ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Diphu Lok Sabha constituency : ডিফু লোকসভা সমষ্টিত তিনিলাখ ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থীক বিজয়ী কৰাবলৈ মুখ্যমন্ত্ৰীৰ আহ্বান

ছাইদুল ইছলামঃ ডিফু :

News Desk by News Desk
April 2, 2024
Reading Time: 1 min read
A A
0

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

অহা‌ ২৬ এপ্ৰিলত অনুষ্ঠিত হʼবলগীয়া ৬ নং ডিফু লোকসভা সমষ্টিত (Diphu Lok Sabha constituency) আজি নিৰ্বাচনী প্ৰচাৰ অভিযানত এক নতুন মাত্ৰা প্ৰদান কৰি বিজেপি দলৰ প্ৰাৰ্থী অমৰছিং তিচʼৰ সমৰ্থনত ডিফুত প্ৰচাৰ (Campaign in support of BJP candidate Amarsingh Tiss) অভিযান চলায় অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Chief Minister Dr. Himanta Biswa Sarma)। আজি দুপৰীয়াৰ ভাগত ডিফুত হেলিকপ্টাৰযোগে উপস্থিত হোৱাৰ পিছতে ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা এক বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে ডিফু সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰছিং তিচʼৰ সমৰ্থনত ভোটদান কৰিবলৈ সমষ্টিবাসীক আহ্বান জনায়।

Diphu elcP0 | ASSAM TIMES POST

প্ৰায় বিশ মিনিট জোৰা ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে সভাত উপস্থিত থকা অৰ্ধ লক্ষাধিক লোকক বিজেপি দলৰ প্ৰাৰ্থীক তিনিলাখ ভোটৰ ব্যৱধানত জয়যুক্ত কৰোৱাৰ বাবে আহ্বান জনায়। ৰেচন কাৰ্ড থকা সকলো লোকেই অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব বুলি মন্তব্য কৰি কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ প্ৰতিগৰাকী ছাত্ৰীকে দহ হাজাৰ তথা স্নাতক শাখাত ভৰ্তি হোৱা ছাত্ৰীক ১২,৫০০ আৰু স্নাতকোত্তৰ শাখাত ভৰ্তি হোৱা ছাত্ৰীক ২৫ হাজাৰৰো টকাৰ সাহায্য প্ৰদান কৰা হʼব বুলি ঘোষণা কৰে। লগতে কাৰ্বি আংলং জিলাত এখন ৰাজ্যিক বিশ্ববিদ্যালয় নিৰ্মাণৰ কাম এই বছৰতে আৰম্ভ কৰা হʼব বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে।

কাৰ্বি আংলং আৰু ডিমা হাছাওত ভালেখিনি উন্নয়নমূলক কাম হোৱা বুলি মন্তব্য কৰি দুয়োখন জিলাতে বিশ হাজাৰ কোটি টকা উন্নয়নমূলক কামৰ বাবে মুকলি কৰি দিয়া বুলি উল্লেখ কৰে। জিলাখনলৈ ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী ভ্ৰমণলৈ অহাৰ প্ৰসংগ উল্লেখ কৰি কাৰ্বি যুৱ মহোৎসৱলৈ এইবাৰ বেয়া বতৰৰ বাবে ৰাষ্ট্ৰপতি আহিব নোৱাৰিলে যদিও পৰৱৰ্তী বৰ্ষত কাৰ্বি যুৱ মহোৎসৱলৈ ৰাষ্ট্ৰপতিক পুনৰ আমন্ত্ৰণ জনোৱা হʼব বুলি মুখ্যমন্ত্ৰীয়ে কয়। লগতে কাৰ্বি যুৱ মহোৎসৱলৈ প্ৰতি বছৰে চৰকাৰে তিনি কোটিকৈ টকা আগবঢ়োৱাৰ লগতে এই মহোৎসৱক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়া হʼব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।

Diphu elcP1 | ASSAM TIMES POST

পাহাৰীয়া এলেকাত সম্প্ৰতি শান্তিৰ পৰিৱেশ বিৰাজ কৰা বুলি দাবী কৰি ভাষণ প্ৰসংগত বিৰোধী দল কংগ্ৰেছ আৰু এপিএইচএলচিক কঠোৰ ভাষাৰে সমালোচনা কৰে। দল দুটাৰ গাড়ী আছে যদিও টায়াৰ, ইঞ্জিন একো নাই বুলি মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰে। সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে সংখ্যালঘু এলেকাত বিস্তৰ উন্নয়নমূলক কাম-কাজ হোৱা বুলি দাবী কৰি আগত নিৰ্বাচনত সংখ্যালঘূ মহিলা আৰু যুৱতীৰ আশীৰ্বাদ বিজেপি দলে লাভ কৰিব বুলি কয়।

Diphu elep3 | ASSAM TIMES POST

আনহাতে, ধুবুৰী সমষ্টিত বিজেপি দলৰ বিজয় সহজ নহয় যদিও সমষ্টিটোৰ চাৰিটা বিধানসভা সমষ্টিত বিজেপিৰ ভোটৰ হাৰ বৃদ্ধি হʼব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই লগতে দাবী কৰে। আজিৰ সভাখনত মন্ত্ৰী নন্দিতা গাৰ্লোছা, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা,বিটিএডি প্ৰধান প্ৰমোদ বড়ো, অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, সাংসদ হৰেণছিং বেʼ, প্ৰাৰ্থী অমৰছিং তিচʼৱে ভাষণ প্ৰদান কৰে।  বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, ৰূপছিং টেৰণ, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ, উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ পৰিষদীয় সদস্য , কাৰ্যবাহী সদস্যকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি সভাখনত উপস্থিত থাকে। ইয়াৰ পিছত  কেইবা হাজাৰ সমৰ্থকৰ অংশগ্ৰহণেৰে সমদল কৰি গৈ আজি ডিফু সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী অমৰছিং তিচʼৱে নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে।

Tags: HimantaBiswaSarmainDiphuডিফুলোকসভামুখ্যমন্ত্ৰী
Share4Tweet3Send

Related Posts

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী
KARBI ANGLONG

Karbi Anglong : পূব কাৰ্বি আংলং জিলা বিজেপিৰ সম্পাদক ছিমন ফাংচ’ৰ বিৰুদ্ধে সৰৱ ডিমাছা ছাত্ৰ সন্থাসহ বহু সংগঠন : দলীয় দায়িত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ দাবী

by News Desk
July 11, 2026
50
‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১
KARBI ANGLONG

‎খটখটীত অবৈধ বাৰ্মিজ সুপাৰী উদ্ধাৰ, আটক ১

by Staff Reporter
July 9, 2026
50
ADVERTISEMENT
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

July 22, 2026
50
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক
National-International

Sikkim canal tragedy I ছিকিমৰ সুৰংগ দুৰ্যোগ, মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

July 22, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

July 22, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Delhi protest I ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছে, ধৰ্মেন্দ্ৰ প্ৰধানৰ লক্ষ্যত ৰাহুল গান্ধী

July 22, 2026
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক

Sikkim canal tragedy I ছিকিমৰ সুৰংগ দুৰ্যোগ, মৃত্যুৰ সংখ্যা ২০ জনলৈ বৃদ্ধি

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx