ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Zubeen murder case : মুকলি আকাশৰ তলত জুবিন হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা

নিউজ ডেস্কঃ

News Desk by News Desk
October 13, 2026
Reading Time: 1 min read
A A
0
Zubeen murder case : মুকলি আকাশৰ তলত জুবিন হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা

RELATED POSTS

Opium Seized : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি চলিছে আৰক্ষীৰ ব্যাপক ড্ৰাগছ বিৰোধী অভিযান

Youth arrested : সাপেখাতীত মাৰণাস্ত্ৰসহ যুৱক আটক

Himashree Murder case : হিমাশ্ৰী বড়োৰ মৃত্যু সন্দৰ্ভত GRP থানাত এজাহাৰ দাখিল পৰিয়ালৰ

New Logo Smal 2 | ASSAM TIMES POST

অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল জুবিন গাৰ্গৰ হত্যা গোচৰৰ (Zubeen murder case) অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্ত (Amritaprabha Mahant)। গুৱাহাটী উচ্চ ন্যায়ালয়ে চৰ্তসাপেক্ষ জামিন মঞ্জুৰ কৰাৰ পিছত অৱশেষত মঙলবাৰে পুৱা কাৰাগাৰৰ পৰা ওলাই আহে অমৃতপ্ৰভা। তেওঁ হাফলং উপ-কাৰাগাৰত কাৰাবন্দী হৈ আছিল। প্ৰয়োজনীয় আইনী আৰু প্ৰশাসনিক আনুষ্ঠানিকতাৰ পিছত তেওঁ মুক্তি লাভ কৰে।

mahan1 | ASSAM TIMES POST
মুকলি আকাশৰ তলত জুবিন হত্যাৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা

উল্লেখ্য যে তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ আনুষ্ঠানিকতা পূৰণৰ বাবে সোমবাৰে বিয়লি অমৃতপ্ৰভাৰ পৰিয়ালৰ তিনিগৰাকী সদস্য হাফলঙত উপস্থিত হৈছিল। কিন্তু প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা বাবে তেওঁক সোমবাৰে মুকলি কৰি দিয়া নাছিল। অৱশেষত বহু চৰ্চিত জুবিন গাৰ্গ হত্যা গোচৰৰ অন্যতম অভিযুক্ত অমৃতপ্ৰভা মহন্ত মঙলবাৰে পুৱা ৬.৩০ মান বজাত কাৰাগাৰৰ পৰা মুক্ত হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: AmritaprabhaMahantZubeenMurdercase
Share4Tweet3Send

Related Posts

Opium Seized : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি চলিছে আৰক্ষীৰ ব্যাপক ড্ৰাগছ বিৰোধী অভিযান
Assam

Opium Seized : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ৰাজ্যজুৰি চলিছে আৰক্ষীৰ ব্যাপক ড্ৰাগছ বিৰোধী অভিযান

by News Desk
October 13, 2026
50
Youth arrested : সাপেখাতীত মাৰণাস্ত্ৰসহ যুৱক আটক
Assam

Youth arrested : সাপেখাতীত মাৰণাস্ত্ৰসহ যুৱক আটক

by News Desk
October 13, 2026
50
Guwahati Girl killed : ৰে’লৰ পৰা নিৰুদ্দেশ হৈ অন্ধ্ৰত মৃতদেহ উদ্ধাৰ হোৱা গুৱাহাটীৰ যুৱতী হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য
Assam

Himashree Murder case : হিমাশ্ৰী বড়োৰ মৃত্যু সন্দৰ্ভত GRP থানাত এজাহাৰ দাখিল পৰিয়ালৰ

by News Desk
October 13, 2026
50
Himanta Biswa Sarma : এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ, কাইলৈৰ পৰা ৩১ অক্টোবৰলৈ ৰাজ্যজুৰি বিজেপিৰ গণ সমাবেশ
Assam

Himanta Biswa Sarma : এইবাৰ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ, কাইলৈৰ পৰা ৩১ অক্টোবৰলৈ ৰাজ্যজুৰি বিজেপিৰ গণ সমাবেশ

by News Desk
October 12, 2026
51
Heroin Seized : বঙালমৰাত ড্ৰাগছবিৰোধী অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ পাঁচজনক আটক
Assam

Heroin Seized : বঙালমৰাত ড্ৰাগছবিৰোধী অভিযান : সন্দেহযুক্ত হেৰ’ইনসহ পাঁচজনক আটক

by News Desk
October 12, 2026
55
Accident : কলিয়াবৰৰ মিছাত পথ দুৰ্ঘটনা
Assam

Accident : কলিয়াবৰৰ মিছাত পথ দুৰ্ঘটনা

by News Desk
October 12, 2026
57
ADVERTISEMENT
India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ
National-International

India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ

October 13, 2026
50
Delhi pollution : দীপাৱলীৰ আতচবাজীত ধৰ্মীয় আৱেগ আৰু জনস্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
National-International

Delhi pollution : দীপাৱলীৰ আতচবাজীত ধৰ্মীয় আৱেগ আৰু জনস্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

October 13, 2026
50
New Governors appointed : জ্ঞানেশকাণ্ডৰ বিক্ষোভৰ মাজতে ৬ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি কেন্দ্ৰৰ
National-International

New Governors appointed : জ্ঞানেশকাণ্ডৰ বিক্ষোভৰ মাজতে ৬ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি কেন্দ্ৰৰ

October 13, 2026
50
Gyanesh Kumar controversy : মুখ্য নিৰ্বাচন আয়ুক্তক ৰাজসাক্ষী হ’বলৈ ৰাহুল গান্ধীৰ দাবী, ২০০ আমোলাই প্ৰদান কৰিছে তথ্য
National-International

Rahul Gandhi : ৰাহুল গান্ধীৰ ঘৰত চাহমেলত নিৰ্ধাৰণ হ’ব আন্দোলনৰ পৰৱৰ্তী ৰূপৰেখা, ইণ্ডিয়াৰ সাংসদ আৰু বিভিন্ন ছাত্ৰ নেতাক আমন্ত্ৰণ

October 13, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ

India proverty : উন্নত দেশৰ দুখীয়া মানুহে ভাৰতৰ ধনী মানুহতকৈ বেছি উপাৰ্জন কৰে, বিশ্ব বেংকৰ প্ৰতিবেদনত প্ৰকাশ

October 13, 2026
Delhi pollution : দীপাৱলীৰ আতচবাজীত ধৰ্মীয় আৱেগ আৰু জনস্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

Delhi pollution : দীপাৱলীৰ আতচবাজীত ধৰ্মীয় আৱেগ আৰু জনস্বাস্থ্যৰ মাজত ভাৰসাম্য ৰক্ষাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

October 13, 2026
New Governors appointed : জ্ঞানেশকাণ্ডৰ বিক্ষোভৰ মাজতে ৬ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি কেন্দ্ৰৰ

New Governors appointed : জ্ঞানেশকাণ্ডৰ বিক্ষোভৰ মাজতে ৬ ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তি কেন্দ্ৰৰ

October 13, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d