ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিব্ৰুগড়ৰ চাবুৱাত ভয়ানক অঘটন

ASSAM TIMES POST by ASSAM TIMES POST
January 9, 2020
Reading Time: 1 min read
A A
0

0 1 e1574345654996 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

খেল’ ইণ্ডিয়াৰ বাবে অনুশীলন চলাই থকা এগৰাকী কণমানি আৰ্চাৰী খেলুৱৈৰ ডিঙিত সোমাই গ’ল এপাত বৃহৎ শ’ৰ (কাৰ) ডিব্ৰুগড়ত বিফল হল চিকিৎসক।ডিঙিত শৰবৃদ্ধ ভাবেই এইমচলৈ প্ৰেৰণ।

বিভাস দুৱৰা,ডিব্ৰুগড় 

এক শিহৰণকাৰী দৃশ্য,গাৰ নোম শিয়ৰি উঠা দৃশ্য।এগৰাকী ১১ বছৰীয়া কণ্যা শিশুৰ ডিঙিত অনুশীলনৰ সময়ত অসাবধানবশত সোমাই গল এপাত বৃহৎ শৰ।কণমানি গৰাকীয়ে আৰ্চাৰীৰ অনুশীলন কৰি থকা অৱস্থাতে ঘটিল এই বৃহৎ অঘটনটো।

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2020/01/WhatsApp-Video-2020-01-09-at-9.10.28-PM.mp4

এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় জিলাৰ চাবুৱাত।জীৱন্ত শৰীৰত কিমান যন্ত্ৰণাভৰা হ’ব পাৰে আৰু কিমান ভয়াবহ হব পাৰে, এই দৰে এপাত ধাতুৰে নিৰ্মিত শৰ কেঁচা মঙহৰ ভিতৰত সোমাই থকা অৱস্থাটো;তাতে এগৰাকী কণমানিৰ ডিঙিত।চিকিৎসকৰ পৰা জানিব পৰা মতে কণমানি গৰাকীৰ সোঁ-কান্ধেদি সোমাই কেৱল ডিঙিৰ কিছু অংশলৈকে নহয়,শৰ পাতে ডিঙিয়েদে ভেদি গৈ ৰাজহাড় ভেদী বাওঁ ফালে উলাই যাবলৈ অলপহে বাকী থাকিল।

শেহতীয়াকৈ অন্ধ্ৰ প্ৰদেশত খেলি অহি গুৱাহাটীৰ খেল ইণ্ডিয়াৰ বাচনিৰ বাবে ডিব্ৰুগড়ৰ চাবুৱাত আৰ্চাৰীৰ অনুশীলনৰ সময়ত শৰবিদ্ধ হয় এইগৰাকী আৰ্চাৰী খেলুৱৈ শিৱাংগিনী গোহাঁই(১১)।চাবুৱা দেওধাই গাঁৱৰ বিৰিঞ্চি গোহাঁইৰ কণ্যা শিৱাঙ্গিনীয়ে বুধবাৰে আবেলি চাবুৱাত অনুশীলনৰ সময়তে আন এজন খেলুৱৈৰ ধনুৰ পৰা তীব্ৰ বেগেৰে উলাই যোৱা এপাত কাৰ ডিঙিত অকস্মাতে সোমাই পৰে।

এনে শৰবিদ্ধ অৱস্থাতে সংকটজনক অৱস্থাত শিবাংগিনীক ডিব্ৰুগড়ৰ ব্যক্তিগত চিকিৎসালয় ব্ৰহ্মপুত্ৰ নাৰ্চিং হোমত ভৰ্তি কৰোৱা হৈছিল।সংকটজনক অৱস্থাতে কণমানি গৰাকীক নিশা চিকিৎসালয়খনতে অস্ত্ৰোপচাৰ কৰা হ’ল যদিও স্পাইনেলৰ কাষত জতিল অৱস্থাৰে শৰপাত ভেদি যোৱাৰ বাবে চিকিৎসকৰ দলটোৱে ৰাজহাড়তো সোমাই থকা শৰপাত ওলোৱাৰ কঠিন সিদ্ধান্ত নলৈ উন্নত চিকিৎসাৰ বাবে পৰিয়ালবৰ্গক পৰামৰ্শ আগবঢ়াই।

WhatsApp Image 2020 01 09 at 9.10.04 PM e1578586964989 | ASSAM TIMES POST

ডাঃবিকাশ আগৰৱালা,ডাঃ মনিস সিং,ডাঃপ্ৰকাশ মহেশ্বৰীয়ে কিশোৰগৰাকীক প্ৰাথমিক চিকিৎসাৰ লগতে অস্ত্ৰোপচাৰ কৰাৰ পিছত অস্হিৰোগ বিশেষজ্ঞ ডা° বিকাশ আগৰৱালাই সাংবাদিকক কয় যে বৰ্তমানে কণমানি গৰাকী সম্পূৰ্ণভাবে সুষ্ঠ।ধাতুৰ শৰদাল ডিঙী ভেদি গৈছে যদিও তাৎক্ষনিকভাবে কিশোৰীগৰাকীলৈ কোনো বিপদ নাহে।সকলো গুৰুত্বপূৰ্ণ শিৰা-ধমনি অক্ষত অৱস্থাতে আছে।কিন্তুু ডিঙীয়েদি সোমাই ৰাজহাড় ভেদি যোৱাৰ বাবে অতি জতিল অস্ত্ৰোপচাৰৰ প্ৰয়োজন হব।তেনে সুবিধা অসমত নাই।সেয়ে দিল্লীৰ গঙ্গাৰাম বা কয়ম্বদোৰৰ স্পাইনৰ

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চিকিৎসা উপলব্ধ চিকিৎসালয় দুখনলৈ লৈ যোৱাৰ পৰামৰ্শ আগবঢ়াই চিকিৎসকগৰাকীয়ে।ইফালে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।কিশোৰী গৰাকীৰ চিকিৎসাৰ বাবে এইমচলৈ নিয়াৰ সকলো যাৱতীয় ব্যৱস্থা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰি দিয়া বুলি পিতৃ বিৰিঞ্চি গোহাঁয়ে জানিবলৈ দিয়ে।জানিব পৰা মতে আজি বিয়লি ইণ্ডিগ বিমানেৰে দিল্লীৰ এইমচলৈকিশোৰী গৰাকীক নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হয়।

ডিব্ৰুগড়ৰ ব্যক্তিগত চিকিৎসালয় খনৰ পৰা মোহনবাৰী বিমানবন্দৰ লৈ বিশেষ এম্বুলেঞ্চৰে নিয়াৰ লগতে ইণ্ডিগ বিমানেৰে নতুন দিল্লী অভিমুখে নিয়া হৈছে শ’ৰবৃদ্ধ শিৱাংগিনী গোহাঁইক।ডিব্ৰুগড়ৰ জিলা উপায়ুক্তকে ধৰি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে কিশোৰী গৰাকীৰ ব্যক্তিগত চিকিৎসালয়ৰ পৰা মোহনবাৰী বিমানবন্দৰলৈ নিয়াৰ ক্ষেত্ৰত বিশেষ সহযোগিতা প্ৰদান কৰা লগতে এছকৰ্ট দি লৈ যায়।

কিশোৰী গৰাকীৰ লগত পৰিয়ালৰ লগতে ৰাজ্য চৰকাৰৰ হৈ স্থানীয় সাংসদ প্ৰদান বৰুৱাই সংগ দিয়ে।আনহাতেদি চাবুৱাৰ স্থানীয় বিধায়ক বিনোদ হাজৰিকাই শৰবিদ্ধ কিশোৰীগৰাকীৰ চিকিৎসাৰ বাবে পৰিয়াললৈ নগদ ৪৫০০০(পঞ্চলিশ হেজাৰ) টকা সাহাৰ্য্য প্ৰদান কৰে।ইফালে ব্ৰহ্মপুত্ৰ হস্পতাল কৰ্ত্তৃপক্ষই কিশোৰীগৰাকীৰ অস্ত্ৰোপচাৰৰ সমগ্ৰ খৰচ ৰেহাই দিয়া বুলি স্বত্বাধিকাৰী ডা° হাফিজুৰ ৰহমানে(মুন্না) সদৰি কৰিছে।ইফালে ৰাজ্যৰ ক্ৰীড়াৰ পৰিবৰ্তনৰ উদেশ্য খেল’ ইণ্ডিয়াৰ দৰে ক্ৰীড়াৰ আয়োজন কৰাৰ সময়তে কৰ্ণাটক,উৰিষ্যাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত আৰ্চাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এই প্ৰতিভাবাপন্ন খেলুৱৈ গৰাকীৰ এনে ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।চাবুৱা বা ডিব্ৰুগড়তে নহয়,সমগ্ৰ দেশৰ ক্ৰীড়া প্ৰেমী সকলে উদীয়মান আৰ্চাৰী খেলুৱৈ গৰাকীৰ আৰুগ্য কামনা কৰিছে।

Tags: FeaturedFeatured2
Share5Tweet3Send

Related Posts

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

by News Desk
July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

by News Desk
July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

by News Desk
July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

by News Desk
July 25, 2026
50
Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
National-International

Dharmendra Pradhan resigns I পঁইতাচোৰাৰ প্ৰতিবাদত চৰকাৰৰ নতি স্বীকাৰ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

by Staff Reporter
July 25, 2026
50
PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ
National-International

PM Modi । মাজনিশা পুনৰ ‘জেন জি’লৈ প্ৰধানমন্ত্ৰীৰ বাৰ্তা, দিলে ধন্যবাদ

by Staff Reporter
July 25, 2026
50
ADVERTISEMENT
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

July 26, 2026
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx