ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Kejriwal Bail Plea : উচ্চতম ন্যায়ালয়ত নাকচ কেজৰিৱালৰ চিবিআই গোচৰৰ অন্তৱৰ্তীকালীন জামিন আবেদন

নিউজ ডেস্কঃ

News Desk by News Desk
August 14, 2024
Reading Time: 1 min read
A A
0
Kejriwal Bail Plea : উচ্চতম ন্যায়ালয়ত নাকচ কেজৰিৱালৰ চিবিআই গোচৰৰ অন্তৱৰ্তীকালীন জামিন আবেদন

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

দিল্লীৰ মুখ্যমন্ত্ৰী (Chief Minister of Delhi) তথা আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে (Arvind Kejriwal) সকাহ নাপালে উচ্চতম ন্যায়ালয়ৰ পৰা। যাৰ বাবে সম্প্ৰতি তেওঁ জে’লতে থাকিব লাগিব। বুধবাৰে কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন আবেদন (Interim bail plea)ৰ শুনানি গ্ৰহণ নকৰিলে (Did not hold a hearing) উচ্চতম ন্যায়ালয়ে (Supreme Court)। এই গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইৰ বক্তব্য বিচাৰিছে উচ্চতম ন্যায়ালয়ে। গোচৰটোৰ পৰৱৰ্তী শুনানি ২৩ আগষ্টত অনুষ্ঠিত হ’ব। উক্ত দিনত কেজৰিৱালৰ জামিন সন্দৰ্ভত চিবিআয়ে বিবৃতি দিব লাগিব।

উল্লেখ্য, দিল্লী আবকাৰী গোচৰত কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। জে’লত থকাৰ সময়ত একেটা গোচৰতে চিবিআয়ে গ্ৰেপ্তাৰ কৰে তেওঁক। উক্ত গোচৰৰ জামিন বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল কেজৰিৱালে। ৫ আগষ্টত কেজৰিৱাল গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ নীনা বানছাল কৃষ্ণৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে গ্ৰেপ্তাৰৰ আঁৰত চিবিআইৰ ‘ন্যায্য’ কাৰণ আছে। গতিকে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ এই কাৰ্যক কেতিয়াও অবৈধ বুলি ক’ব নোৱাৰি। একে সময়তে দিল্লী উচ্চ ন্যায়ালয়ে কেজৰিৱালৰ জামিন আবেদনৰ গোচৰটো নিষ্পত্তি কৰিছে।

Delhi 1 1 | ASSAM TIMES POST
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

আনহাতে, উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন আবেদন নাকচ কৰাৰ পিছতে যোৱা ১২ আগষ্টত উচ্চতম ন্যায়ালয়ৰ কাষ চাপে দিল্লীৰ মুখ্যমন্ত্ৰী। বুধবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্য্য কান্তৰ বিচাৰপীঠত কেজৰিৱালৰ অধিবক্তা অভিষেক মনু সিংভীয়ে কয় যে ১০ মে’ত আবকাৰী গোচৰত কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন দিয়া হৈছিল। পিছত জুলাই মাহত তেওঁ একেটা গোচৰতে জামিন লাভ কৰে। আনকি নিম্ন আদালতেও চিবিআইৰ গোচৰত কেজৰিৱালক জামিন মঞ্জুৰ কৰিছিল। ইয়াৰ উপৰি চিবিআইৰ গ্ৰেপ্তাৰক উচ্চতম ন্যায়ালয়ত ‘অবৈধ’ বুলিও উল্লেখ কৰা হৈছিল।

আদালতত কেজৰিৱালৰ অধিবক্তাই কয় যে আবকাৰী গোচৰ ৰুজু হোৱাৰ এবছৰ ১০ মাহৰ পাছত চিবিআয়ে তেওঁৰ মক্কেলক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছত কেজৰিৱালে অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন জনায়। কিন্তু উচ্চতম ন্যায়ালয়ে নাকচ কৰে। ন্যায়াধীশ সূৰ্য্য কান্তৰ বিচাৰপীঠে কয়, “অন্তৱৰ্তীকালীন জামিনৰ কথা নক’ব। আমি কোনো অন্তৱৰ্তীকালীন জামিন নিদিওঁ।”

Tags: KejriwalBailPleaকেজৰিৱালৰঅন্তৱৰ্তীকালীনজামিননাকচ
Share4Tweet3Send

Related Posts

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

by News Desk
July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

by News Desk
July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

by News Desk
July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

by News Desk
July 25, 2026
50
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
National-International

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

by Staff Reporter
July 25, 2026
50
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ
National-International

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

by Staff Reporter
July 25, 2026
50
ADVERTISEMENT
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

July 26, 2026
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx