ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

নিউজ ডেস্কঃ

News Desk by News Desk
September 7, 2026
Reading Time: 1 min read
A A
0
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

RELATED POSTS

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

New Logo Smal | ASSAM TIMES POST

কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন।

ডিফু ক্লাবত দেওবাৰে সন্ধিয়া কেক কাটি পালন কৰা জন্ম দিনত শুভাকাংক্ষীসকলে তেখেতক কাৰ্বি পহ’, গামোচাৰে জন্ম দিনৰ ওলগ জনায়।

উক্ত অনুষ্ঠানতে বয়োজ্যেষ্ঠ সাংবাদিকগৰাকীৰ নৱতম গ্ৰন্থ “সাংবাদিক জীৱনৰ ৰূপৰেখা” উন্মোচন কৰা হয়।

আত্মজীৱনিমূলক গ্ৰন্থখন উন্মোচন কৰে অনুষ্ঠানটিৰ মুখ্য অতিথি বিদায়ী জিলা আয়ুক্ত আৰণ্যক শইকীয়াই।

bir | ASSAM TIMES POST
কাৰ্বি আংলং জিলাৰ সাংবাদিকতাৰ বাটকটীয়া জ্যেষ্ঠ সাংবাদিক-লেখক নগেন বৰাৰ ৮৭ সংখ্যক জন্ম দিন পালন

গাম্ভীৰ্যপূৰ্ণ সেই অনুষ্ঠানতে নগাঁও জিলালৈ বদলি হোৱা জিলা আয়ুক্ত গৰাকীকো বিদায় সম্বৰ্ধনা জনোৱা হয়।

কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবৰ লগতে ডিফুৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ ফালৰ পৰা তেখেতক সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানৰ অন্তত জিলা আয়ুক্তগৰাকীয়ে জ্যেষ্ঠ সাংবাদিক গৰাকীৰ এই গ্ৰন্থখনে জিলাখনৰ ইতিহাসৰ বিশেষ স্মৃতি কঢ়িয়াই অনা বুলি মন্তব্য কৰে।

লগতে বিদায়ী ক্ষণত ডিফুৰ ৰাইজে আগবঢ়োৱা মৰমক তেওঁৰ স্মৃতিত সদায় জীয়াই থাকিব বুলিও মন্তব্য কৰে।

অনুষ্ঠানত পদ্মশ্ৰী ধনেশ্বৰ ইংতিকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Share4Tweet3Send

Related Posts

কাৰ্বি আংলঙৰ ডকমকাত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ : হত্যা নে আত্মহত্যা, ৰহস্যৰ আৱৰ্তত !
KARBI ANGLONG

by News Desk
September 7, 2026
50
শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল
KARBI ANGLONG

শিল্পী জুবিন গাৰ্গৰ মৃত্যু দিৱস:জুবিন সংগীত প্ৰতিযোগিতাৰ সন্দৰ্ভত ডিফু সাহিত্য সভাৰ সংবাদ মেল

by ASSAM TIMES POST
September 5, 2026
59
Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী
KARBI ANGLONG

Drugs seized : কাৰ্বি আংলঙৰ খাকৰাজনাত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছ জব্দ, আটক সৰবৰাহকাৰী

by News Desk
September 4, 2026
61
West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা
KARBI ANGLONG

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

by News Desk
September 2, 2026
63
Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ
KARBI ANGLONG

Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ

by ASSAM TIMES POST
September 2, 2026
65
Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত
KARBI ANGLONG

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

by News Desk
September 1, 2026
66
ADVERTISEMENT
বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই
Guwahati

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

September 7, 2026
50
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ
National-International

ISRO : ইছৰোৰ ব্যক্তিগতকৰণ নহয়, কৰ্মচাৰীৰ উদ্বেগ আৰু বিতৰ্কৰ মাজতে স্পষ্ট কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই

Assam Times Post is an Online Assamese and English News Portal from Assam.

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা  : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত ভয়ংকৰ ঘটনা : মাতৃৰ চিকিৎসা কৰাবলৈ আহি চিকিৎসালয়তে প্ৰাণ হেৰুৱালে পুত্ৰই

September 7, 2026
বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

বেলতলাৰ হত্যাকাণ্ডৰ শিহৰণকাৰী তথ্য : পত্নীক হত্যাৰ পিছত মৃতদেহৰ কাষতে ভাত বনাই খাইছিল ৰামানুজে, আৰক্ষীৰ জেৰাত পৰকীয়া প্ৰেমৰ বিস্ফোৰক স্বীকাৰোক্তি

September 7, 2026
Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ

September 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d