ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Heavy Rains Forecast in Assam : অসম-মেঘালয়ত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যদ্বাণী

নিউজ ডেস্কঃ

News Desk by News Desk
July 5, 2024
Reading Time: 1 min read
A A
0
Heavy Rains Forecast in Assam : অসম-মেঘালয়ত ধাৰাসাৰ বৰষুণৰ ভৱিষ্যদ্বাণী

RELATED POSTS

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

New Logo Smal | ASSAM TIMES POST

অসম আৰু মেঘালয়ত (Assam and Meghalaya) ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণৰ চূড়ান্ত সতৰ্কবাণী (warning of heavy rains) জাৰি কৰা হৈছে। আনহাতে, অৰুণাচল প্ৰদেশতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। বতৰ বিভাগৰ তথ্য অনুসৰি, উত্তৰ-পূব ভাৰতৰ লগতে উত্তৰ-পশ্চিম আৰু পূব ভাৰততো আগন্তুক ৪-৫ দিনলৈ প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হ’ব।

বতৰ বিভাগে লগতে জনাইছে যে অহা ৫ জুলাইত জম্মু-হিমাচল প্ৰদেশত কিছু অঞ্চলত ধাৰাসাৰ বৰষুণ হ’ব। উত্তৰাখণ্ড আৰু পঞ্জাবত অহা ৭ জুলাইলৈকে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। আনহাতে, অহা ৬ জুলাইলৈকে উত্তৰ প্ৰদেশত ধাৰাসাৰ বৰষুণ হ’ব।

RAIN 1 | ASSAM TIMES POST

একেদৰে পূব ভাৰতৰ ৰাজ্যসমূহতো প্ৰবল বৰষুণৰ আশংকা কৰা হৈছে। বিহাৰ, পশ্চিমবংগ আৰু ছিকিমৰ কিছু অঞ্চলত ৬ জুলাইলৈকে বৰষুণ হ’ব পাৰে। ইয়াৰ উপৰি অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো অহা ৭ জুলাইলৈকে ধাৰাসাৰ বৰষুণৰ পূৰ্বাভাস পোৱা গৈছে।

বতৰ বিভাগৰ তথ্য অনুসৰি, অৰুণাচলৰ পাচিঘাটৰ মেবোৰ লংডিঙত বিগত ২৪ ঘণ্টাত ১২০-১৩০ মিলিমিটাৰ বৰষুণ হৈছে। আনহাতে, অসমৰ ২৯ খন জিলা বানত ক্ষতিগ্ৰস্ত। বৃহস্পতিবাৰে ৰাজ্যৰ কেইবাখনো নদীয়ে বিপদ সীমায়ে অতিক্ৰম কৰিছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলাসমূহ হৈছে নগাঁও, দৰং আৰু কৰিমগঞ্জ। ইফালে বানৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অৱস্থা শোচনীয় হৈ পৰিছে। হৰিণ আৰু গঁড়কে ধৰি ১৭টা বন্যপ্ৰাণীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: HeavyRainsForecastধাৰাসাৰবৰষুণৰভৱিষ্যদ্বাণী
Share5Tweet3Send

Related Posts

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men
NORTHEAST

Meghalaya Police Bust Codeine Syrup Hoard, Arrest Two Assam Men

by News Desk
September 18, 2026
56
Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও
NORTHEAST

Manipur violence : মণিপুৰত ৪ কুকি লোকক গুলীয়াই হত্যা, আহত ৬ বছৰীয়া শিশুও

by News Desk
September 14, 2026
52
Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪
NORTHEAST

Manipur violence : মণিপুৰত যুটীয়া বাহিনীৰ অভিযানত ৫ অটোমেটিক ৰাইফল, ড্ৰাগছ উদ্ধাৰ; ম্যানমাৰৰ নাগৰিককে ধৰি গ্ৰেপ্তাৰ ৪

by News Desk
September 12, 2026
56
Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ
NORTHEAST

Drugs smuggling : উত্তৰ-পূব সীমান্তত সক্ৰিয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰ; মিজোৰাম আৰক্ষীৰ জালত ম্যানমাৰৰ ৫ নাগৰিক, ১৪ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ

by News Desk
September 11, 2026
52
Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

by News Desk
September 4, 2026
52
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
NORTHEAST

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

by News Desk
August 31, 2026
60
ADVERTISEMENT
Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং
DIPHU

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

September 23, 2026
50
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু
DIPHU

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026
50
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ
Guwahati

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026
50
Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে
Assam

Koliabor : কলিয়াবৰৰ বামুণীৰ ভাটাবাৰী অঞ্চল বুৰালে পাহাৰৰ পৰা নামি অহা পানীয়ে

September 23, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

Bye-election : নগাঁৱৰ উপ-নিৰ্বাচনত জয়ী হ’ব বিজেপি : তুলিৰাম ৰংহাং

September 23, 2026
Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

Electrocuted : ডিফুত বিদ্যুৎস্পৃষ্ট হৈ একে পৰিয়ালৰে দুজনৰ মৃত্যু

September 23, 2026
Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

Zubeen Murder case : ফাষ্টট্রেক আদালতত সাক্ষ্যদান NRI অভিমন্যু তালুকদাৰৰ

September 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d