ৰাথে হৰি মাৰে কে? এই আপ্ত বাক্যশাৰী যেন আজি সত্য প্ৰমাণিত হ’ল৷ ডিমাপুৰ ৰে’ল ষ্টেছনত সংঘটিত এনে এক আজৱ ঘটনা৷
নামনিমুৱা জনশতাব্দী ৰে’ল (Down Janashatabdi Train)ৰ তলৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল এজন যুৱকৰ (A young man survived)। উদ্ধাৰকাৰী দলে জীৱন্তে উদ্ধাৰ কৰিলে এজন যুৱকক।
প্ৰাপ্ত খবৰ অনুসৰি ডিমাপুৰ ৰে’ল ষ্টেছনত নামনিমুৱা জনশতাব্দী ৰেলখন প্ৰৱেশ কৰাৰ লগে লগে সংঘটিত উক্ত ঘটনা ঘটে।