ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Heroin recovered in Lahorijan : লাহৰিজানত হেৰ’ইনসহ আটক ডিফুৰ যুৱক

ষ্টাফ ৰি'পৰ্টাৰঃ

News Desk by News Desk
May 15, 2024
Reading Time: 1 min read
A A
0
Heroin recovered in Lahorijan : লাহৰিজানত হেৰ’ইনসহ আটক ডিফুৰ যুৱক

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী

ৰশ্মিতা হোজাইৰ মৃত্যুত ধনশিৰিত মম বাতি লৈ প্রতিবাদ ডিমাচা দল-সংগঠনৰ

বুধবাৰে সন্ধিয়া ৬ বাজি ৩০ মিনিটতত লাহৰিজানত সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ (Heroin recovered in Lahorijan)। লগতে এজন যুৱক আটক (A youth arrested) কৰা হৈছে৷ অসম নাগালেণ্ড সীমান্তৰ কাৰবি আংলং জিলাৰ লাহৰিজানত সন্দেহযুক্ত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই পুনৰ লাভ কৰিছে আন এক সফলতা৷ লাহৰিজানত খটখটী আৰক্ষীৰ নাকা তালাচীত ডিফুৰ পানবাৰী নিৱাসী ছফিকুল ইছলামৰ পুত্ৰ মণিৰুল ইছলামৰ (Manirul Islam) পৰা আৰক্ষীয়ে এটা চাবোনৰ বাকচত লুকুৱাই অনা অৱস্থাত ১০.৩১ গ্ৰাম সন্দেহজনক হেৰ’ইন উদ্ধাৰ (10.31 grams of heroin recovered) কৰিবলৈ সক্ষম হয় ৷ তালাচী কালত ধৃত মণিৰুল ইছলাম ডিমাপুৰৰ পৰা লাহৰিজান দিশে খোজকাঢ়ি আহি আছিল৷

lahorijanP0 | ASSAM TIMES POST

উল্লেখযোগ্য যে, যোৱা কিছুদিন পূৰ্বে ডিফুৰ ছৰছৰিত আব্দুল খালেকক ড্ৰাগছ মজুত ৰখাৰ বাবে আৰক্ষীয়ে আটক কৰি জেললৈ পঠিয়াইছিল ৷ আনহাতে ডিফু ইছলামিক সমাজ সংস্কাৰক সমিতিয়েও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি খালেক আৰু তেওঁৰ পৰিয়ালক সামাজিক ভাবে বৰ্জন কৰিছিল৷ আজি খটখটী আৰক্ষীৰ হাতত ড্ৰাগছ সহ ডিফু পানবাৰীৰ মণিৰুল ইছলাম আটক হোৱাৰ পিছত ডিফু মুছলিম সমাজে কেনে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষ্যণীয় হৈ পৰিছে ৷ জানিব পৰা মতে খটখটী থানাৰ এছ আই দ্বয় দীপক লাহন আৰু স্বমধন স্বৰ্গীয়াৰীৰ নেতৃত্বত এএছ আই বিমান চেতিয়া আৰু থানা ষ্টাফৰ চলিছিল নাকা তালাচী৷ এই সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷

Share this:

  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on X (Opens in new window) X

Like this:

Like Loading...

Related

Tags: HeroinRecoveredinLahorijanলাহৰিজানতহেৰ'ইনউদ্ধাৰ
Share11Tweet7Send

Related Posts

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation
KARBI ANGLONG

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

by ASSAM TIMES POST
June 13, 2025
85
Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী
KARBI ANGLONG

Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী

by ASSAM TIMES POST
June 13, 2025
68
ৰশ্মিতা হোজাইৰ মৃত্যুত ধনশিৰিত মম বাতি লৈ প্রতিবাদ ডিমাচা দল-সংগঠনৰ
KARBI ANGLONG

ৰশ্মিতা হোজাইৰ মৃত্যুত ধনশিৰিত মম বাতি লৈ প্রতিবাদ ডিমাচা দল-সংগঠনৰ

by Staff Reporter
June 11, 2025
56
World Environment Day I তাৰালাংচত চিইএম তুলিৰাম ৰংহাঙৰ উপস্থিতিত বিশ্ব পৰিৱেশ দিৱস উদযাপন
KARBI ANGLONG

World Environment Day I তাৰালাংচত চিইএম তুলিৰাম ৰংহাঙৰ উপস্থিতিত বিশ্ব পৰিৱেশ দিৱস উদযাপন

by ASSAM TIMES POST
June 5, 2025
69
ADB Withdraws $434 Million Loan for Karbi Anglong Solar Project:
KARBI ANGLONG

ADB Withdraws $434 Million Loan for Karbi Anglong Solar Project:

by Staff Reporter
June 4, 2025
52
Drugs Seized I বোকাজানৰ শুকানজানত প্ৰায় ২০ কোটি টকা মূল্যৰ কানি জব্দ আৰক্ষীৰ
KARBI ANGLONG

Drugs Seized I বোকাজানৰ শুকানজানত প্ৰায় ২০ কোটি টকা মূল্যৰ কানি জব্দ আৰক্ষীৰ

by ASSAM TIMES POST
June 3, 2025
61
ADVERTISEMENT
Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation
KARBI ANGLONG

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

June 13, 2025
85
Tragic Murder Probe of Indore Businessman Raj Raghuwanshi’s Pre-Wedding Video
National-International

Raja murder case I গুৱাহাটী আৰু মেঘালয়ৰ মাজত তিনিবাৰকৈ হত্যাৰ চেষ্টা চলাইছিল ৰাজাক

June 13, 2025
53
Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত
National-International

Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

June 13, 2025
54
Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী
KARBI ANGLONG

Drug Addiction I নৱ প্ৰজন্মৰ ড্ৰাগছ আসক্তি :ডিফুত সফলভাৱে সম্পন্ন কেপাছিটি বিল্ডিং ট্ৰেইনিং কাৰ্যসূচী

June 13, 2025
68
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

Government’s Urgent Fight Against Rising Drug Addiction Among Youth: Empowering the Next Generation

June 13, 2025
Tragic Murder Probe of Indore Businessman Raj Raghuwanshi’s Pre-Wedding Video

Raja murder case I গুৱাহাটী আৰু মেঘালয়ৰ মাজত তিনিবাৰকৈ হত্যাৰ চেষ্টা চলাইছিল ৰাজাক

June 13, 2025
Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

Ahmedabad Plane crash I ১১এ নম্বৰ, বিমানৰ আটাইতকৈ বিৰক্তিকৰ আসনখনেই এতিয়া সৰ্বাধিক চৰ্চাত

June 13, 2025

Categories

ALL NEWS (17392) Artificial Intelligence (1) Assam (13689) BREAKING NEWS (6483) Business (34) crime (20) cultural (5) Digital Transformation (2) DIPHU (1) Earthquake (1) Economy (98) Editorial (16) EDUCATION AND TECHNOLOGY (102) election (4) Entertainment (767) Entertrainment (419) EXCLUSIVE (124) Fashion (9) Featured (22) Features (30) FLIM (3) Guwahati (2042) Health & Fitness (630) Jobs & Career (7) KARBI ANGLONG (3394) Lifestyle (24) literature (16) National-International (10116) NORTHEAST (855) Novels (3) Photo (5) Poems (9) Political (138) Recipes (6) Science (1) Social Media (1) Sports News (496) Stories (16) Tech (14) Technology (1) Tourism (1) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d