ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Guwahati

Saraighat New bridge I গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয় ৰে’ল তথা পথ দলঙত সেউজ সংকেত ৰে’ল বিভাগৰ

নিউজ ডেস্কঃ

News Desk by News Desk
February 20, 2024
Reading Time: 1 min read
A A
0
Saraighat New bridge I গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয় ৰে’ল তথা পথ দলঙত সেউজ সংকেত ৰে’ল বিভাগৰ

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

সোমবাৰে ভাৰতীয় ৰে’লৱে ব’ৰ্ডে (Board of Railways of India) গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত (On the Brahmaputra in Guwahati) দ্বিতীয়খন ৰে’ল তথা পথ দলঙৰ বাবে এনএফ ৰে’লৱেলৈ অনুমোদন (Approval for second rail and road bridge) পত্ৰ প্ৰদান কৰে।

১.২৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দলংখন শৰাইঘাটতে নিৰ্মাণ হ’ব। নতুন ৰে’ল তথা পথ দলংখন নিৰ্মাণৰ জৰিয়তে ৭.০৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ আজ্ঞাঠুৰী-কামাখ্যা অংশৰ ৰে’ল লাইন দ্বৈত লাইন কৰাৰ অংশ বুলি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিষয়াসকলে জানিবলৈ দিয়ে। তিনি লেনযুক্ত পথ আৰু দ্বৈত লেনৰ ৰে’লপথকে ধৰি এই প্ৰকল্পটোৰ মুঠ ব্যয় হ’ব ১৪৭৩.৭৭ কোটি টকা।

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয় ৰে'ল তথা পথ দলঙত সেউজ সংকেত ৰে'ল বিভাগৰ
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয় ৰে’ল তথা পথ দলঙত সেউজ সংকেত ৰে’ল বিভাগৰ:

উল্লেখযোগ্য যে সোমবাৰে ৰে’লৱে ব’ৰ্ডে এনএফ ৰে’লৱেৰ লামডিং-ফৰকাৰ্টিং অংশ (১৪০ কিলোমিটাৰ) দ্বৈত কৰাৰো অনুমোদন জনায়। ইয়াৰ বাবে আনুমানিক ব্যয় ২১২৩.৭ কোটি টকা ধার্য কৰা হৈছে। এই দুয়োটা প্ৰকল্পতে শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনাইছে।

সোমবাৰে এনএফ ৰে’লৱেৰ চিপিআৰঅ’ সব্যাসাচী ডেয়ে এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ আগত কয়, “বৰ্তমানৰ শৰাইঘাট দলংখন একক লেনৰ হোৱা বাবে এক বাধা আছিল। এতিয়া দ্বিতীয়খন দলঙে অধিক ৰে’ল চলোৱাত সহায় কৰিব।”

আনহাতে, ১৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ লামডিং-ফৰকাটিং পথৰ দ্বৈত ৰে’ল পথে নাগালেণ্ড আৰু অসমৰ পূব অংশলৈ যাত্ৰী আৰু মালবাহী যাতায়াতৰ ক্ষেত্ৰত এক বৃহৎ গতি প্ৰদান কৰিব বুলিও বিষয়াগৰাকীয়ে কয়।

Tags: SaraighatNewBridgeগুৱাহাটীতব্ৰহ্মপুত্ৰৰওপৰতদ্বিতীয়ৰে'লদলঙ
Share4Tweet3Send

Related Posts

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths
Guwahati

Landmark Gauhati HC Ruling Boosts Compensation in Custodial Deaths

by Staff Reporter
July 13, 2026
50
Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings
Guwahati

Assam CM Launches Van Mahotsav: Urgent Call to Plant Saplings

by ASSAM TIMES POST
July 1, 2026
50
Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী
Guwahati

Pet care : ‎ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৰ্ধিত পেট কেয়াৰ বজাৰ হিচাপে পৰিগণিত গুৱাহাটী

by News Desk
June 27, 2026
50
Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন
Guwahati

Assam Assembly Dy-Speaker : ডাঃ হাবে তেৰণক অসম বিধানসভাৰ উপাধ্যক্ষ নিৰ্বাচন

by News Desk
June 18, 2026
50
Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ
Guwahati

Khalida Begum death : সৰবৰহী মহিলা খালিদা বেগমৰ বিয়োগত শোকৰ ছাঁ

by News Desk
June 10, 2026
50
ADVERTISEMENT
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

July 23, 2026
50
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

July 23, 2026
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

July 23, 2026
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx