ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Nirmala Sitharaman : নিৰ্মলা সীতাৰমণৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ, এফআইআৰ দাখিলৰ নিৰ্দেশ আদালতৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 28, 2024
Reading Time: 1 min read
A A
0
Nirmala Sitharaman : নিৰ্মলা সীতাৰমণৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ, এফআইআৰ দাখিলৰ নিৰ্দেশ আদালতৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

এইবাৰ খোদ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন (Finance Minister Nirmala Sitharaman)ৰ বিৰুদ্ধে উঠিছে ধনদাবীৰ অভিযোগ (Allegations of extortion)। অভিযোগ অনুসৰি, তেওঁ নিৰ্বাচনী বণ্ডৰ জৰিয়তে (through electoral bonds) বিজেপিৰ বাবে ধন সংগ্ৰহ (Fundraising) কৰিছিল। আনকি এই কাম কৰিবলৈ তেওঁ ইডি আৰু আয়কৰ বিভাগকো ব্যৱহাৰ কৰিছিল। বাংগালুৰুৰ এখন আদালতে বিত্তমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগত এফআইআৰ দাখিল কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছে।

জনাধিকাৰ সংঘৰ্ষ সংগঠন নামৰ এটা বেচৰকাৰী সংস্থাৰ উপ-সভাপতি আদৰ্শ আয়াৰে বিত্তমন্ত্ৰীৰ লগতে আন কেইবাজনো লোকৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগত এজাহাৰ দাখিল কৰে। শুকুৰবাৰে শুনানিৰ সময়ত ন্যায়াধীশগৰাকীয়ে দাখিল কৰা আবেদনৰ ভিত্তিত এই নিৰ্দেশ দিয়ে। আবেদনখনত ইডি, ভাৰতীয় জনতা পাৰ্টিৰ মুৰব্বী জে পি নাড্ডা, কৰ্ণাটক বিজেপিৰ মুৰব্বী বিজয়েন্দ্ৰ আৰু বিজেপিৰ প্ৰাক্তন সাংসদ নলিন কুমাৰ কাটিলৰ নামো উল্লেখ কৰা হৈছে। আদৰ্শৰ অভিযোগ যে ইয়াৰ লগত বহু প্ৰভাৱশালী লোক জড়িত হৈ আছে।

fm | ASSAM TIMES POST
নিৰ্মলা সীতাৰমণৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ, এফআইআৰ দাখিলৰ নিৰ্দেশ আদালতৰ

কিন্তু ৰাষ্ট্ৰপতিৰ অনুমোদন অবিহনে আৰক্ষীয়ে বিত্তমন্ত্ৰীৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিব পাৰিবনে নোৱাৰে আৰু ৰাষ্ট্ৰপতিৰ অনুমতি অবিহনে তদন্ত কৰিব পাৰেনে নোৱাৰে সেয়া স্পষ্ট হোৱা নাই। আনহাতে, বিজয়েন্দ্ৰৰ ক্ষেত্ৰত যিহেতু তেওঁ এজন বিধায়ক, গতিকে নিয়ম অনুসৰি কৰ্ণাটকৰ ৰাজ্যপালৰ পৰা অনুমোদন আহিব লাগিব।

উল্লেখ্য যে ২০১৭ চনত বিত্ত আইনৰ জৰিয়তে নিৰ্বাচনী বণ্ড আঁচনি প্ৰৱৰ্তন কৰা হৈছিল। ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত উচ্চতম ন্যায়ালয়ে ইয়াক অসাংবিধানিক বুলি ঘোষণা কৰিছিল। আদালতৰ নিৰ্দেশত নিৰ্বাচনী বণ্ড সন্দৰ্ভত ব্যৱসায়ী আৰু ঔদ্যোগিক কোম্পানীসমূহৰ পৰা দলসমূহে কিমান ধন লাভ কৰিছে তাৰ তালিকা প্ৰকাশ কৰিছে এছ বি আয়ে। তাত দেখা গৈছে যে মুঠতে বিজেপিয়ে ৬,০৬১ কোটি, তৃণমূলে ১,৬১০ কোটি আৰু কংগ্ৰেছে ১,৪২২ কোটি টকা নিৰ্বাচনী বণ্ডৰ জৰিয়তে লাভ কৰিছিল। বিৰোধীয়ে অভিযোগ উত্থাপন কৰে যে বিজেপিয়ে এই বণ্ডসমূহৰ শোষণ কৰি নিৰ্বাচনত কেন্দ্ৰীয় সংস্থাসমূহ ব্যৱহাৰ কৰিছিল।

আনহাতে, আদালতে কয় যে কেৱল নিৰ্মলা সীতাৰমণেই নহয়, আন সংগীসকলৰ বিৰুদ্ধেও এফআইআৰ দাখিল কৰিব লাগে। আগন্তুক তিনিমাহৰ ভিতৰত আৰক্ষীয়ে তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব।

Tags: NirmalaSitharamanনিৰ্মলাসীতাৰমণ
Share4Tweet3Send

Related Posts

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

by News Desk
July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

by News Desk
July 22, 2026
50
JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত
National-International

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

by News Desk
July 22, 2026
50
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী
National-International

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

by News Desk
July 22, 2026
50
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

by News Desk
July 22, 2026
50
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

by Staff Reporter
July 22, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx