ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

গোলাঘাটৰ দৈগ্ৰোঙত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ, ৩ সৰবৰাহকৰী আটক:

অজন্তা তালুকদাৰ:

ASSAM TIMES POST by ASSAM TIMES POST
June 1, 2024
Reading Time: 1 min read
A A
0
গোলাঘাটৰ দৈগ্ৰোঙত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ, ৩ সৰবৰাহকৰী আটক:

RELATED POSTS

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

New Logo Smal 3 | ASSAM TIMES POST

সমাজ তথা নৱপ্ৰজন্মক ধ্বংসৰ গৰাহৰ পৰা বচাবলৈ চৰকাৰে কৰি থকা অহৰহ প্ৰচেষ্টা আৰু আৰক্ষীৰ ড্ৰাগছ বিৰোধী কটকটীয়া নিৰাপত্তা ব্যৱস্থাকো বৃদ্ধাংগুষ্ঠ দেখুৱাই চলি আছে দ্ৰাগচৰ ৰমৰমীয়া বেহা। গোলাঘাট জিলা যেন এই অবৈধ চোৰাং বজাৰৰ কৰিডৰত পৰিণত হৈছে।

গোলাঘাটৰ দৈগ্ৰোঙত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ
গোলাঘাটৰ দৈগ্ৰোঙত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ:

বোকাখাতত তথা জিলাখনত বিগত সময়ত বহু কেইবাৰ দ্ৰাগচৰ অবৈধ সৰবৰাহ ধৰা পেলোৱাৰ লগতে ড্ৰাগছ বেপাৰত জড়িত চোৰাং বেপাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। আজি গোলাঘাট জিলাৰ দৈগ্ৰোঙত কেইবা কোটি টকাৰ মূল্যৰ হিৰোইন জব্দ হোৱাৰ খবৰে আচৰিত কৰি তুলিছে ৰাইজক। গোলাঘাট আৰু কাৰ্বি আংলঙৰ আৰক্ষীয়ে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পংকিয়াল দৈগ্রোঙত খেদি খেদি আটক কৰে ড্ৰাগছ সহ তিনি সৰবৰাহকাৰীক।

8a9d2e23 f4bf 4dea b960 9d85c95a302d | ASSAM TIMES POSTসৰবৰাহকাৰী কেইটা হৈছে ক্রমে দিলৱাৰা হুছেইন, আলিমুদ্দিন বৰভূঞা, আলটাব হুছেইন। সৰবৰাহকাৰী কেইটাৰ পৰা ৭০ পেকেট হেৰ’ইন (৮৫০.৩৯ গ্রাম) সহ এ এচ ০১ বি জেদ ০৬৭৫ নম্বৰৰ এখন ক্রেটা বাহন বহু কোটি টকা মূল্যৰ দ্ৰাগচৰ সৈতে জব্দ কৰিছে আৰক্ষীয়ে। ড্ৰাগছ খিনিৰ বজাৰ মূল্য প্রায় ৪/৫ কোটি টকা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ এই সফলতাৰ ৰাআজে শলাগ লৈছে আৰু সৰবৰাহকাৰীকেইটাৰ উচিত শাস্তিৰ দাবী কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অবৈধ ড্ৰাগছ ব্যবসাঅসম ড্ৰাগছ উচ্ছেদঅসম ড্ৰাগছ নীতিঅসম পুলিচ ড্ৰাগছ অভিযানকাৰ্বি আংলঙ ড্ৰাগছ অপৰাধগোলাঘাট আটকাধীন ড্ৰাগছ সৰবৰাহকাৰীগোলাঘাট ড্ৰাগছ ক্ল্ৰেকডাউনগোলাঘাট ড্ৰাগছ জব্দগোলাঘাট ড্ৰাগছ বেপাৰড্ৰাগছ বিৰোধী অভিযানড্ৰাগছ বিৰোধী সফলতাড্ৰাগছ মুক্ত অসম অভিযানড্ৰাগছ সহ গ্ৰেপ্তাৰনৱপ্ৰজন্ম ড্ৰাগছ বিৰোধীহেৰ'ইন জব্দ অসম
Share8Tweet5Send

Related Posts

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

by News Desk
September 22, 2026
51
Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী
Assam

Bangladeshi : বাংলাদেশৰ পৰা অসমলৈ, তাৰ পিছত মহিষ লৈ উভতি যোৱাৰ পৰিকল্পনা? বদৰপুৰত আটক ৪ বাংলাদেশী

by News Desk
September 22, 2026
61
Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা
Assam

Road accident : গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ কুকুৰকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা

by News Desk
September 21, 2026
54
Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ
Assam

Bus attack : গুৱাহাটী-মানকাচৰ অভিমুখী কেইবাখনো নৈশ বাছত দুৰ্বৃত্তৰ আক্ৰমণ

by News Desk
September 21, 2026
56
Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি
Assam

Zubeen Garg : জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য! বিজেপি বিধায়ক বিজয় গুপ্তাক সীমান্ত শেখৰৰ সকীয়নি

by News Desk
September 21, 2026
52
বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান
Assam

বিশিষ্ট কবি-গীতিকাৰ আনিছ উজ জামানৰ দেহাৱসান

by News Desk
September 20, 2026
60
ADVERTISEMENT
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026
51
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026
53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d