ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Joysing Hanse Award I ডিফুত  অসম সাহিত্য সভাই পবিত্ৰ বৰাক প্ৰদান কৰিলে জয়ছিং হাঞ্চে বঁটা 

ছাইদুল ইছলাম : ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
July 21, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

অসম সাহিত্য সভাই প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে প্ৰদান কৰা জয়ছিং হাঞ্চে বঁটা আজি ডিফুৰ ৰাংছিনা ভৱনত হোৱা এক বৰ্ণাঢ্য অনুষ্ঠানত লেখক-সাংবাদিক পবিত্ৰ বৰাক প্ৰদান কৰে ৷ জয়ছিং হাঞ্চে বঁটাত আছে প্ৰশস্তি পত্ৰ, পিতলৰ জাঁপি, কিতাপৰ টোপোলা, ছ’ল, নগদ ধন আৰু এখন স্মাৰক ৷

 ডিফুত  অসম সাহিত্য সভাই পবিত্ৰ বৰাক প্ৰদান কৰিলে জয়ছিং হাঞ্চে বঁটা 
ডিফুত  অসম সাহিত্য সভাই পবিত্ৰ বৰাক প্ৰদান কৰিলে জয়ছিং হাঞ্চে বঁটা :

অসম সাহিত্য সভাৰ সভাপতি সূৰ্য্যকান্ত হাজৰিকাৰ সভাপতিত্ব অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং , বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু , পদ্মশ্ৰী ধনেশ্বৰ ইংতি , কাৰবি সাহিত্য সভাৰ সভাপতি কামছিং হাঞ্চে , সভাৰ উপ-সভাপতি ড° গীৰিশ সন্দিকৈ , ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেং , বিশিষ্ট কবি তথা জয়ছিং হাঞ্চেৰ পুত্ৰ চাৰএৎ হাঞ্চে প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাহিত্য-সংস্কৃতিৰ লগত জড়িত বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত বঁটা গ্ৰহণ কৰি লেখক-সাংবাদিক পবিত্ৰ বৰাই তেওঁ কৰা কামৰ স্বীকৃতি অসম সাহিত্য সভাই দিয়াৰ বাবে আজীৱন সাহিত্য সভাৰ ওচৰত কৃতজ্ঞ বুলি কয় ৷

অসুস্থ দেহাৰেই সমগ্ৰ অনুষ্ঠানটোত উপস্থিত থাকি প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে কয় যে মান্দুকিমি নামৰ সৰু  ঘৰটোত থাকি ছামচিং হাঞ্চেই  সাহিত্য-সাংস্কৃতিৰ চৰ্চা কৰিছিল ৷ তেওঁ  কাৰবি সাহিত্য-সংস্কৃতিৰ চৰ্চা কৰা অনাকাৰবি লোকক এক স্বীকৃতি দিয়াৰ বাবে দেউতাক তথা মোৰ শহুৰ দেউতা জয়ছিং হাঞ্চেৰ নামত এই বঁটা দিছিল ৷ আজি এই বঁটা আমাৰ ছাত্ৰ পবিত্ৰক দিয়াত মই সুখী হৈছো ৷ পবিত্ৰই বহুত কাম কৰিছে ৷

বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুৱে কয় যে মই আজি অনিমন্ত্ৰিত ভাৱে ইয়ালৈ পৰিয়াল সহ আহিছো ৷ কাৰণ আজি ডিফুত এখন গুৰুত্বপূৰ্ণ সভা হ’ব আৰু এজন গুৰুত্বপূৰ্ণ ব্যক্তিক এটা বঁটা প্ৰদান কৰা হ’ব ৷ পবিত্ৰ মোৰ বন্ধু আৰু জয়ছিং হাঞ্চেৰ তিনিওজন পুত্ৰৰ  লগত আছে মোৰ এক সুহৃদ সম্পৰ্ক ৷আনহাতে উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি  জয়ছিং হাঞ্চে স্মাৰক বঁটা গ্ৰন্থ আৰু অসম সাহিত্য সভাৰ মাহেকীয়া সংবাদ পত্ৰৰো শুভ উন্মোচন কৰা হয় ৷

Tags: ডিফুত  অসম সাহিত্য সভাইপবিত্ৰ বৰাক প্ৰদান কৰিলে জয়ছিং হাঞ্চে বঁটা
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
ADVERTISEMENT
UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন
Bussines

UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন

July 21, 2026
50
Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ
National-International

Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ

July 21, 2026
50
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক
National-International

Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক

July 21, 2026
50
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I কেন্দ্ৰ-চিজেপিৰ আলোচনাৰ মাজতো অনশনত ৱাংচুক, অমিত শ্বাহ-ধৰ্মেন্দ্ৰ প্ৰধানৰ চাৰি ঘণ্টীয়া বৈঠক

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন

UPI Transaction : ইণ্টাৰনেট নাথাকিলেও কথা নাই, এতিয়াৰে পৰা কৰিব পাৰিব ইউ পি আই লেনদেন

July 21, 2026
Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ

Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ

July 21, 2026
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক

Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx