ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Word Wildlife Fund : চোৰাং বণ্যপ্ৰাণী ব্যৱসায়ক লৈ ডিফুত WWF-ৰ তিনিদিনীয়া কৰ্মশালা সম্পন্ন

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
May 23, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 2 | ASSAM TIMES POST
অসমৰ বনাঞ্চলত পোৱা বিলুপ্তপ্ৰায় নিস্পাপ বন্যপ্ৰাণীসমূহ হত্যা কৰি এচামে চোৰাং ব্যৱসায় চলাই আহিছে৷ চুবুৰীয়া দেশ চীনত এনে বন্যপ্ৰাণীৰ অংগৰে ঔষধ প্ৰস্তুত কৰা আৰু অন্ধবিশ্বাসৰ বাবে গৃহত ৰাখিলে মংগল হয় বুলি ধাৰণা আছে৷ যাৰ বাবে আন্তৰাষ্ট্ৰীয় বজাৰত বিলুপ্তপ্ৰায় বণ্যপ্ৰাণীৰ অংগৰ চোৰাং ব্যৱসায় (Smuggling of wildlife organs) চলি আহিছে৷ গড়ৰ খৰ্গ, বাঘৰ ছাল, হাতীৰ দাঁত, বণৰীয়া গাহৰিৰ দাঁত, কেকু সাপ আৰু বিভিন্ন প্ৰজাতিৰ চৰাইৰ ব্যৱসায় হয় এই চোৰাং আন্তৰাষ্ট্ৰীয় বজাৰত৷ বণ্যপ্ৰাণীৰ বাবে কাজিৰঙাৰ গাতে লাগি থকা কাৰবি আংলং (Karbi Anglong) জিলাৰ আছে এক সুকীয়া স্হান৷ জিলাখনৰ বিভিন্ন প্ৰান্তত জন সজাগতাৰ অভাবৰ বাবেই পহু আৰু বনৰীয়া গাহৰিৰ মাংস আজিও বিক্ৰী হৈ আছে৷ তদুপৰি কাৰবি আংলঙৰ মাজেৰে চোৰাং বন্যপ্ৰাণী সৰবৰাহ হৈ থাকে ৷

RELATED POSTS

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

wwfp0 | ASSAM TIMES POST

সেয়ে বন বিভাগৰ বিষয়া আৰু আৰক্ষী বিষয়াসকলক কোন বিলাক বন্যপ্ৰাণীৰ চোৰাং বেহা হয় আৰু আইন অনুসৰি তেনে বন্যপ্ৰাণীৰ অংগ পালে আইন অনুসৰি কি কি ব্যৱস্থা ল’ব লাগে তাৰ ওপৰত ৱৰ্ড ৱাইললাইফ ফান্ড (Word Wildlife Fund) (WWF) য়ে ডিফুত ২১ মে’ৰ পৰা তিনিদিনীয়াকৈ এক কৰ্মশালা (Three-day workshop) অনুষ্ঠিত কৰে৷

wwf | ASSAM TIMES POST

২১ আৰু ২২ মে’ত বন বিভাগৰ বিষয়াসকলক আৰু আজি জিলাখনৰ আৰক্ষী বিষয়া সকলক wwf য়ে এই সন্দৰ্ভত অৱগত কৰে৷ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু wwf ৰ প্ৰণৱ কুমাৰ বৰাই এই কৰ্মশালাই বন বিষয়া আৰু আৰক্ষী বিষয়া সকলক সহায় কৰিব বুলি আশা কৰে৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু ৱাইল্ড লাইফ ক্ৰাইম ব্ৰুৰ বিষয়াসকলে বন্যপ্ৰাণী হত্যা আৰু ব্যৱসায়ত জড়িতসকলক কিদৰে আইন অনুসৰি শাস্তি দিব পাৰি তাৰ ব্যাখা কৰে কৰ্মশালাত৷

Tags: WordWildlifeFundWorkshopৱৰ্ডৱাইললাইফফান্ড
Share4Tweet3Send

Related Posts

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
ADVERTISEMENT
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

July 23, 2026
50
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

July 23, 2026
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

July 23, 2026
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx