ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰবি আংলঙত ব্যৱসায়ীক অপহৰণ কৰি নৃশংস হত্যঃ হত্যাকাণ্ডত জড়িত দুই অপৰাধীক আটক আৰক্ষীৰ

ASSAM TIMES POST by ASSAM TIMES POST
January 7, 2020
Reading Time: 1 min read
A A
0
Dead body of youth recovered in lock up

logo atp | ASSAM TIMES POSTASSAM TIMES POST
ডিফুঃ পাহাৰীয়া জিলা কাৰবি আংলঙত ব্যৱসায়ীক অপহৰণ কৰি নৃশংস ভাবে হত্যা কৰা ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ কাৰবি আংলং জিলাৰ ডিফুৰ সমীপৰ লাংছ’লিয়টৰ পৰা অলপতে অপহৃত হোৱা ব্যৱসায়ীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷

RELATED POSTS

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

ঘটনাৰ বিৱৰণ অনুসৰি যোৱা ২৮ ডিচেম্বৰত বৰলাংফেৰ থানা এলেকাধীন লাংছ’লিয়েটৰ পৰা কাজল দাস নামৰ এজন ব্যৱসায়ীক অপহৰণ কৰি নিয়ে ৷ ইফালে ব্যৱসায়ী গৰাকীক দূৰ্বৃত্তই অপহৰণ কৰি নিয়াৰ পিছতো অপহৃতা কাজল দাসৰ পৰিয়ালে আৰক্ষীক অৱগত কৰা নাছিল ৷ এক বিশেষ সূত্ৰে ৩ জানুৱাৰীত জিলা আৰক্ষীয়ে উক্ত অপহৰণ কাণ্ডৰ বিষয়ে জানিব পাৰে৷

The killer | ASSAM TIMES POST

অপহৰণ কাণ্ড সন্দৰ্ভত কাৰবি আংলং আৰক্ষীয়ে নিশ্ছিত হোৱাৰ পিছত কাৰবি আংলং জিলা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰে৷ প্ৰবেছনাৰী আইপিএ বিষয়া সৌৰভ গুপ্তাৰ নেতৃত্বত. মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকা, খটখটী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৌবলিক ব্ৰক্ষ্ম, আৰু ধনশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু ছেত্ৰীৰ সহযোগত আৰক্ষীয়ে যোৱা ৩ জানুৱাৰীৰ পৰা অভিযান আৰম্ভ কৰে৷

WhatsApp Image 2020 01 07 at 04.00.47 | ASSAM TIMES POST

আৰক্ষীয়ে অবিৰত ভাবে অভিযান চলাই কালি মাঞ্জা আৰক্ষী থানাৰ অন্তৰ্গত হিদিম টেৰণ গাঁৱৰ পৰা ৰাজেশ ইংতি নামৰ এজন যুৱকক আটক কৰে৷ ইয়াৰ পিছত আৰক্ষীয়ে অভিযান চলাই আজি পুৱা উক্ত অপহৰণকাণ্ডত জড়িতৰ আন এজন অভিযুক্তক আটক কৰে৷ ধৃত অভিযুক্ত জন বকলিয়াঘাট আৰক্ষী থানৰ অন্তৰ্গত ছাম পথাৰ ছাৰ্থে ৰংহাঙ গাঁৱৰ নিবাসী কেনচিং তিচ’ বুলি চিনাক্ত কৰা হৈছে৷

আৰক্ষীৰ জালত পৰা দুয়োটা অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আজি বৰলাংফেৰ আৰক্ষী থানাৰ অন্তৰ্গত লাংছ’লিয়েট ৰেল লাইনৰ সমীপৰ জংঘল নামৰ ঠাইৰ হাবিৰ মাজত পেলাই থোৱা অৱস্থাৰ পৰা যোৱা ১০ দিনে নিখোজ হৈ থকা ব্যৱসায়ী কাজল দাসৰ মৃতদেহটো উদ্ধাৰ কৰে৷ নিৰীহ ব্যৱসায়ী গৰাকীৰ অপহৰণ আৰু হত্যাৰ সৈতে জড়িত আন এটা অপৰাধী এতিয়াও পলাতক৷

সম্প্ৰতি পলাতক আৱস্থাত থকা তৃতীয়টো অপৰাধীকো আৰক্ষীয়ে অতি শীঘ্ৰে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হব বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷

Tags: FeaturedFeatured2karbi anglong
Share7Tweet3Send

Related Posts

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

by Staff Reporter
July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

by Staff Reporter
July 26, 2026
50
KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ
KARBI ANGLONG

KASA Stadium : ডিফুৰ কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ খেল পথাৰ(কাছা)ত চুৰিকাণ্ড, খেলপথাৰত পৰ্যাপ্ত নিৰাপত্তাৰ অভাৱ

by ASSAM TIMES POST
July 25, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
July 24, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

by ASSAM TIMES POST
July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

by ASSAM TIMES POST
July 23, 2026
50
ADVERTISEMENT
Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ
KARBI ANGLONG

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

July 26, 2026
50
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
KARBI ANGLONG

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
50
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

Umrangso cricket stedium I উমৰাংছ’ ক্ৰিকেট ষ্টেডিয়ামৰ ফ্লাড লাইট উদ্বোধন দেৱলাল গাৰলোছাৰ

July 26, 2026
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

July 26, 2026
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx