ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

World largest snake killed I বিশ্বৰ সৰ্ববৃহৎ সাপক গুলীয়াই হত্যা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 28, 2024
Reading Time: 1 min read
A A
0
World largest snake killed I বিশ্বৰ সৰ্ববৃহৎ সাপক গুলীয়াই হত্যা

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

বিশ্বৰ সৰ্ববৃহৎ সাপডাল (World largest snake killed) যোৱা মাহত আমাজনৰ ডাঠ অৰণ্যত উদ্ধাৰৰ খবৰ পোৱা গৈছিল। কিন্তু কেইসপ্তাহমানৰ ভিতৰতে চিকাৰীয়ে গুলীয়াই হত্যা কৰে সাপটোক।

World largest snake killed
বিশ্বৰ সৰ্ববৃহৎ সাপক গুলীয়াই হত্যা:

ব্ৰিটিছ সংবাদ মাধ্যম ডেইলী মেইলৰ প্ৰতিবেদন অনুসৰি, ব্ৰাজিলৰ দক্ষিণ অংশত অৱস্থিত আমাজনৰ বনিটো গাঁৱৰ ফৰ্মোছ’ নদীত ২৪ মাৰ্চত নৰ্দাৰ্ণ গ্ৰীণ এনাকণ্ডাক গুলীবিদ্ধ হৈ মৃত্যু হোৱা অৱস্থাত উদ্ধাৰ কৰা হয়। বিশেষজ্ঞসকলে জনোৱা মতে, সাপটো গাড়ীৰ টায়াৰৰ দৰে ডাঠ। ২৬ ফুট দীঘল আৰু ৪৪০ পাউণ্ড ওজনৰ এই সাপটোৰ মূৰটো মানুহৰ মূৰৰ সমান আছিল।

১৬ ফেব্ৰুৱাৰীত বৈজ্ঞানিক আলোচনী ডাইভাৰচিটিত প্ৰকাশ পাইছিল গ্ৰীণ এনাকণ্ডাৰ ওপৰত এক অধ্যয়ন। তাৰ পিছত ৪০ বছৰীয়া ডাচ জীৱবিজ্ঞানী অধ্যাপক ফ্ৰিক ভংকে বিশাল এনাকণ্ডাৰ সৈতে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। ভিডিঅ’টোত ভংকে এনাকণ্ডাৰ কাষে কাষে সাঁতুৰি থকা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ কয় যে এই সাপটো ২৬ ফুট দীঘল আৰু ইয়াৰ ওজন প্ৰায় ২০০ কিলোগ্ৰাম। ৯ খন দেশৰ আন ১৪ জন বিজ্ঞানীৰ সৈতে মিলি আমি বিশ্বৰ সৰ্ববৃহৎ সাপ প্ৰজাতি এনাকণ্ডা আৱিষ্কাৰ কৰিলোঁ।

নৰ্দাৰ্ণ গ্ৰীণ এনাকণ্ডাৰ মৃত্যুক লৈ ক্ষোভ প্ৰকাশ কৰি ভংকে কয়, “সাপটোক গুলীয়াই হত্যা কৰা বুলি কেইবাটাও সূত্ৰৰ পৰা তথ্য পাইছো। ইয়াৰ বাবে মই বৰ দুখিত লগতে ক্ষুব্ধ।”

Tags: গুলীয়াই হত্যাবিশ্বৰ সৰ্ববৃহৎ সাপক
Share4Tweet3Send

Related Posts

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ
National-International

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

by Staff Reporter
July 23, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

by News Desk
July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

by News Desk
July 22, 2026
50
JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত
National-International

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

by News Desk
July 22, 2026
50
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী
National-International

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

by News Desk
July 22, 2026
50
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

by News Desk
July 22, 2026
50
ADVERTISEMENT
Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ
National-International

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026
50
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

July 23, 2026
50
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

Delhi protest I পুৱাৰে পৰা যন্তৰ-মন্তৰত বৃদ্ধি জনসমাগম, দিল্লীৰ ১৬টা মেট্ৰ’ ষ্টেচন বন্ধ

July 23, 2026
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

July 23, 2026
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

July 23, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx