ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

নিউজ ডেস্কঃ

News Desk by News Desk
October 1, 2026
Reading Time: 1 min read
A A
0
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

RELATED POSTS

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে

FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি

New Logo Smal 2 | ASSAM TIMES POST

সহ-পাইলটে তেওঁৰ শৰীৰত এটাৰ পিছত এটাকৈ আঘাত কৰে। কিন্তু ভাৰতীয় পাইলট স্মিট মাচ্চাৰে (Captain Smit Machchhar) সমস্ত শক্তিৰে ইয়াৰ বিৰুদ্ধে যুঁজ দিছিল। অৱশ্যে বিভিন্ন বাতৰিত দাবী কৰা হৈছে যে সেই ৰক্তাক্ত মুহূৰ্তত স্মিটৰ দুটা ক্ষিপ্ৰ সিদ্ধান্তই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিলে। মুম্বাইৰ ঘাটকোপাৰত থকা স্মিটৰ পৰিয়ালৰ চুবুৰীয়া তথা চিকিৎসক জিনীত শ্বাহে কয় যে স্মিট এজন অভিজ্ঞ পাইলট আৰু জৰুৰীকালীন পৰিস্থিতিত ক্ষিপ্ৰ সিদ্ধান্ত লোৱাৰ অভিজ্ঞতা আছে। তেওঁ দ্ৰুততাৰে সিদ্ধান্ত ল’ব জানে।

চুবুৰীয়াজনৰ মতে, “স্মিটো পাইলটক প্ৰশিক্ষণ দিয়ে। তেওঁৰ নিজা একাডেমীও আছে। আৰু সেইবাবেই তেওঁ জৰুৰীকালীন পৰিস্থিতিত কি কৰিব লাগে ভালদৰে জানে। স্মিটৰ এই ক্ষমতাৰ বাবেই যাত্ৰীসকলৰ জীৱন ৰক্ষা পৰিল।” ছুৰীৰে আঘাত পোৱাৰ পিছতো স্মিটে যাত্ৰীসকলক বচাবলৈ আপ্ৰাণ চেষ্টা চলাইছিল। ভাৰতীয় পাইলটজনক কিয় কো-পাইলটে আক্ৰমণ কৰিছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। বিমান সংস্থাটোও এই সন্দৰ্ভত এতিয়াও নিমাত হৈ আছে। সংযুক্ত আৰব আমিৰশ্বাহীয়েও এই সন্দৰ্ভত একো কোৱা নাই। তদন্ত অব্যাহত আছে যদিও ককপিটৰ ভিতৰত কি হৈছিল, যাৰ ফলত ৰক্তপাতৰ সৃষ্টি হৈছিল সেই সন্দৰ্ভত তীব্ৰ জল্পনা-কল্পনা চলি আছে।

fly3 | ASSAM TIMES POST
তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

টাইমছ অব ইজৰাইলৰ প্ৰতিবেদনত কোৱা হৈছে যে যেতিয়া ককপিটৰ ভিতৰত যুদ্ধ চলি আছিল, যেতিয়া সহ-পাইলটে পাইলটক আক্ৰমণ কৰি বিমানখনৰ নিয়ন্ত্ৰণ ল’বলৈ চেষ্টা কৰিছিল। তেতিয়া ককপিটত প্ৰথমে স্কোৱাক ক’ড ৭৭০০ আৰু তাৰ পিছত ৭৫০০ পঠিয়াইছিল। এই ক’ড পাইলটে জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰে। বিমানখন অপহৰণ বা অবৈধভাৱে জব্দ কৰাৰ দৰে ঘটনা সংঘটিত হ’লে এই বাৰ্তা প্ৰেৰণ কৰা হয়। ফলত প্ৰথমে ভবা হৈছিল যে টেল আভিভ অভিমুখী বিমানখন অপহৰণ কৰা হৈছে। কিন্তু এতিয়াও জানিব পৰা হোৱা নাই যে বিমানখনে প্ৰকৃততে কিয় এনে সংকেত প্ৰেৰণ কৰিছিল। ৭৫০০ৰ সংকেত পোৱাৰ পিছত ইজৰাইলৰ বায়ুসেনাৰ যুদ্ধ বিমানেও বিমানখনৰ ফালে ৰাওনা হয়। কিন্তু সময়ৰ লগে লগে আচল ঘটনা পোহৰলৈ আহে, যিটো আৰু অধিক ভয়ংকৰ। কিন্তু বিমানখনৰ পাইলট স্মিটে লোৱা তৎকালীন সিদ্ধান্তৰ ফলত এক ভয়ংকৰ কাণ্ডৰ পৰা হাত সাৰিব পৰা গ’ল।

কেইছেকেণ্ডমানৰ ভিতৰতে দুটা ক’ড পঠিয়াই এটিচিক সতৰ্ক কৰাটো যেনেকৈ এটা ডাঙৰ পদক্ষেপ আছিল, তেনেকৈয়ে সহ-পাইলটৰ প্ৰচেষ্টাক বিফল কৰিবলৈ ছুৰীৰে আঘাত কৰাৰ পিছতো তেওঁ ককপিটৰ দুৱাৰখন খুলি দিয়ে। ৰক্তাক্ত অৱস্থাত ককপিটৰ মজিয়াত পৰিও তেওঁ হাৰ নামানিলে। সেই অৱস্থাত তেওঁ নিজৰ সমস্ত শক্তি ব্যৱহাৰ কৰি ককপিটৰ দুৱাৰখন খুলি দিলে। তেতিয়াই যাত্ৰীসকলে তেওঁক দেখিলে। স্মিটে চিঞৰি উঠিল ‘সহায় কৰক, সহায় কৰক’। সেই পৰিস্থিতিত কেইবাজনো যাত্ৰী আৰু ক্ৰুৱে ককপিটত প্ৰৱেশ কৰি সহ-পাইলটক ধৰে। ইয়াৰ পিছত ককপিটৰ পৰা উলিয়াই আনে। বিভিন্ন প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে স্মিটৰ এই দুটা পদক্ষেপে বৃহৎ বিমান দুৰ্ঘটনাৰ পৰা হাত সাৰিবলৈ সহায় কৰিছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CaptainSmitMachchhar
Share4Tweet3Send

Related Posts

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা
National-International

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

by News Desk
October 1, 2026
50
FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে
National-International

FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে

by News Desk
October 1, 2026
50
FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি
National-International

FlyDubai flight case : ককপিটত ৰক্তপাতৰ ঘটনাত ইৰাণৰ সংযোগ আছে নেকি ? ইজৰাইলৰ বক্তব্য কি

by News Desk
October 1, 2026
50
INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী
National-International

INDIA block : ইভিএম নহয়, আমি বেলট বিচাৰোঁ; ‘ইণ্ডিয়া’ বৈঠকত দাবী

by News Desk
October 1, 2026
50
FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ
National-International

FlyDubai flight case : এজন প্ৰকৃত নায়ক, ভাৰতীয় পাইলটৰ বীৰত্বৰ প্ৰশংসা মোদী, ট্ৰাম্প, নেতানিয়াহুৰ

by News Desk
October 1, 2026
50
Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়
National-International

Cancer medicine price : কেন্সাৰৰ ঔষধৰ খুচুৰা মূল্য পাইকাৰী মূল্যৰ দহগুণ, উদ্বিগ্ন উচ্চতম ন্যায়ালয়

by News Desk
September 30, 2026
51
ADVERTISEMENT
Assam Restricts CM Convoys, Gives Emergency Vehicles Priority
Assam

Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

October 1, 2026
50
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে
National-International

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

October 1, 2026
50
Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা
National-International

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

October 1, 2026
50
FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে
National-International

FlyDubai pilot case : ইজৰাইলত নায়কৰ ৰূপত প্ৰশংসিত ভাৰতীয় পাইলটজন স্বভাৱত কেনে, জনালে বন্ধুৱে

October 1, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

Assam Restricts CM Convoys, Gives Emergency Vehicles Priority

October 1, 2026
Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

Captain Smit Machchhar : তেজেৰে লুতুৰি-পুতুৰি হৈয়ো সমস্ত শক্তিৰে সহ-পাইলটক বাধা দিছিল কেপ্টেইন স্মিটে

October 1, 2026
Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

Monalisa marriage controversy : কুম্ভমেলাত বিখ্যাত হোৱা মনালিছাক মনত আছেনে, বিবাহ বিতৰ্কত এইবাৰ সকাহ পালে আদালতৰ পৰা

October 1, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d