ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুত ডিফু কলা কেন্দ্ৰৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ষ্টাফ ৰিপ'ৰ্টাৰ:ডিফু

Staff Reporter by Staff Reporter
September 14, 2024
Reading Time: 1 min read
A A
0
দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুত ডিফু কলা কেন্দ্ৰৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

শণিবাৰে পুৱা ৯ বজাৰ পৰা ডিফুত  ডিফু জাতীয় কলা-সংস্কৃতিক জীয়াই ৰখাৰ স্বাৰ্থত সোণালী বৰ্ষ গৰকা ডিফুৰ (Diphu) কলা কেন্দ্ৰই ইয়াৰ গৌৰৱোজ্জল ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে ৷

৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুত ডিফু কলা কেন্দ্ৰৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন:

কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত  কলা কেন্দ্ৰৰ সম্পাদক দিলীপ দাসে আঁত ধৰা  ডিফু কলা কেন্দ্ৰৰ পতাকা উত্তোলন কৰে ডিফু কলা কেন্দ্ৰৰ সভাপতি মুকুল চন্দ্ৰ বৰুৱাই ৷ 

স্মৃতি তৰ্পণ কৰে ডিফু কলা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ কাজল দাস দেৱানে ৷ কলা কেন্দ্ৰ চৌহদত বৃক্ষপুলি ৰোপন কৰে ক্ৰমে, ডিফু কলা কেন্দ্ৰৰ সহকাৰী সম্পাদক অচ্যুত কুমাৰ বৰা, লগতে কাৰ্য নিৰ্বাহক সকল ক্ৰমে, ধনী কলিতা ,হৃদয়ানন্দ শৰ্মা, বিমল বুঢ়া গোঁহাই আৰু ফুডিং তেৰাঙে ৷

বিয়লিৰ ভাগত চিত্ৰাঙ্কন প্ৰতিযোগিতা, প্ৰয়াত  ডঃ ভূপেন হাজৰিকা দেৱলৈ শ্ৰদ্ধাঞ্জলী, সন্ধিয়া ডিফু ক্লাৱত  ভাগত মঞ্চ উদ্ধোধন আৰু সাংস্কৃতিক সন্ধিয়াৰে সামৰণি পৰিব ডিফু কলা কেন্দ্ৰৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী ৷

Tags: ডিফু কলা কেন্দ্ৰৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনদিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুত
Share4Tweet3Send

Related Posts

Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে
KARBI ANGLONG

Pumped storage project : চিইএম ড° ৰংহাঙে পাম্পড ষ্ট’ৰেজ প্ৰজেক্টৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে

by News Desk
June 8, 2026
50
লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।
KARBI ANGLONG

লাহৰিজানত সোনৰ লকেট কাঢ়ি নিয়াৰ চেষ্টা, আহত ১২ বছৰীয়া কিশোৰ।

by Staff Reporter
June 8, 2026
50
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

by ASSAM TIMES POST
June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

by News Desk
June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

by Staff Reporter
June 2, 2026
50
Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
ADVERTISEMENT
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

June 8, 2026
50
Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ
National-International

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

June 8, 2026
50
Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল
National-International

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

June 8, 2026
50
Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন
National-International

Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন

June 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

June 8, 2026
Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

June 8, 2026
Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

June 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx