ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Sheikh Hasina Resigned : বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগ, দেশ এৰি পলায়নৰ বাতৰি শ্বেখ হাছিনাৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 5, 2024
Reading Time: 1 min read
A A
0
Sheikh Hasina Resigned : বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদত্যাগ, দেশ এৰি পলায়নৰ বাতৰি শ্বেখ হাছিনাৰ

RELATED POSTS

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

New Logo Smal | ASSAM TIMES POST

বাংলাদেশ (Bangladesh)ৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা (Prime Minister Sheikh Hasina)ই পদত্যাগ (resigned) কৰিছে। খবৰ অনুসৰি, তেওঁ ভগ্নী ৰেহানাৰ সৈতে ঢাকাৰ বাসগৃহ এৰিছে (Leaves Dhaka residence with sister Rehana)। হেলিকপ্টাৰেৰে তেওঁক ‘নিৰাপদ’ আশ্ৰয়স্থললৈ লৈ যোৱা হৈছে। বাংলাদেশত সেনাৰ অধীনত তদাৰকী চৰকাৰ গঠন হ’ব পাৰে। সূত্ৰ অনুসৰি, তাৰ পূৰ্বে প্ৰধানমন্ত্ৰী হাছিনাক বাংলাদেশ সেনাই পদত্যাগ কৰিবলৈ সময়সীমা বান্ধি দিয়ে। খবৰ অনুসৰি তেওঁক ৪৫ মিনিট সময় দিয়া হৈছিল। ইয়াৰ পিছতে তেওঁ পদত্যাগ কৰে। বাংলাদেশী সংবাদ মাধ্যমৰ সূত্ৰ মতে, দেশ এৰি যোৱাৰ পূৰ্বে হাছিনাই জাতিক উদ্দেশ্যি দিবলগা ভাষণ ৰেকৰ্ডিং কৰিব বিচাৰিছিল। কিন্তু বাংলাদেশৰ সেনাই তেওঁক সেই সুযোগ নিদিলে। কিছু মুহূৰ্তৰ পিছত সেনাপ্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানে দেশবাসীক সম্বোধন কৰিব। আনহাতে, বাংলাদেশৰ আকাশমাৰ্গ পাৰ হ’লেই আৰম্ভ হ’ব হাছিনাৰ ভাষণ। খবৰ অনুসৰি, দেশখনৰ ক্ষমতা বাংলাদেশ সংসদৰ অধ্যক্ষলৈ হস্তান্তৰ কৰা হৈছে।

বিভিন্ন সূত্ৰৰ খবৰ অনুযায়ী, হাছিনাই এখন হেলিকপ্টাৰেৰে উঠি দেশ এৰি গুচি যায় হাছিনাই। আনহাতে, এক আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সূত্ৰ মতে, হাছিনাই ত্ৰিপুৰাত বৰ্তমান আশ্ৰয় লৈছে। তাৰ উপৰি হাছিনাই নতুন দিল্লীৰ সৈতে যোগাযোগ কৰা বুলিও দাবী কৰিছে এক সূত্ৰই। কিন্তু নতুন দিল্লীয়ে জনাইছে যে তেওঁক উদ্ধাৰ কৰিবলৈ ভাৰতৰ পৰা বাংলাদেশলৈ কোনো বিমান প্ৰেৰণ কৰা নহ’ব। ভাৰতে জনাইছে যে ভাৰতে বাংলাদেশৰ আকাশমাৰ্গলৈ কোনো বিমান প্ৰেৰণ নকৰে।

Bangla | ASSAM TIMES POST
বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগ

কাৰণ ইয়াৰ দ্বাৰা আইন উলংঘা হ’ব পাৰে। ইফালে ভাৰতৰ তৰফৰ পৰা জনোৱা হয় যে হাছিনাই প্ৰথমে ভাৰতৰ কোনো স্থানত উপস্থিত হ’ব লাগিব। ইয়াৰ পিছত তেওঁক দিল্লীলৈ লৈ যাব পাৰিব। ঢাকাৰ পৰা দিল্লীলৈ হেলিকপ্টাৰেৰে যোৱা সম্ভৱ নহয়। এনে ক্ষেত্ৰত তেওঁৰ নিকটতম অৱতৰণ স্থান হ’ব পাৰে আগৰতলা বিমানবন্দৰ। তাৰ পৰা তেওঁক বিশেষ বিমানেৰে দিল্লীলৈ লৈ যোৱা হ’ব পাৰে। আন এক সূত্ৰই দাবী কৰিছে যে হাছিনাই শিলিগুৰিৰ সমীপৰ কলকাতা বিমানবন্দৰ আৰু বাগডোগ্ৰা বিমানবন্দৰত অৱতৰণ কৰিব পাৰে। কিন্তু সেই ঠাই ঢাকাৰ পৰা বহু দূৰৈত। হাছিনাৰ একেবাৰে ওচৰ স্থান হৈছে আগৰতলা।

উল্লেখ্য যে হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদ জয় আমেৰিকাত থাকে। আনহাতে, কন্যা ছাইমা ৱাজেদৰ ঘৰ দিল্লীত। অনুমান কৰা হৈছে যে দিল্লী হাছিনাৰ প্ৰাৰম্ভিক গন্তব্যস্থান হ’বলৈ গৈ আছে।

বাংলাদেশত বিগত কিছুদিন ধৰি চলি আছে চৰকাৰ বিৰোধী আন্দোলন। প্ৰতিবাদকাৰীৰ এটায়ে দাবী- হাছিনা চৰকাৰৰ পদত্যাগ। দেওবাৰে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘৰ্ষত শ শ লোকৰ মৃত্যু হয়। পৰিস্থিতি জটিল হৈ অহাত সোমবাৰে পদত্যাগ কৰে হাছিনাই।

ইফালে অশান্তি ৰোধৰ বাবে দেওবাৰে সন্ধিয়া বাংলাদেশত জাৰি কৰা হয় সান্ধ্য আইন। সোমবাৰৰ পৰা তিনিদিনীয়া বন্ধৰ কথাও ঘোষণা কৰে চৰকাৰে। কিন্তু সোমবাৰে পুৱাৰে পৰা ঢাকাৰ ৰাজপথত সান্ধ্য আইনক আওকাণ কৰা লোকৰ ভিৰ বাঢ়ে। প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰে। কন্দুৱা গেছো নিক্ষেপ কৰা হয়। কিন্তু তথাপিও আন্দোলন দমন কৰিব পৰা নাই। পিছত শুনা যায় যে দেশখনৰ সেনা প্ৰধানে দেশবাসীক সম্বোধন কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ পিছত হাছিনাৰ পদত্যাগৰ খবৰ পোহৰলৈ আহে। বাংলাদেশৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ মাজতে বাংলাদেশৰ ৰাজপথলৈ ওলাই আহে লাখ লাখ লোক। হাছিনাৰ বাসগৃহ ‘গণ ভৱন’তো প্ৰৱেশ কৰে হাজাৰ হাজাৰ লোক।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: SheikhHasinaResignedশ্বেখহাছিনাৰপদত্যাগ
Share5Tweet3Send

Related Posts

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

by News Desk
September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

by News Desk
September 22, 2026
51
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
51
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
52
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
51
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

by News Desk
September 22, 2026
52
ADVERTISEMENT
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
50
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

September 23, 2026
50
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

September 23, 2026
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d