ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত অসমীয়া বিভাগৰ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান ঋত্বিক পৰাশৰ

অজন্তা তালুকদাৰঃ বোকাখাত :

News Desk by News Desk
July 24, 2024
Reading Time: 1 min read
A A
0
Dibrugarh University : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত অসমীয়া বিভাগৰ প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান ঋত্বিক পৰাশৰ

RELATED POSTS

Zubeen murder case : মুকলি আকাশৰ তলত জুবিন হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা

Opium Seized : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি চলিছে আৰক্ষীৰ ব্যাপক ড্ৰাগছ বিৰোধী অভিযান

Youth arrested : সাপেখাতীত মাৰণাস্ত্ৰসহ যুৱক আটক

New Logo Smal 3 | ASSAM TIMES POST

আজি ঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালয় (Dibrugarh University)ৰ ২০২৪ বৰ্ষৰ স্নাতকোত্তৰ (Master’s Degree in 2024) চূড়ান্ত পৰীক্ষাত অসমীয়া বিভাগ (Assamese Division)ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ (Getting the first rank in the first class) কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ ছাত্ৰ (Student of JDSG College in Bokakhat) ঋত্বিক পৰাশ (Ritwik Parash)ৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল মহাবিদ্যালয়খনৰ ছাত্ৰ ঋত্বিক পৰাশৰে। ঋত্বিক পৰাশৰ বোকাখাতৰ সেউজীপাৰ নিবাসী অনন্ত মাধৱ ভাগৱতী আৰু জুৰি শৰ্মা ভাগৱতীৰ একমাত্ৰ সন্তান।

Boka1 | ASSAM TIMES POST
ঋত্বিক পৰাশ

উল্লেখ্য যে ২০২২ বৰ্ষত জে ডি এচ জি মহাবিদ্যালয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত অসমীয়া বিভাগত নিয়মীয়া পাঠ্যক্ৰম আৰম্ভ কৰাৰ অনুমতি লাভ কৰিছিল আৰু দুবছৰীয়া স্নাতকোত্তৰ পাঠ্যক্ৰম (অসমীয়া)ৰ এই বৰ্ষত প্ৰথমবাৰৰ বাবে স্নাতকোত্তৰ চূড়ান্ত পৰীক্ষাত চাৰি গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। ঋত্বিকে “এ+” লাভ কৰাৰ লগতে আন তিনি গৰাকী পৰীক্ষাৰ্থী ক্ৰমে শিল্পীকা গগৈয়ে ‘এ’, মৃন্ময়ী ৰাজখোৱা আৰু নীলম গগৈয়ে ‘বি+’ লাভ কৰিবলৈ সক্ষম হৈছে। উত্তীৰ্ণৰ হাৰ ১০০%। বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈ, মহাবিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সমন্বয়ক তথা অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ড° অৰুণ বৰা, অধ্যাপক অধ্যাপিকা সকলে এই সফলতাৰ বাবে ঋত্বিকৰ লগতে বিভাগটোৰ আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীলৈ অভিনন্দন জ্ঞাপন কৰিছে।

নিয়মীয়া পাঠ্যক্ৰমৰ স্নাতকোত্তৰ পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলৰ এনে সফলতাই মহাবিদ্যালয়খনিৰ লগতে অঞ্চলটিলৈয়ো আনন্দ আৰু গৌৰৱ কঢ়িয়াই আনিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RitwikParashঋত্বিকপৰাশ
Share5Tweet3Send

Related Posts

Zubeen murder case : মুকলি আকাশৰ তলত জুবিন হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা
Assam

Zubeen murder case : মুকলি আকাশৰ তলত জুবিন হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা

by News Desk
October 13, 2026
54
Opium Seized : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি চলিছে আৰক্ষীৰ ব্যাপক ড্ৰাগছ বিৰোধী অভিযান
Assam

Opium Seized : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি চলিছে আৰক্ষীৰ ব্যাপক ড্ৰাগছ বিৰোধী অভিযান

by News Desk
October 13, 2026
53
Youth arrested : সাপেখাতীত মাৰণাস্ত্ৰসহ যুৱক আটক
Assam

Youth arrested : সাপেখাতীত মাৰণাস্ত্ৰসহ যুৱক আটক

by News Desk
October 13, 2026
55
Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য
Assam

Himashree Murder case : হিমাশ্ৰী বড়োৰ মৃত্যু সন্দৰ্ভত GRP থানাত এজাহাৰ দাখিল পৰিয়ালৰ

by News Desk
October 13, 2026
52
Himanta Biswa Sarma : এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ, কাইলৈৰ পৰা ৩১ অক্টোবৰলৈ ৰাজ্যজুৰি বিজেপিৰ গণ সমাবেশ
Assam

Himanta Biswa Sarma : এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ, কাইলৈৰ পৰা ৩১ অক্টোবৰলৈ ৰাজ্যজুৰি বিজেপিৰ গণ সমাবেশ

by News Desk
October 12, 2026
55
Heroin Seized : বঙালমৰাত ড্ৰাগছবিৰোধী অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ পাঁচজনক আটক
Assam

Heroin Seized : বঙালমৰাত ড্ৰাগছবিৰোধী অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ পাঁচজনক আটক

by News Desk
October 12, 2026
62
ADVERTISEMENT
SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ
National-International

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

October 15, 2026
51
Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 
National-International

Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

October 15, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

October 15, 2026
56
Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক
Guwahati

Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক

October 15, 2026
55
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

October 15, 2026
Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

October 15, 2026
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

October 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d