ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত পদ্মশ্ৰী ৰংবং তেৰাঙক সন্মানীয় পিএইছডি প্ৰদান অসম বিশ্ব বিদ্যালয় ডিফু চৌহদৰ

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
September 16, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

সোমবাৰে দিনৰ ১২ মান বজাত অসম বিশ্ববিদ্যালয় ডিফু চৌহদে ডিফুত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যক পদ্মশ্ৰী ৰংবং তেৰাঙক সন্মানীয় পিএইছডি প্ৰদান কৰে ৷ অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ চিভি ৰমন সোঁৱৰণী সন্মিলন কক্ষত এই সন্মানীয় বঁটি প্ৰদান কৰা হয় ৰংমিলিৰ হাঁহিৰ স্ৰষ্টী ৰংবং তেৰাঙক ৷

ডিফুত পদ্মশ্ৰী ৰংবং তেৰাঙক সন্মানীয় পিএইছডি প্ৰদান অসম বিশ্ব বিদ্যালয় ডিফু চৌহদৰ
ডিফুত পদ্মশ্ৰী ৰংবং তেৰাঙক সন্মানীয় পিএইছডি প্ৰদান অসম বিশ্ব বিদ্যালয় ডিফু চৌহদৰ

উক্ত কাৰ্যসূচীত অসম বিশ্ব বিদ্যালয়ৰ আচাৰ্য, উপাচাৰ্যৰ লগতে গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে বুলি জানিব পৰা গৈছে ৷ পদ্মশ্ৰী ৰংবং তেৰাঙে উক্ত সন্মান গ্ৰহণ কৰি অসম বিশ্ববিদ্যালয় ডিফু চৌহদক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে উক্ত সন্মানে পাহাৰীয়া ৰাইজক উৎসাহ আৰু প্ৰেৰণা যোগাব বুলি কয় ৷

Tags: অসম বিশ্ববিদ্যালয়অসম সাহিত্য সভাআচাৰ্যউপাচাৰ্যউৎসাহগণ্য মান্য ব্যক্তিচিভি ৰমন সোঁৱৰণী সন্মিলন কক্ষডিফু চৌহদধন্যবাদ জ্ঞাপনপদ্মশ্ৰী ৰংবং তেৰাঙপাহাৰীয়া ৰাইজপ্রাক্তন সভাপতিপ্ৰেৰণাবিশিষ্ট সাহিত্যকসন্মান গ্ৰহণসন্মানীয় পিএইচডিৰংমিলিৰ হাঁহি
Share4Tweet3Send

Related Posts

Autonomus Peoples Movement : কাৰ্বি পাহাৰত নতুন ৰাজনৈতিক দল ‘অট’নমাছ পিপ’লছ মুভমেণ্ট’ত বহু নেতাৰ অংশগ্ৰহণ
KARBI ANGLONG

by News Desk
August 10, 2026
50
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

by News Desk
August 9, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

by News Desk
August 8, 2026
50
Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ
KARBI ANGLONG

Nijut Moina scheme : ডিফুত মুখ্যমন্ত্ৰীৰ নিযুত মইনা-নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণ

by News Desk
August 6, 2026
50
Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Bokoliaghat school opening : বকলীয়াঘাটত ৮ কোটি ব্যয়সাপেক্ষে নির্মিত বিদ্যালয় ভৱন উদ্বোধন তুলিৰাম ৰংহাঙৰ

by News Desk
August 5, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

by News Desk
August 4, 2026
50
ADVERTISEMENT
Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati
NORTHEAST

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

August 13, 2026
50
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ
National-International

Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী

Tata Sons : টাটা এৰিলে চন্দ্ৰশেখৰনে, পুনৰ নিযুক্তিক লৈ বিতৰ্কৰ মাজতে অধ্যক্ষ পদৰ পৰা পদত্যাগ

August 12, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

Manipur Police Seize 446g Drugs, Arrest Nagaland Man in Senapati

August 13, 2026
Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

Maharashtra Govt : মাৰাঠী নাজানিলে নাপাব টেক্সি, অটো আৰু কেব চালকৰ অনুজ্ঞাপত্ৰ, প্ৰয়োজনত বাতিলৰো সিদ্ধান্ত মহাৰাষ্ট্ৰ চৰকাৰৰ

August 13, 2026
Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী

Delhi Blast case : দিল্লী বিস্ফোৰণৰ আঁৰত আছিল আল কায়দাৰ উপমহাদেশীয় শাখা, ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত দাবী

August 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT