পত্তি বাজেয়াপ্ত, খালিস্তানীৰ বিৰুদ্ধে ব্ৰিটেইনৰ কঠোৰ পদক্ষেপ

December 6, 2025

Categories

accident (1) ALL NEWS (17411) Artificial Intelligence (3) Assam (13861) BREAKING NEWS (6488) Business (34) crime (23) cultural (5) Digital Transformation (3) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION (1) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (420) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2056) Health & Fitness (632) Jobs & Career (7) KARBI ANGLONG (3506) Lifestyle (24) literature (16) National-International (11060) NORTHEAST (882) Novels (3) Photo (5) Poems (9) Political (140) Recipes (6) Science (1) Sports News (497) Stories (16) Tech (14) Tourism (1) Travel (6) Uncategorized (15) Video News (90) weather (1)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d