বিশিষ্ট সাহিত্যক পদ্মশ্ৰী ৰংবং তেৰাং (Rongbong Terang) হঠাৎ অসুস্থ।
বৰ্তমান DMCHৰ ICU ভৰ্তি কৰোৱা হৈছে ৰংবং তেৰাঙক ।
আজি দুপৰীয়া শুই থকা অৱস্থাত হঠাৎ ভয় খাই চিঞৰি উঠিছিল।
তাৰ পাছতেই ততাতৈয়াকৈ DMCHলৈ অহা হয় সাহিত্যিক গৰাকীক।
চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেখেতক ICU ত ভৰ্তি কৰোৱা হয়।
চিকিৎসকৰ মতে হৃদযন্ত্ৰৰ সমস্যাৰ সন্মুখীন হৈছে বিশিষ্ট সাহিত্যিক গৰাকী।