ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Shukuri Tisopia murder case : ডিফুৰ যুৱতী হত্যাকাণ্ড! পিতৃৰে সম্পৰ্কৰ বাবেই হত্যাকাণ্ড সংঘটিত কৰিলে পুত্ৰই

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
June 18, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 2 | ASSAM TIMES POST
যোৱা ১০ জুনত ডিফু-লামডিং পথৰ আৰলংলাংচত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছিল৷ শুকুৰী তিছ’পী নামৰ এগৰাকী যুৱতীক দুৰ্বৃত্তই শোৱাপাটীতে গুলীয়াই হত্যা কৰিছিল ৷ সমগ্ৰ জিলা জুৰি তীব্ৰ চাঞ্চল্যৰ (Shukuri Tisopia murder) সৃষ্টি কৰা এই হত্যাকাণ্ড সন্দৰ্ভত কাৰবি আংলং (Karbi Anglong) জিলা আৰক্ষী অধীক্ষক (S.P.) সঞ্জীৱ কুমাৰ শইকীয়াই আজি এক সংবাদমেল অনুষ্ঠিত কৰি পাৰিবাৰিক সংঘাতৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি সদৰি কৰে৷

RELATED POSTS

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

MURDER CO.jpg1 | ASSAM TIMES POST

আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে যে, ঘটনা সংঘটিত হোৱাৰ এঘণ্টা পাছতেই অতিৰিক্ত আৰক্ষী অধীক্ষক সহিতে মই ঘটনীস্থলীত উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰো৷ হত্যাকাণ্ড সন্দৰ্ভত মুক্ৰাং তেৰাঙ আৰু ৰাংছিনা ৰংপি নামৰ দুজন যুৱকক কৰায়ত্ব কৰা হয়৷ তেওঁলোকৰ তথ্যৰ ভিত্তিত প্ৰৱীণ ৰংপি নামৰ আন এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয় আৰু হত্যাকাণ্ডত ব্যৱহৃত পিষ্টলটো এখন বাৰীত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰা হয় ৷

MurderP1 1 | ASSAM TIMES POST

আৰক্ষী অধীক্ষক গৰাকীয়ে তিনিওজনকে সোধ-পোছ কৰাৰ পিছত মুক্ৰাং তেৰাঙে (Mukrang Terang) এই হত্যাকাণ্ড আন দুজন সতীৰ্থৰ সৈতে সংঘটিত কৰাটো পোহৰলৈ আহে৷ এই ঘটনাত জড়িত সকলোকে চিনাক্ত কৰা বুলি ব্যক্ত কৰি আৰক্ষী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে যে, হত্যাকাৰীয়ে মুঠ তিনি জাঁই গুলী চালনা কৰিছিল ৷ ইয়াৰে দুটা গুলী মিছ ফায়াৰ হৈছিল আৰু সেই দুটা গুলী আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ প্ৰাৰম্ভিক তদন্তত মুক্ৰাঙৰ পিতৃৰ লগত যুৱতীগৰাকীৰ বিশেষ সম্পৰ্ক থকাৰ বাবে আৰু পাৰিবাৰিক অশান্তিৰ ফলস্বৰূপে এই ঘটনা সংঘটিত হয়৷ মুক্ৰাং তেৰাঙে ধন খৰছ কৰি পিষ্টলটো ডিমাপুৰৰ পৰা ক্ৰয় কৰিছিল বুলি আৰক্ষী অধীক্ষক শইকীয়াই সাংবাদিকক জানিবলৈ দি পৰৱৰ্তী সময়ত এই হত্যাকাণ্ডৰ বিতং তথ্য প্ৰকাশ কৰিব বুলি কয় ৷

Tags: ShukuriTisopiamurdercaseশুকুৰীতিছ'পীহত্যাকাণ্ড
Share4Tweet3Send

Related Posts

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

by ASSAM TIMES POST
June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

by News Desk
June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

by Staff Reporter
June 2, 2026
50
Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য
KARBI ANGLONG

Diphu body rescued I ডিফুত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

by Staff Reporter
May 29, 2026
50
Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী
KARBI ANGLONG

Awareness Program : ছামেলাংছ ব্লকত অনুষ্ঠিত দুৰ্যোগ সজাগতা কাৰ্যসূচী

by News Desk
May 27, 2026
50
Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন
KARBI ANGLONG

Road accident : চিলভেটাত পথ দুৰ্ঘটনাত মহিলা নিহত, আহত চাৰিজন

by News Desk
May 23, 2026
50
ADVERTISEMENT
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

June 4, 2026
50
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party I শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, প্ৰথম সংবাদমেলতে ‘ককৰোচ জনতা পাৰ্টি’ৰ দাবী

June 4, 2026
50
Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু
National-International

Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু

June 4, 2026
50
India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ
National-International

India Govt I সাধাৰণ নাগৰিকক লক্ষ্য কৰি নল’ব, কুৱেইট বিমানবন্দৰত ভাৰতীয়ৰ মৃত্যুক গৰিহণা বিদেশ মন্ত্ৰালয়ৰ

June 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

June 4, 2026
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

Cockroach Janata Party I শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, প্ৰথম সংবাদমেলতে ‘ককৰোচ জনতা পাৰ্টি’ৰ দাবী

June 4, 2026
Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু

Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx