ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

4Lane road from Meghalaya to Assam I মেঘালয়ৰ উমিয়ামৰ পৰা অসমৰ শিলচৰলৈ ৪ লেনযুক্ত পথ, ২৪ হাজাৰ কোটি অনুমোদন

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
July 5, 2024
Reading Time: 1 min read
A A
0
4Lane road from Meghalaya to Assam I মেঘালয়ৰ উমিয়ামৰ পৰা অসমৰ শিলচৰলৈ ৪ লেনযুক্ত পথ, ২৪ হাজাৰ কোটি অনুমোদন

RELATED POSTS

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram

New Logo Smal | ASSAM TIMES POST

মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টাইনছঙে (Prestone Tynsong)  বৃহস্পতিবাৰে জনায় যে মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলা হৈ শিলচৰলৈ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বাবে ২৪ হাজাৰ কোটি টকা অনুমোদন জনাইছে।

4Lane road from Meghalaya to Assam I
মেঘালয়ৰ উমিয়ামৰ পৰা অসমৰ শিলচৰলৈ ৪ লেনযুক্ত পথ:

তেওঁ কয় যে অনুমোদিত মুঠ ধনৰ ভিতৰত উমিয়াম আৰু মালিদৰ (দুয়োটা মেঘালয়ত) মাজত ১০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ বাবে ১২ হাজাৰ কোটি টকা অনুমোদন কৰা হৈছে। এই ধনৰাশিৰ ভিতৰত মাটিৰ মালিকৰ ক্ষতিপূৰণো অন্তৰ্ভুক্ত কৰা হৈছে।

পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত টাইনছঙে কয় যে এই প্ৰকল্পই অসমৰ গুৱাহাটী সংযোগ কৰি শিলচৰ, মিজোৰাম আৰু ত্ৰিপুৰালৈ যাতায়ত কৰাত সহায় কৰিব। লগতে বাকী ১২ হাজাৰ কোটি টকা চুবুৰীয়া অসমৰ বাকী থকা ৪ লেনযুক্ত পথটো নিৰ্মাণৰ বাবে আৱণ্টন দিয়া হৈছে।

মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ বিভিন্ন প্ৰান্তত শোচনীয় অৱস্থাত থকা বৰ্তমানৰ ৰাষ্ট্ৰীয় ঘাইপথ-৬ৰ ঠাইত এই প্ৰস্তাৱিত ৪ লেনযুক্ত পথটো নিৰ্মাণ হ’ব।   টাইনছঙে লগতে কয় যে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে ২৪ জুনত পূব জয়ন্তীয়া পাহাৰ জিলাৰ লুমছনঙৰ পৰা মালিদলৈ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি আৰু উন্নয়নৰ বাবে ২৯০ কোটি টকাৰ অনুমোদন জনাইছিল।

উল্লেখযোগ্য যে মেঘালয়ত ধাৰাসাৰ বৰষুণৰ ফলত ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ বাবে অসম আৰু মিজোৰামলৈ অহা-যোৱা কৰা লোকসকল ক্ষতিগ্ৰস্ত হৈছে ।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: মেঘালয়ৰ উমিয়ামৰ পৰা অসমৰশিলচৰলৈ ৪ লেনযুক্ত পথ২৪ হাজাৰ কোটি অনুমোদন
Share5Tweet3Send

Related Posts

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

by News Desk
September 4, 2026
51
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
NORTHEAST

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

by News Desk
August 31, 2026
60
Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram
NORTHEAST

Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram

by News Desk
August 30, 2026
54
Assam Police Arrest Four in Meghalaya, Recover Two Stolen Bikes
NORTHEAST

Assam Police Arrest Four in Meghalaya, Recover Two Stolen Bikes

by News Desk
August 29, 2026
53
Breaking : NSCN (IM) Cadre Apprehended in Ledo; Mobile Phone Seized
NORTHEAST

Breaking : NSCN (IM) Cadre Apprehended in Ledo; Mobile Phone Seized

by News Desk
August 29, 2026
53
Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ
NORTHEAST

Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ

by News Desk
August 28, 2026
51
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
50
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
50
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
50
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d