ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

All Party Hills Leaders Conference : কার্বি আংলং-ডিমা হাচাও বচাওক শীর্ষক APHLC-ৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
April 10, 2024
Reading Time: 1 min read
A A
0

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

অল পার্টি হিলচ লীডাৰ্ছ কনফাৰেঞ্চ (All Party Hills Leaders Conference) সমর্থিত নির্দলীয় প্রার্থী জে আই কাথাৰৰ (Independent candidate J.I. Kathar) হৈ আজি দলটোৱে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ (Election manifesto released) কৰে। কাৰ্বি আংলং আৰু ডিমা হাচাও বচাওক শীর্ষৰে নিৰ্বাচনী ইস্তাহাৰখন ডিফুৰ হেম্পী  হোটেলত মুকলি কৰে। ইস্তাহাৰ মুকলি কাৰ্যসূচীত দলটোৰ সমৰ্থিত প্রার্থী তথা শীর্ষ নেতা জে আই কাথাৰ আৰু আন নেতাসকল উপস্থিত থাকে।

APHLC 3 1 | ASSAM TIMES POST

ইস্তাহাৰখনত প্রথমেই এখন স্বায়ত্ত শাসিত ৰাজ্য দাবী বিষয়টোৱে স্থান লাভ কৰিছে। ষষ্ঠ অনুসুচীভুক্ত পার্বত্য জিলা তিনিখনত ষষ্ঠ অনুসূচীৰ ক্ষমতা কর্তন হোৱা বুলি উল্লেখ কৰি কাথাৰে ষষ্ঠ অনুসুচীত অন্তর্ভুক্ত বিভিন্ন জনগোষ্ঠীৰ লগতে অসমীয়া আৰু আদিবাসী সকলৰ বাহিৰে আন বহিৰাগত লোকৰ ভোটাধিকাৰ আৰু আন সা-সুবিধা নাথাকিব বুলি উল্লেখ কৰে।

APHLC 2 | ASSAM TIMES POST

কাথাৰে কয় যে বিগত ৭ বছৰে আমি বিভিন্ন নির্বাচনত অংশগ্রহণ কৰিছিলো আৰু আমি টর্চ লাইট নির্বাচনী প্রতীক হিচাপে লাভ কৰিছিলো। এইবাৰ আমাৰ নিৰ্বাচনী প্রতীক হ’ল কেঁচী (Symbol is scissors)। এই কেঁচীৰে আমি অনাধিকাৰ আৰু অকর্তৃত্বশীলভাবে আমাৰ পাহাৰীয়া জিলাত থকা অজনজাতীয় লোকসকলৰ নাম ভোটাধিকাৰৰ পৰা কৰ্তন কৰিবলৈ সক্ষম হ’ম বুলি দাবী কৰে। টর্চত মামৰে ধৰিলে বুলি ব্যংগ কৰি সেয়ে এই টর্চ আমি কাম নোহোৱা দললৈ প্ৰদান কৰিলো বুলিও কাথাৰে জিএছপি দলক কটাক্ষ কৰে।

আজি প্রকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত স্বায়ত্ত শাসিত ৰাজ্যৰ উপৰি ষষ্ঠ অনুসূচী শক্তিশালী কৰা, পাহাৰীয়া জিলাৰ শিক্ষাৰ মান উন্নত কৰা, সীমা সমস্যা সমাধা কৰা আৰু সুৰক্ষা প্ৰদান কৰা, নিবনুৱা সমস্যা সমাধা কৰা আদি প্রধান। আনহাতে, স্থানীয় জনজাতীয় আৰু খিলঞ্জীয়া লোকক ব্যৱসায়-বাণিজ্য কৰাৰ বাবে দুই শতাংশ সুদত ১০ লাখ টকাকৈ প্ৰদান কৰাৰো আশ্বাস প্রদান কৰা হয়।

APHLC 1 | ASSAM TIMES POST

পৰিষদত আৰু অসম চৰকাৰৰ বিভিন্ন পদত নিয়োগৰ ক্ষেত্ৰত হোৱা স্বজন-তোষণ ৰোধ কৰাৰ উপৰি পৰিয়ালকেন্দ্রীক শাসন ওফৰোৱাৰো নিশ্চিতি প্রদান কৰে ইস্তাহাৰত। ইয়াৰোপৰি বৰ্তমান কাৰ্বি আংলঙত চলি থকা একনায়কত্ববাদ ওফৰোৱাৰো প্রতিশ্রুতি প্রদান কৰা হয়। মহিলাসকললৈও ইস্তাহাৰত বিত্তীয় সাহায্য প্রদানৰ ঘোষণা কৰা হয়। এই ক্ষেত্ৰত ১ লাখ টকা পর্যন্ত সুদ বিহীন ধন প্ৰদান কৰাৰ আশ্বাস প্রদান কৰা হয়। ডিমা হাচাও আৰু পশ্চিম কাৰ্বি আংলং জিলাত এখনকৈ চিকিৎসা মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় নির্মাণৰো প্রতিশ্রুতি আছে ইস্তাহাৰত।

পাহাৰীয়া জিলাৰ অব্যবহৃত ভূমিত খেতি কৰি কৃষি নিৰ্ভৰশীল কৰি তোলাৰো প্রতিশ্রুতি প্রদান কৰা হয় ইস্তাহাৰত। কাৰ্বি আংলং আৰু ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদত ২০২৭ চনত অনুষ্ঠিত হ’ব লগীয়া নির্বাচনত ১০খন আসন মহিলাৰ বাবে সংৰক্ষণৰো আশ্বাস আছে আজি প্রকাশিত দলটোৰ নির্বাচনী ইস্তাহাবত।

Tags: APHLC-ৰনিৰ্বাচনীইস্তাহাৰAPHLCElectionManifestoReleased
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
ADVERTISEMENT
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

July 22, 2026
50
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক
National-International

Sikkim canal tragedy I ছিকিমৰ সুৰংগ দুৰ্যোগ, মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

July 22, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

July 22, 2026
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক

Sikkim canal tragedy I ছিকিমৰ সুৰংগ দুৰ্যোগ, মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx