ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

NEET paper leak case : নিট সম্পৰ্কীয় সকলো গোচৰ একেলগে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে, এনটিএ-কেন্দ্ৰলৈ জাননী

নিউজ ডেস্কঃ

News Desk by News Desk
June 20, 2024
Reading Time: 1 min read
A A
0
NEET paper leak case : নিট সম্পৰ্কীয় সকলো গোচৰ একেলগে শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে, এনটিএ-কেন্দ্ৰলৈ জাননী

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা নিট সম্পৰ্কীয় গোচৰসমূহ (NEET-related cases) উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখিছে। উচ্চতম ন্যায়ালয়ে (Supreme Court) সেই গোচৰসমূহৰ একেলগে শুনানি কৰিব (Hear the cases together) বিচাৰিছে। সেই সন্দৰ্ভত এক জাননীও জাৰি কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ নিট গোচৰত কেন্দ্ৰীয় চৰকাৰ আৰু এই পৰীক্ষাৰ আয়োজক সংস্থা নেচনেল টেষ্টিং এজেন্সীক (National Testing Agency) (এনটিএ) সুকীয়াকৈ জাননী দিয়া হৈছে।

উল্লেখযোগ্য যে চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত ইতিমধ্যে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ এছ ভি এন ভাট্টীৰ বিচাৰপীঠে এই সন্দৰ্ভত কেইবাটাও গোচৰৰ শুনানিৰ বাবে আগবাঢ়িছে। বৰ্তমান দেশৰ ৭খন উচ্চ ন্যায়ালয়ত নিট দুৰ্নীতিৰ কেইবাটাও গোচৰৰ বিচাৰ চলি আছে। বৃহস্পতিবাৰে আদালতে সেই গোচৰসমূহ স্থগিত ৰাখে। উচ্চতম ন্যায়ালয়ৰ ৭টা উচ্চ ন্যায়ালয়ৰ গোচৰ একেলগে শুনানিৰ বাবেও উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে জাননী জাৰি কৰে।

Neet 1 | ASSAM TIMES POST

এই সম্পৰ্কীয় গোচৰসমূহত বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু এনটিএলৈ পৃথক জাননী জাৰি কৰে। ৮ জুলাইত এই গোচৰৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব। সেইদিনা আদালতৰ জাননীৰ উত্তৰ দিব লাগিব কেন্দ্ৰ আৰু এনটিএয়ে।

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে নিট সম্পৰ্কীয় মুঠ ১৪টা গোচৰৰ শুনানি গ্ৰহণ কৰে। ইয়াৰে ১০টা গোচৰ ৪৯ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু এটা ছাত্ৰ সংগঠনৰ (এছ এফ আই) দ্বাৰা দাখিল কৰা হৈছে। বাকী চাৰিটা গোচৰ এনটিএয়ে দাখিল কৰিছে। এনটিএয়ে দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ৰ পৰা নিট সম্পৰ্কীয় গোচৰসমূহ উচ্চতম ন্যায়ালয়লৈ হস্তান্তৰ কৰিবলৈ অনুৰোধ জনাইছে।

আনহাতে, উচ্চতম ন্যায়ালয়ে বৰ্তমান নিট কাউন্সেলিং প্ৰক্ৰিয়া স্থগিত ৰাখিব বিচৰা নাই। এই বিষয়ত এনটিএ আৰু কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ প্ৰথমে শুনিব বিচাৰিছে ন্যায়াধীশসকলে। তাৰ পিছত সিদ্ধান্ত লোৱা হ’ব। ইয়াৰ উপৰি তেওঁলোকৰ বক্তব্য নুশুনাকৈ এই তদন্তৰ দায়িত্ব চিবিআইক দিবলৈ ইচ্ছুক নহয় উচ্চতম ন্যায়ালয়ে।

Tags: NEETpaperleakcaseনিটসম্পৰ্কীয়গোচৰ
Share4Tweet3Send

Related Posts

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা
National-International

by News Desk
August 5, 2026
50
Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা
National-International

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

by News Desk
August 5, 2026
50
SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 5, 2026
50
NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

Supreme Court of India : গাড়ীৰ বীমা নাথাকিলে নাপাব পেট্ৰ’ল-ডিজেল, তেল ডিপোৰ বাবে নতুন প্ৰস্তাৱ উচ্চতম ন্যায়ালয়ৰ

Air India air turbulance : মৰি যাম যেন লাগিছিল, এয়াৰ ইণ্ডিয়াৰ বিমান জোকাৰণিৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা ইটালীৰ পৰ্যটকৰ

ADVERTISEMENT
Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা
National-International

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

August 5, 2026
50
Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা
National-International

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

August 5, 2026
50
SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026
50
NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি
National-International

NEET Paper leak case : এসপ্তাহৰ ভিতৰতে বদলি হ’ল ফাষ্ট ট্ৰেক আদালতৰ ন্যায়াধীশ, পুনৰ স্থগিত নীট প্ৰশ্নকাকত ফাদিল গোচৰৰ শুনানি

August 5, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

Pak terrorist arrested : পাক চোৰাংচোৱা সমৰ্থিত ৯ সন্দেহযুক্ত সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ, কৰিছিল যন্তৰ-মন্তৰৰ প্ৰতিবাদত আক্ৰমণৰ পৰিকল্পনা

August 5, 2026
Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

Modi vs Meta controversy : তিনি দিনৰ ভিতৰত ক্ষমা খুজিব লাগিব, মোদীৰ ভিডিঅ’ ডিলিট কৰা জুকাৰবাৰ্গলৈ সংসদীয় কমিটীৰ কঠোৰ বাৰ্তা

August 5, 2026
SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

SC on Delhi protest : প্ৰতিবাদী যুৱক-যুৱতীৰ ওপৰত বল প্ৰয়োগ সন্দৰ্ভত কেন্দ্ৰক সংযম হ’বলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 5, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT